• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতি শুক্ৰৰ সহাবস্তান! ৩ৰাশিৰ উপচি পৰিব ধন, কাৰ কাৰ কঁপালত আছে ধনসুখ?

বৃহস্পতি শুক্ৰৰ সহাবস্তান! ৩ৰাশিৰ উপচি পৰিব ধন, কাৰ কাৰ কঁপালত আছে ধনসুখ?

2 years ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

7 minutes ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

35 minutes ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

1 hour ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

2 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

2 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

3 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

4 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

4 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

7 hours ago
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

8 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতি শুক্ৰৰ সহাবস্তান! ৩ৰাশিৰ উপচি পৰিব ধন, কাৰ কাৰ কঁপালত আছে ধনসুখ?

বৃহস্পতি শুক্ৰৰ সহাবস্তান! ৩ৰাশিৰ উপচি পৰিব ধন, কাৰ কাৰ কঁপালত আছে ধনসুখ?

editor by editor
November 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বৃহস্পতি শুক্ৰৰ সহাবস্তান! ৩ৰাশিৰ উপচি পৰিব ধন, কাৰ কাৰ কঁপালত আছে ধনসুখ?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত নিজৰ গতিবিধি সলনি কৰে৷ দেশজুৰি সদ্য সমাপ্ত হৈছে পোহৰৰ উৎসৱ দীপাৱলি৷ দীপাৱলিৰ পাছতেই জ্যোতিষশাস্ত্ৰমতেও বৃহৎ ঘটনা ঘটিছে৷ বৃষ ৰাশিত সংযোগ ঘটিব বৃহস্পতি আৰু শুক্ৰৰ৷ যাৰ ফলত, এই সময়ত তৈয়াৰ হ’ব সমসপ্তক যোগ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি বৃহস্পতি আৰু শুক্ৰই যেতিয়া এটাই আনটোৰ ওপৰত সপ্তম স্থানত একেলগে অৱস্থান কৰে তেতিয়াই তৈয়াৰ হয় সমসপ্তক যোগ৷ কেইবাটাও ৰাশিৰ ওপৰত এই ৰাজযোগৰ শুভ প্ৰভাৱ পৰিব৷ ইয়াৰোপৰি অৰ্থপ্ৰাপ্তি আৰু সাফল্যও আহিব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷

মিথুন ৰাশি

সমসপ্তক যোগ লাভজনক হ’ব মিথুন ৰাশিৰ৷ হঠাৎ অৰ্থপ্ৰাপ্তি হ’ব পাৰে৷ চাকৰিত সাফল্য আহিব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ বহু দিন ধৰি পাবলগীয়া ধন লাভ কৰিব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ বৃহৎ বিনিয়োগৰ সুযোগ আহিব পাৰে৷ পৰিয়ালত শান্তি থাকিব৷

ধনু ৰাশি

দীপাৱলিত ধনু ৰাশিৰ শুভ সময় আৰম্ভ হৈছে৷ আৰ্থিক লাভৱ সম্ভাৱনা প্ৰৱল৷ কৰ্মজীৱনৰ দিশৰ পৰা এনে কিছু সুখবৰ পাব পাৰে যাৰ অপেক্ষা আপুনি বহুদিন ধৰি কৰি আছিল৷ আধ্যাত্মিক ক্ষেত্ৰত আগ্ৰহ বাঢ়িব এই ৰাশিৰ মানুহৰ৷ দীৰ্ঘদিন ধৰি কোনো কাম পৰি থাকিলে এই সময়তেই সম্পন্ন হ’ব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ অধিকাৰীসকলৰ সুদিন আহিব পাৰে৷ যি কোনো ক্ষেত্ৰত সাফল্য পাব৷ মা লক্ষ্মীৰ কৃপা লাভ কৰিব৷ সকলো ধৰণৰ অৰ্থনৈতিক বাধা, দুঃচিন্তাৰ অৱসান ঘটাই সুখ সমৃদ্ধিৰে ভৰিব জীৱন৷ চৰকাৰী চাকৰি লাভৰ যোগ আছে৷ বিনিয়োগৰ পৰা ভাল আয় পাব পাৰে৷ সংগীৰ সৈতে সম্পৰ্কৰ উন্নতি ঘটিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!
জীৱনশৈলী

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
Next Post
বিৱৰ্তনৰ পথত পৃথিৱী, আফ্ৰিকা ভাঙি যাব দুভাগত, তৈয়াৰ হ’ব নতুন সমুদ্ৰ, কেতিয়া ঘটিব এই ঘটনা?

বিৱৰ্তনৰ পথত পৃথিৱী, আফ্ৰিকা ভাঙি যাব দুভাগত, তৈয়াৰ হ’ব নতুন সমুদ্ৰ, কেতিয়া ঘটিব এই ঘটনা?

এমুঠি ৰঙা গোলাপ যাচি,আঁকি দিলে এটা চুমা, মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক ৰাজহুৱা স্থানত চুমা খাই ভাইৰেল মহিলা

এমুঠি ৰঙা গোলাপ যাচি,আঁকি দিলে এটা চুমা, মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক ৰাজহুৱা স্থানত চুমা খাই ভাইৰেল মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.