• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল?

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল?

1 year ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

14 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

15 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

16 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 days ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 days ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 days ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

2 days ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 days ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

2 days ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল?

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল?

editor by editor
August 15, 2024
in জীৱনশৈলী
0
দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল?
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৮৭ চনৰ আগষ্ঠ মাহ। সমগ্ৰ দেশজুৰি চলিছিল স্বাধীনতাৰ উৎসৱ। দিল্লীত চলিছিল ক্ষমতা হস্তান্তৰৰ প্ৰস্তুতি। কিন্তু তাৰ মাজত আছিল বিষাদৰ সুৰ। দেশে স্বাধীনতা লাভ কৰাৰ সময়খিনিতেই দেশৰ পশ্চিম আৰু পূৰ্ব প্ৰান্তৰ প্ৰদেশসমূহত চলিছিল সাম্প্ৰদায়িক সংঘৰ্ষ। প্ৰাণ ৰক্ষা কৰিবলৈ বা পৰিয়ালত থকা কন্যা, যুৱতী, মহিলাক ৰক্ষাৰ বাবে দুই দেশৰ সীমান্তত অসংখ্য ছিন্নমূল মানুহৰ অহা যোৱা চলিছিল। এই সকলোবোৰ দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে নিৰৱে থাকিও ভিতৰি ভিতৰি ভাঙি পৰিছিল। যাৰবাবে তেওঁ স্বাধীনতাৰ উৎসৱৰ পৰা নিৰৱে আঁতৰি আহিছিল। ভাগ ল’ব পৰা নাছিল স্বাধীনতাৰ উৎসৱত।

আগষ্ঠৰ ১২ তাৰিখে মোহন দাস কৰমচান্দ গান্ধী গুচি আহিছিল আমাৰ চুবুৰীয়া ৰাজ্য কলকাতা অভিমূখে। কলকাতাৰ ‘হায়দাৰি মঞ্জিল’ নামৰ ঘৰত আহি আশ্ৰয় লৈছিল মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধী কলকাতা আহি পোৱাৰ সময়তে পশ্চিমবংগৰ নোৱাখালিতো সংঘৰ্ষ চলি আছিল। উদ্বিগ্ন গান্ধীয়ে নোৱাখালিত যাবলৈ সাঁজু হৈছিল কিন্তু প্ৰশাসনে তেওঁক তালৈ যাবলৈ অনুমতি নিদিলে। তিনিদিন তেওঁ কলকাতাৰ সেই বিশেষ বাসগৃহটোতেই থাকিল। তিনিদিন পাছতেই দেশবাসীৰ বহু প্ৰতীক্ষিত স্বাধীনতা দিৱসো আহিল। সমগ্ৰ দেশৰ মানুহে সেইদিনা আনন্দত আত্মহাৰা। স্বাধীনতাৰ দিনটোক সকলোৱে উদযাপন কৰিছে। কিন্তু মহাত্মা গান্ধীয়ে এই উৎসৱত ভাগ নললে। আনন্দ অনুষ্ঠানত ভাগ লোৱাৰ পৰিবৰ্তে তেওঁ বিশেষ ঘৰটোত উপবাসে থাকি ঈশ্বৰত প্ৰাৰ্থনাহে কৰি থাকে।

প্ৰায় এমাহ সময় গান্ধীজীয়ে তাত আত্মগোপন কৰাৰ ধৰণেৰে থাকিল। ১২ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ সেই গৃহতেই থাকিল গান্ধীজী। তাৰপৰা তেওঁ নোৱাখালিলৈ যায়। কিন্তু নোৱাখালি যোৱাৰ পূৰ্বে গান্ধীজীয়ে ৭২ ঘণ্টীয়া অনশনো কৰিছিল। এই অনশনৰ কাৰণ আছিল দেশত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত মাত্ৰ কেইটামান মাহ হে জীয়াই আছিল গান্ধীজী। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছে নামৰ আততায়ীৰ গুলীত প্ৰাণ হেৰুৱাই স্বাধীনতা আন্দোলনৰ প্ৰধান নেতা মোহন দাস কৰম চান্দ গান্ধীয়ে।

গান্দীজীৰ মৃত্যুৰ পাছত তেওঁৰ স্মৃতি বিজড়িত বিভিন্ন স্থানত বহু সামগ্ৰী সংৰক্ষণ কৰা হৈছে। গান্ধীজীয়ে মৃত্যুৰ পূৰ্বে এমাহ থাকি যোৱা এই বাসগৃহটোও সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি পশ্চিম বংগ চৰকাৰক আবেদন কৰি আহিছিল বহুজনেই। পাছলৈ ২০১৮ চনৰ ২ অক্টোবৰত গান্ধীজীৰ জন্মদিনৰ সৈতে সংগতি ৰাখিয়েই এই বিশেষ ঘৰটোক ন ৰূপ দি ‘হেৰিটেজ বিল্ডিং’ হিচাপে ঘোষণা কৰে। সেই হেৰিটেজ ভৱনতেই গান্ধীজীৰ বিভিন্ন সময়ৰ ফটোৰ লগতে তেওঁৰ চিঠি আৰু বহু সামগ্ৰী সংৰক্ষণ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
আগন্তুক ৫বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ আসন বঢ়োৱা হ’ব, স্বাধীনতা দিৱসৰ অনুষ্ঠানত ঘোষণা প্ৰধানমন্ত্ৰীৰ

আগন্তুক ৫বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ আসন বঢ়োৱা হ’ব, স্বাধীনতা দিৱসৰ অনুষ্ঠানত ঘোষণা প্ৰধানমন্ত্ৰীৰ

ধন ঘটাত পাকৈত এই ৪ৰাশিৰ জাতক, বিলাস-বৈভৱ জন্মগত অধিকাৰ এইকেইটা ৰাশিৰ জাতকৰ

ধন ঘটাত পাকৈত এই ৪ৰাশিৰ জাতক, বিলাস-বৈভৱ জন্মগত অধিকাৰ এইকেইটা ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.