• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক গ্ৰাম বীৰ্যৰ দাম ৩ লাখ ৫০হাজাৰ! শুক্ৰাণু দান পেছা হৈ উঠিছে বহুজনৰ, জানি থওক নিয়ম

এক গ্ৰাম বীৰ্যৰ দাম ৩ লাখ ৫০হাজাৰ! শুক্ৰাণু দান পেছা হৈ উঠিছে বহুজনৰ, জানি থওক নিয়ম

12 months ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

38 minutes ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 hour ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 hour ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

2 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

3 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

3 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

5 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

22 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

22 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

23 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এক গ্ৰাম বীৰ্যৰ দাম ৩ লাখ ৫০হাজাৰ! শুক্ৰাণু দান পেছা হৈ উঠিছে বহুজনৰ, জানি থওক নিয়ম

এক গ্ৰাম বীৰ্যৰ দাম ৩ লাখ ৫০হাজাৰ! শুক্ৰাণু দান পেছা হৈ উঠিছে বহুজনৰ, জানি থওক নিয়ম

editor by editor
March 21, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
এক গ্ৰাম বীৰ্যৰ দাম ৩ লাখ ৫০হাজাৰ! শুক্ৰাণু দান পেছা হৈ উঠিছে বহুজনৰ, জানি থওক নিয়ম
0
SHARES
12.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি আমেৰিকাৰ নিউৱৰ্ক চহৰৰ প্ৰখ্যাত স্ত্ৰীৰোগ বিশেষজ্ঞ ব্ৰায়ান লেভিনে প্ৰকাশ কৰিছে এক বিশেষ অভিজ্ঞতা৷ যি শুনি চমকি উঠিছে সমগ্ৰ বিশ্বৰ চিকিৎসক মহল৷ ডাঃ ব্ৰায়ানে জনাইছে যে আমেৰিকাত কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত এক নতুন প্ৰবণতাই দেখা দিছে৷ সকলো মহিলাই এতিয়া আই ভি এফ পদ্ধতিৰ মাধ্যমেৰে মাতৃ হব বিচাৰিছে৷ তেওঁলোকৰ মাজত বহুতেই দাতাৰ শুক্ৰাণু কিমান ভাল সেয়া পৰীক্ষা কৰিবলৈকে এতিয়া বহু ধন ব্যয় কৰিবলৈ লৈছে আমেৰিকাৰ বহুসংখ্যক লোকে৷

সহজ ভাষাত ক’বলৈ হলে শুক্ৰাণু গ্ৰহণৰ পূৰ্বে পৰীক্ষা কৰি চোৱা হয় যে শুক্ৰাণুৰ প্ৰজনন ক্ষমতা কিমান৷ এই পৰীক্ষাত খৰচ হয় প্ৰায় এক লাখ মাৰ্কিন ডলাৰ৷ যি ভাৰতীয় মুদ্ৰাত প্ৰায় ৮০ লাখ টকাৰো বেছি৷ কেৱল সেয়াই নহয় দাতা আমেৰিকান, এইকথা নিশ্চিত কৰিবলৈকো বহু ধন খৰচ হয়৷ কেৱল আমেৰিকাই নহয়, ব্ৰিটেইনসহ পশ্চিম ইউৰোপৰ বিভিন্ন দেশেও আমেৰিকান দাতাৰ শুক্ৰাণু দাম দি ক্ৰয় কৰিছে৷ ওজন হিচাপত এক গ্ৰাম সকলোতকৈ ভাল মানৰ বীৰ্যৰ দাম চাৰি হাজাৰ ডলাৰ পৰ্যন্ত উঠিছে৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় চাৰে তিনি লাখৰ ওচৰত৷

