• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত কেলছিয়ামৰ অভাৱ হ’লে কি কি ৰোগে দেখা দিব পাৰে? কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ শৰীৰত কেলছিয়ামৰ ঘাটি আছে?

শৰীৰত কেলছিয়ামৰ অভাৱ হ’লে কি কি ৰোগে দেখা দিব পাৰে? কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ শৰীৰত কেলছিয়ামৰ ঘাটি আছে?

8 months ago
মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

18 minutes ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

1 hour ago
ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

2 hours ago
গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

3 hours ago
বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

4 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

5 hours ago
চলমান-আমিৰৰ প্ৰিয় নায়িকা, এতিয়া কোটি কোটি টকাৰ মালিক!

চলমান-আমিৰৰ প্ৰিয় নায়িকা, এতিয়া কোটি কোটি টকাৰ মালিক!

5 hours ago
কপাল ফুলিব আপোনাৰ, কুবেৰৰ আশীৰ্বাদ পাবলৈ পালন কৰক এই নিয়ম

কপাল ফুলিব আপোনাৰ, কুবেৰৰ আশীৰ্বাদ পাবলৈ পালন কৰক এই নিয়ম

6 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

আঁতৰিব জীৱনৰ সকলো বিপদ, মাথোঁ সোমবাৰে জপ কৰক এইকেইটা মন্ত্ৰ

7 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

9 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত কেলছিয়ামৰ অভাৱ হ’লে কি কি ৰোগে দেখা দিব পাৰে? কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ শৰীৰত কেলছিয়ামৰ ঘাটি আছে?

শৰীৰত কেলছিয়ামৰ অভাৱ হ’লে কি কি ৰোগে দেখা দিব পাৰে? কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ শৰীৰত কেলছিয়ামৰ ঘাটি আছে?

editor by editor
September 27, 2025
in জীৱনশৈলী, ভাৰত
0
শৰীৰত কেলছিয়ামৰ অভাৱ হ’লে কি কি ৰোগে দেখা দিব পাৰে? কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ শৰীৰত কেলছিয়ামৰ ঘাটি আছে?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেলছিয়াম আমাৰ শৰীৰৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ৷ ই কেৱল হাড় আৰু দাঁত মজবুতৰ ভিত্তিয়েই তৈয়াৰ নকৰে একেলগে মাংসপেশীৰ স্বাভাৱিক কাম, স্নায়ুতন্ত্ৰৰ কাৰ্যকাৰিতা, হৃদস্পন্দন আৰু হৰমনৰ নিঃসৰণৰো ডাঙৰ ভূমিকা পালন কৰে৷ চিকিৎসকে কৈছে, মহিলাসকলৰ জীৱনত বয়স বঢ়াৰ লগে লগে কেলছিয়ামৰ গুৰুত্ব বাঢ়িব আৰু বাঢ়ি যায়৷ মেনোপজৰ পাছত হাড় দুৰ্বল হোৱা, অষ্টিঅপৰোছিচ বা হাড় ভাঙি যোৱাৰ আশংকাও বাঢ়ি যায়৷ কেৱল সেয়াই নহয়, কেলছিয়ামৰ ঘাটি, পি এম এছ অৰ্থাৎ ঋতুস্ৰাৱৰ পূৰ্বে শাৰীৰিক আৰু মানসিক অস্বস্তি, গৰ্ভাৱস্থাত সন্তানৰ সঠিক বৃদ্ধি আৰু হৃদৰোগৰ আশংকাও বঢ়ায়৷ শৰীৰত কেলছিয়ামৰ ঘাটি হলে কেইবাটাও লক্ষণে দেখা দিয়ে৷

মাংসপেশী টানি টানি ধৰা

হঠাৎ যদি ভৰি টানি টানি ধৰা কেলছিয়ামৰ ঘাটিৰ ফলত হয়৷ নিয়মিত এই ধৰণৰ সমস্যাই দেখা দিলে সতৰ্ক হোৱা জৰুৰী৷

অনিয়মিত হৃদস্পন্দন

হৃদপিণ্ডৰ সঠিক ছন্দ বজাই ৰাখিবলৈ কেলছিয়াম অপৰিহাৰ্য৷ ইয়াৰ অভাৱ হলে হৃদয়ৰ স্পন্দন অনিয়মিত হ’ব পাৰে, যিয়ে মাৰাত্মক প্ৰভাৱ পেলাব পাৰে৷

অতিৰিক্ত ক্লান্তি

কেলছিয়ামৰ ঘাটিত দিনটো কোনোধৰণৰ কাম নকৰিলেও অৱসাদ, ক্লান্তি বা অলসতা হ’ব পাৰে৷ যাৰ নেপথ্যত অন্য কোনো কাৰণ আছে ভাৱি বহুতেই উপেক্ষা কৰে৷

নখ দুৰ্বল হোৱা

নখ বাৰে বাৰে ভাঙি যোৱা বা পাতল হৈ যোৱা শৰীৰত প্ৰয়োজনীয় কেলছিয়ামৰ ঘাটিৰ সংকেত৷ মহিলাসকলৰ ক্ষেত্ৰত ই খুবেই সাধাৰণ লক্ষণ৷

দাঁতৰ সমস্যা

দাঁত মূলত হাড়জাতীয় টিছুৰে তৈয়াৰী৷ শৰীৰত কেলছিয়ামৰ ঘাটি হলে দাঁতৰ ক্ষয়, বিষ বা দাঁত লৰি যোৱাৰ দৰে সমস্যা তৈয়াৰ হব পাৰে৷

চিকিৎসকৰ মতে শৰীৰত কেলছিয়ামৰ ঘাটি দীৰ্ঘ সময় ধৰি চলি থাকিলে ইয়াৰ প্ৰভাৱত ধীৰে ধীৰে হাড়ত পৰিবলৈ ধৰে আৰু বয়স বঢ়াৰ লগে লগে ই ভয়াৱহ ৰূপ লয়৷ সেয়ে প্ৰতিদিনে খাদ্যত পৰ্যাপ্ত কেলছিয়াম নিশ্চিত কৰা খুবেই জৰুৰী৷ গাখীৰ, দৈ, পনিৰ, সেউজীয়া পাচলি, বাদাম আদি কেলছিয়াম সমৃদ্ধ খাদ্যভাষে এই ঘাটি পূৰণত সহায় কৰে৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ লৈ ছাপ্লিমেণ্ট খোৱা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়
ক্ৰীড়া

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

June 8, 2026
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

June 8, 2026
গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!
জীৱনশৈলী

গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

June 8, 2026
বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান
ভাৰত

বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

June 8, 2026
Next Post
নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?

নৱমীৰে আৰম্ভ হ’ব অক্টোবৰ মাহ! লাকী কোন কোন ৰাশি?

জুবিন গাৰ্গৰ স্মৃতিত পশ্চিমবংগৰ কোচবিহাৰত নিৰ্মাণ কৰা হ’ব সু-উচ্চ মূৰ্তি, জুবিন গাৰ্গৰ স্মৃতিত কেইবাটাও উল্লেখনীয় সিদ্ধান্ত চুবুৰীয়া ৰাজ্যৰ

জুবিন গাৰ্গৰ স্মৃতিত পশ্চিমবংগৰ কোচবিহাৰত নিৰ্মাণ কৰা হ’ব সু-উচ্চ মূৰ্তি, জুবিন গাৰ্গৰ স্মৃতিত কেইবাটাও উল্লেখনীয় সিদ্ধান্ত চুবুৰীয়া ৰাজ্যৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.