• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

4 months ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

2 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

3 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

3 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

4 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

5 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

5 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

5 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

6 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

7 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

7 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

editor by editor
December 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুকুত অলপ অলপ বিষ৷ তাৰপিছতেই ঘামি যোৱা৷ শৰীৰত অস্বস্তি৷ আৰু হঠাতে হাৰ্টএটেক৷ এই পৰিস্থিতিত ৰোগীক বচোৱাৰ বাবে অলপ সময়ো পোৱা নাযায়৷ হাৰ্টএটেক বা ব্ৰেইন ষ্ট্ৰোকে এনেকৈয়ে হঠাৎ আক্ৰমণ কৰে যে সকলোবোৰ মুহূৰ্ততে শূন্য কৰি পেলাব পাৰে৷ গভীৰ নিশা টোপনিৰ মাজতো নিঃশব্দে হাৰ্টএটেক আহিব পাৰে৷ আৰু হৃদৰোগৰ আশংকা বাঢ়ে আমাৰ দৈনন্দিন কিছু অভ্যাসৰ কাৰণেই৷ নেশ্যনেল ইনষ্টিটিউট অফ হেলথ আৰু আমেৰিকান হাৰ্ট এছোচিয়েছনৰ গৱেষকে হৃদৰোগ হোৱাৰ মূল তিনিটা কাৰণ চিহ্নিত কৰিছে৷ প্ৰায় ৯৯ শতাংশ ক্ষেত্ৰতেই দেখা গৈছে যে এই তিনিটা কাৰণতেই চল্লিছ পাৰ হ’লে হৃদৰোগৰ আশংকা বাঢ়ি যায়৷

কোন তিনিটা অভ্যাস দায়ী?

অতিৰিক্ত ধূমপান আৰু মদ্যপান
অতিৰিক্ত ধূমপান আৰু মদ্যপানৰ কাৰণে শৰীৰ নানানভাৱে ক্ষতি হয়৷ ধূমপানৰ কাৰণে তেজত ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা বাঢ়ি যায়৷ ফলত ভাল কলষ্টেৰলৰ মাত্ৰা কমিব ধৰে৷ সেই কাৰণে ধমনীত তেজ গোটা বন্ধাৰো আশংকা বাঢ়ি যায়৷ ইয়াৰ ফলত হৃদপিণ্ড আৰু মস্তিষ্কৰ ৰক্ত সঞ্চালত বাধাপ্ৰাপ্ত হয়৷ ইয়াৰ সৈতে ৰক্তনলীত চৰ্বি, বেয়া কলষ্টেৰল আৰু কেলছিয়াম গোটা বান্ধে৷ যাৰ ফলত ৰক্তনলীৰ দেৱালত চামনি পৰে যিয়ে হাৰ্ট এটেকত আশংকা বঢ়ায়৷

কম টোপনি

টোপনিৰ মাজত হাৰ্ট এটেক হয়? টোপনিৰ মাজত হাৰ্ট এটেক হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িছে৷ বয়স্কসকলৰ এই ৰোগ বেছি হয়৷ কমবয়সীয়াসকলৰো আজিকালি হাৰ্টএটেক হ’ব ধৰিছে৷ টোপনিত প্ৰায়লোকৰে হৃদস্পন্দনৰ হাৰ কম থাকে৷ হঠাৎ যদি সেয়া ৰৈ তেতিয়াই হাৰ্ট এটেক হয়৷ চিকিৎসকে কৈছে টোপনিৰ মাজত হাৰ্ট এটেক কোনো সাধাৰণ সমস্যা নহয়৷ ই বিৰল৷ চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় ‘চাইলেণ্ট হাৰ্ট এটেক’৷
সাধাৰণতে দেখা যায় যে নিশাৰ পাছত নিশা জাগি থাকিলে বা দিনে চাৰি ঘণ্টাতকৈ কম শুলে চাইলেণ্ট হাৰ্টএটেক হোৱাৰ আশংকা বাঢ়ে৷ অনিয়মিত টোপনি বা অনিদ্ৰাৰ সমস্যা থাকিলে হৃদপেশিৰ সংকোচন আৰু প্ৰসাৰণ অনিয়মিত হয় ফলত হাৰ্ট এটেকৰ আশংকা বাঢ়ে৷ শ্লিপ এপনিয়া থাকিলেও এই আশংকা বাঢ়ে৷ শ্লিপ এপনিয়া এনে এক অৱস্থা য’ত টোপনিৰ সময়ত বাৰে বাৰে শ্বাস প্ৰশ্বাস সাময়িকভাৱে বন্ধ হৈ যায়৷ ইয়াৰ ফলত শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যায় আৰু ৰক্তচাপ বাঢ়ি যায়৷ প্ৰতিবাৰে অক্সিজেনৰ মাত্ৰা কমি গ’লে হৃদপিণ্ডৰ ওপৰত চাপ বাঢ়ে আৰু হাৰ্ট এটেকৰ আশংকা বাঢ়ে৷
তেজত অধিক শৰ্কৰা

তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি গলে এথেৰোছক্লোৰোচিছৰ আশংকা বাঢ়ে৷ এইক্ষেত্ৰত ধমনীৰ দেৱালৰ মাজত চৰ্বি, কোলোষ্টেৰল আৰু অন্যান্য পদাৰ্থ জমা হয় যাক কোৱা হয় প্লাক৷ ইয়াৰ ফলত ধমনী সংকীৰ্ণ হৈ ৰক্তপ্ৰবাহক বাধা দিব পাৰে৷ এই ব্লকেজৰ পৰা ষ্ট্ৰোক বা হাৰ্ট এটেকৰ আশংকা থাকে৷ খুব বেছি মিঠাজাতীয় খাদ্য, নৰম পানীয়, দোকানৰ পৰা ক্ৰয় কৰা এনাৰ্জি ড্ৰিংক, কেক, পেষ্ট্ৰি খালে এই আশংকা বাঢ়ে৷ বহুতেই পেকেটজাত ফলৰ ৰস, হেলথ ড্ৰিংক কিনি খায়৷ এইসমূহ হাৰ্টৰ বাবে নিৰাপদ নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.