ভাৰতে অৱশ্যে এই ধৰণৰ কামৰ ওপৰত বেছ কিছু বিধি নিষেধ আছে৷ এছিচটেড ৰিপ্ৰডাকটিভ টেকনোলজি ৰেগুলেছন এক্ট ২০২১ অনুসৰি শুক্ৰাণু দানৰ ক্ষেত্ৰত নৈতিকতা মানি চলা আৱশ্যক৷ এছিচটেড ৰিপ্ৰডাক্টিভ টেকনোলজি ৰেগুলেছন এণ্ড চেৰোগেছি বৰ্ডে এই সমগ্ৰ প্ৰক্ৰিয়াৰ ওপৰত নজৰদাৰি কৰিছে৷ সাধাৰণতে যিসকলে ভাৰতত শুক্ৰাণু দান কৰে তেওঁলোকক সংশ্লিষ্ট ক্লিনিকৰ পক্ষৰ পৰা কিছু সান্মানিকো দিয়া হয়৷ অৱশ্যে ভাৰতত এতিয়াও এই প্ৰক্ৰিয়া আমেৰিকাৰ দৰে হৈ উঠা নাই৷ ইয়াৰোপৰি ভাৰতত শুক্ৰাণু দান কৰাৰ বাবে বেছ কিছু নিয়ম মানি চলাটো জৰুৰী৷

দাতা হোৱাৰ যোগ্যতা

দাতাৰ বয়স ২১ বছৰৰ পৰা ৫৫ বছৰৰ ভিতৰত হব লাগিব৷

দাতাৰ এইচআইভি, ক্লেমিডিয়া, গনৰিয়া, চিফিলিছ আৰু হেপাটাইটিছ চিৰ দৰে সংক্ৰামক ৰোগ থাকিব নালাগিব৷

দাতাৰ কোনো জিনগত ব্যাধি বা ছিষ্টিক ফাইব্ৰচিছৰ দৰে চিকিৎসাগত অৱস্থাৰ ইতিহাস থাকিব নালাগিব৷

দাতা নিয়মিত ধূমপায়ী, মাদক ব্যৱহাৰকাৰী বা মদ্যপ হলে শুক্ৰাণু দান কৰিব নোৱাৰিব৷

পৰিচয় গোপনে ৰখা

দাতাৰ পৰিচয় আৰু ঠিকনা জনাৰ অধিকাৰ ক্লিনিক বা দম্পত্তি কাৰোৱেই থাকিব নালাগিব৷

অন্যান্য নিয়ম

স্ত্ৰী বা স্বামীৰ আত্মীয় বা পৰিচিত বন্ধুৰ দ্বাৰা দানকৃত শুক্ৰাণু ব্যৱহাৰ অনুমোদিত নহয়৷

তেজৰ গ্ৰুপ আৰু ব্যক্তিৰ আৰ এইচ ষ্টেটাছ নিৰ্ধাৰণ আৰু ৰেকৰ্ড কৰা হব৷

দাতাৰ অন্যান্য প্ৰাসঙ্গিক তথ্য যেনে উচ্চতা, ওজন, বয়স, শিক্ষাগত যোগ্যতা, পেছা, ছাল আৰু চকুৰ ৰং যিকোনো মানসিক ব্যাধিসহ ডাঙৰ ৰোগৰ ৰেকৰ্ড আৰু কোনো পাৰিবাৰিক ব্যাধিক ইতিহাসৰ ক্ষেত্ৰত পাৰিবাৰিক পটভূমিও ৰেকৰ্ড কৰা হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
Next Post
ঘনিষ্ঠতাৰ বাবদ ৫০০০, ঘৰ লোনৰ বাবে ৬০ হাজাৰ, ডিভোৰ্ছ লাগিলে ৪৫লাখ! পত্নীয়ে স্বামীক বান্ধি দিলে দৰ, আৰক্ষীৰ কাষ চাপিছে স্বামী, স্বামীক কি উপদেশ আৰক্ষীৰ?

ঘনিষ্ঠতাৰ বাবদ ৫০০০, ঘৰ লোনৰ বাবে ৬০ হাজাৰ, ডিভোৰ্ছ লাগিলে ৪৫লাখ! পত্নীয়ে স্বামীক বান্ধি দিলে দৰ, আৰক্ষীৰ কাষ চাপিছে স্বামী, স্বামীক কি উপদেশ আৰক্ষীৰ?

তথ্যপ্ৰযুক্তি আইনৰ অপব্যৱহাৰ কৰি কণ্টেণ্ট ব্লক ছেন্সৰচিপৰ অভিযোগ, ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিলে এলন মাস্কৰ সংস্থাই

তথ্যপ্ৰযুক্তি আইনৰ অপব্যৱহাৰ কৰি কণ্টেণ্ট ব্লক ছেন্সৰচিপৰ অভিযোগ, ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিলে এলন মাস্কৰ সংস্থাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.