• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?

২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?

4 years ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

1 hour ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

2 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

2 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

3 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

3 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

4 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

4 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

5 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

5 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

6 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

7 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?

editor by editor
June 20, 2022
in বিবিধ, বিশ্ব
0
২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?
0
SHARES
90.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোভিড পৰিস্থিতিয়ে সমগ্ৰ বিশ্বতে কৰ্মসংকোচন ঘটোৱাৰ পিছত কোটি কোটি লোক কৰ্ম সংস্থাপনহীন হৈ পৰিছে৷ আনফালে একাংশই চাকৰিৰ থাকিও অতিৰিক্ত হেঁচাৰ বাবে চিন্তিত হৈ পৰিছে। কিন্তু এনে সময়তে এগৰাকী ২২ বছৰীয়া স্কটিছ যুৱতীয়ে এনে এটা চাকৰি লাভ কৰিছে য’ত তেওঁ মাত্ৰ পৰ্ণ ভিডিঅ’ চাইয়ে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে৷

আচলতে ২২ বছৰীয়া যুৱতীগৰাকীয়ে কেৱল পৰ্ণ ভিডিঅ’ চালেই নহ’ব, তেওঁ পৰ্ণ ভিডিঅ’ চোৱাৰ পিছত তাৰ ওপৰত গৱেষণা কৰিব লাগিব। ইয়াৰ আঁৰৰ উদ্দেশ্য হ’ল যিটো কোম্পানীটোৱে তেওঁক এই চাকৰি দিছে সেইটোৱে তেওঁ কৰাৰ গৱেষণাৰ ওপৰত ভিত্তি কৰি ভাল আইডিয়াৰ পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰিব। এই কামৰ বাবে যুৱতীগৰাকীয়ে প্ৰতি ঘণ্টাত ১৫০০ টকাকৈ লাভ কৰিব।

যুৱতীগৰাকীয়ে চাকৰিটো সহজে লাভ কৰা নাছিল৷ নিউয়ৰ্ক পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বেড-বাইবেলত পৰ্ণ ৰিচাৰ্ছ হেডৰ এই পদৰ বাবে ৯০ হাজাৰতকৈ অধিক লোকে আবেদন কৰিছিল।

 

লগতে পঢ়ক পুৰুষৰ কি কি গুণে নাৰীক আকৰ্ষিত কৰে? কি গুণে নাৰীৰ হৃদয়ক স্পৰ্শ কৰে?

বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৯০ হাজাৰ আবেদনৰ ভিতৰত ২২ বছৰীয়া এই ৰেবেকা ডিক্সনো আছিল। ৰেবেকাই কঠিন প্ৰতিযোগিতা অৱতীৰ্ণ হৈহে এই চকাৰিটো লাভ কৰে।

বৰ্তমান ৰেবকাই বেড-বাইবেলৰ ১০০ টা সৰ্বাধিক চোৱা পৰ্ণ ভিডিঅ’ৰ ওপৰত গৱেষণা কৰি আছে। নিউয়ৰ্ক পোষ্টক দিয়া এক সাক্ষাৎকাৰত ৰেবেকাই কৈছে যে পৰ্ণ ৰিচাৰ্ছ হেডৰ চাকৰিটোৱেই হৈছে বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ কাম। তেওঁ কয় যে ‘‘এইটো এটা বেলেগ ধৰণৰ কাম। ইয়াৰ বিভিন্ন প্ৰত্যাহ্বানৰ বাবে মই সাজু। মই এগৰাকী মুকলি মনৰ ছোৱালী, নতুন কিবা এটা চেষ্টা কৰি চালে মোৰ আপত্তি নাই।’’

 

Congratulations Rebecca Dickson and welcome to the BedBible family! Rebecca beat out 90,000 applicants to become our Head of Porn Research and she’s already doing an amazing job! Thanks to all who applied! #porn #Jobs #hired #BedBible https://t.co/tGQOG2O3tk

— BedBible (@BedBible) May 18, 2022

 

পৰ্ণ গৱেষণা মুৰব্বী হিচাপে ৰেবেকাই পৰ্ণ ভিডিঅ’ অতি নিবিড়ভাৱে চাব লাগিব। ইয়াৰ উপৰিও পৰ্ণৰ কণ্ঠ আৰু ইয়াত কাম কৰা মহিলা আৰু পুৰুষৰ তথ্য সংগ্ৰহ কৰিব লাগিব। ইয়াৰ লগতে তেওঁ যৌন অৱস্থাৰ বিষয়েও তথ্য সংগ্ৰহ কৰি তেওঁলোকৰ প্ৰতিবেদন লিখিব লাগিব।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBedBiblebest news channel in assamBest news channel of assamBest News Portal in AssamPorn Research Head
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম
জীৱনশৈলী

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

September 19, 2026
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি
অসম

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

September 19, 2026
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ
জীৱনশৈলী

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

September 19, 2026
Next Post
হাঁহি বিৰিঙিব চৰকাৰী কৰ্মচাৰীৰ মুখত! বৃদ্ধি পাব নেকি তেওঁলোকৰ দৰমহা?

হাঁহি বিৰিঙিব চৰকাৰী কৰ্মচাৰীৰ মুখত! বৃদ্ধি পাব নেকি তেওঁলোকৰ দৰমহা?

প্ৰথমবাৰ মিছ ইউনিৰ্ভাছত ভূটান, প্ৰতিনিধিত্ব কৰিব লেছবিয়ান এগৰাকী বিউটি কুইনে!

প্ৰথমবাৰ মিছ ইউনিৰ্ভাছত ভূটান, প্ৰতিনিধিত্ব কৰিব লেছবিয়ান এগৰাকী বিউটি কুইনে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.