• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোটেলত চুৰি কৰিবলৈ আহি একোৱেই নাপালে, খঙৰে চোৰে ২০টকা থৈ নমস্কাৰ দিয়ে চিচি কেমেৰাক, ক’ত এই ঘটনা?

হোটেলত চুৰি কৰিবলৈ আহি একোৱেই নাপালে, খঙৰে চোৰে ২০টকা থৈ নমস্কাৰ দিয়ে চিচি কেমেৰাক, ক’ত এই ঘটনা?

2 years ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

14 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

29 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

1 hour ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হোটেলত চুৰি কৰিবলৈ আহি একোৱেই নাপালে, খঙৰে চোৰে ২০টকা থৈ নমস্কাৰ দিয়ে চিচি কেমেৰাক, ক’ত এই ঘটনা?

হোটেলত চুৰি কৰিবলৈ আহি একোৱেই নাপালে, খঙৰে চোৰে ২০টকা থৈ নমস্কাৰ দিয়ে চিচি কেমেৰাক, ক’ত এই ঘটনা?

editor by editor
July 27, 2024
in জীৱনশৈলী, ভাৰত
0
হোটেলত চুৰি কৰিবলৈ আহি একোৱেই নাপালে, খঙৰে চোৰে ২০টকা থৈ নমস্কাৰ দিয়ে চিচি কেমেৰাক, ক’ত এই ঘটনা?
0
SHARES
203
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোটেল বন্ধ হৈ যোৱাৰ পাছতেই মাজনিশা সোমাইছিল চোৰ৷ তন্নতন্নকৈ ৰুমত তালাছি চোৰৰ৷ কিন্তু একোৱেই নাই সেই হোটেল ৰুমত৷ কি চুৰি কৰা যায়? ভাৱি ভাৱি কেইবাপাকো ফুৰি ফ্ৰিজ খুলি পানীৰ বটল এটা উলিয়াই আনে চোৰে৷ অলপমান পানী খাই চিচি কেমেৰাৰ সন্মুখত ২০ টকা থৈ নমস্কাৰ জনাই সেই স্থানৰ পৰা উধাও হয় চোৰ৷

ঘটনাটো হায়দৰাবাদৰ মহেশ্বৰমৰ৷ আৰক্ষীয়ে জনোৱা অনুসৰি চুৰিৰ ঘটনা ঘটিছে এসপ্তাহ পূৰ্বে৷ বিগত ১৮ জুলাইত সেই চুৰিৰ ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে লাভ কৰিছে সেই চিচিটিভি ফুটেজ৷ ফুটেজতেই দেখা গৈছে সেই বিশেষ দৃশ্য৷ তদন্তকাৰীয়ে জনোৱা অনুসৰি এটা পানীৰ বটলৰ বাহিৰে কোনো সামগ্ৰীয়ে চুৰি হোৱা নাই৷ চোৰক ধৰিবৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীৰ দলে৷ প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে যে এই হোটেলৰ ক’ত কি আছে চোৰে পূৰ্বৰে পৰাই জানে৷ পৰিচিত কোনো লোকেই চুৰিৰ বাবে প্ৰৱেশ কৰিছিল৷ কেইবামিনিটৰ চিচিটিভি ফুটেজত পোৱা অনুসৰি চোৰৰ মূৰত কেপ, মুখ ঢকা আৰু ডিঙিত গামোছা৷ যা’তে তেওঁক চিনি নাপায় তাৰবাবেই এই পন্থা অৱলম্বন কৰিছে চোৰে৷

হালধীয়া ৰঙৰ এটা টি-ছাৰ্ট আৰু এটা ধূসৰ ৰঙৰ ট্ৰাউজাৰ৷ হোটেলত সোমাই এটাৰ পাছত আনটো চুক-কোণ নিৰিক্ষণ কৰে চোৰে৷ কিন্তু একো সামগ্ৰী নাপায় ফ্ৰিজ খুলি এবটল পানী লৈ কেমেৰাৰ সন্মুখত ২০টকা থৈ এটা নমস্কাৰ দি সেই স্থান ত্যাগ কৰে চোৰে৷ সেই ফুটেজ দেখি বিস্মিত আৰক্ষীও৷ অৱশ্যে চোৰ চোৰেই৷ চুৰ কৰক বা নকৰক আৰক্ষীয়ে চোৰক বিচাৰি এতিয়া অব্যাহত ৰাখিছে অভিযান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা
স্বাস্থ্য

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

April 7, 2026
Next Post
প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

মহাকাশত বন্দী সুনীতা উইলিয়ামছ, সুনীতাৰ মহাকাশ যাত্ৰাক লৈ বৃহৎ আপডেট নাছাৰ

মহাকাশত বন্দী সুনীতা উইলিয়ামছ, সুনীতাৰ মহাকাশ যাত্ৰাক লৈ বৃহৎ আপডেট নাছাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.