• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ বছৰতে স্বেচ্ছাৰে বিয়া হ’ব পাৰিব মুছলমান ছোৱালীয়ে, উচ্চ ন্যায়ালয়ৰ  

১৬ বছৰতে স্বেচ্ছাৰে বিয়া হ’ব পাৰিব মুছলমান ছোৱালীয়ে, উচ্চ ন্যায়ালয়ৰ  

2 weeks ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

16 hours ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

17 hours ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

18 hours ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

18 hours ago
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

19 hours ago
পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

20 hours ago
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

21 hours ago
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

22 hours ago
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

23 hours ago
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

2 days ago
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

2 days ago
প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

2 days ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

১৬ বছৰতে স্বেচ্ছাৰে বিয়া হ’ব পাৰিব মুছলমান ছোৱালীয়ে, উচ্চ ন্যায়ালয়ৰ  

editor by editor
June 20, 2022
in Uncategorized
0
১৬ বছৰতে স্বেচ্ছাৰে বিয়া হ’ব পাৰিব মুছলমান ছোৱালীয়ে, উচ্চ ন্যায়ালয়ৰ  
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুছলমান ছোৱালীয়ে এতিয়া ১৬ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে নিজৰ পছন্দৰ ল’ৰাক বিয়া কৰাব পাৰিব। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিছে। এগৰাকী ১৬ বছৰীয়া মুছলমান কিশোৰীয়ে ২১ বছৰীয়া স্বামীৰ সৈতে থাকিবলৈ আদালতৰ কাষ চাপিছিল আৰু এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ এই ৰায় প্ৰদান কৰিছে৷ ইয়াৰ লগতে উচ্চ ন্যায়ালয়ে ১৬ বছৰীয়া কিশোৰীগৰাকীক স্বামীৰ সৈতে থাকিবলৈ প্ৰয়োজনীয় সকলো নিৰাপত্তা প্ৰদান কৰাৰো নিৰ্দেশ দিয়ে।

উল্লেখ্য যে পৰিয়ালৰ সন্মতি অবিহনে বিবাহপাশত আৱদ্ধ হোৱা এগৰাকী ১৬ বছৰীয়া মুছলমান কিশোৰীয়ে বিয়াৰ পিছত নিৰাপত্তাহিনীতা ভুগি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। গোচৰটো শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশজিৎ সিং বেদীয়ে এই ৰায় প্ৰদান কৰিছে।

তেওঁ পাঠানকোটৰ আৰক্ষী অধীক্ষকক ১৬ বছৰীয়া কিশোৰীগৰাকীক স্বামীৰ সৈতে থাকিবলৈ প্ৰয়োজনীয় নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই গোচৰটো শুনানি গ্ৰহণ কৰাৰ সময়ত ন্যায়াধীশ বেদীয়ে মুছলিম ব্যক্তিগত আইন সম্পৰ্কে লিখা দিনশাহ ফাৰদুন জি মুল্লাৰ কিতাপখনৰ কথাও উল্লেখ কৰে।

 

লগতে পঢ়ক মুখৰ দুৰ্গ্ধন্ধ দূৰ কৰাৰ ঘৰুৱা প্ৰতিকাৰ, ৰাতিপুৱা শুই উঠাৰ পিছত মুখ গোন্ধাই নেকি?

প্ৰতিবেদন অনুসৰি, কিশোৰীজনীয়ে নিজৰ আবেদনত জনাইছিল যে ইছলাম ধৰ্মীয় ৰীতি-নীতি অনুসৰি যোৱা ৮ জুনত ২১ বছৰীয়া ল’ৰা এটাক বিয়া কৰাইছিল। কিন্তু তেওঁলোকৰ জীৱনলৈ দুয়োটা পৰিয়ালৰ পৰা বিপদত আহিছে।

তথ্য অনুসৰি এই দম্পতী হালে তেওঁলোকৰ অধিবক্তাৰ জৰিয়তেও যুক্তি দিছিল যে মুছলমান আইনত যৌৱনকাল আৰু প্ৰাপ্তবয়স্ক বয়স প্ৰায়ে সমান। ১৫ বছৰ বয়সতে এজন ব্যক্তিয়ে প্ৰাপ্তবয়স্কতা লাভ কৰে বুলি অনুমান কৰা হৈছে।

তেওঁ আৰু যুক্তি দিছিল যে যিজন মুছলমান ল’ৰা বা মুছলমান ছোৱালীয়ে যৌৱনকালত উপনীত হৈছে তেওঁ নিজৰ পছন্দৰ যিকোনো ব্যক্তিক বিয়া কৰাবলৈ স্বাধীন আৰু অভিভাৱকৰ হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!
Uncategorized

সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!

June 27, 2022
একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১
ভাৰত

একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

June 21, 2022
কৰীণা আৰু অনন্যা পাণ্ডেৰ ঘৰত আৰক্ষী! কিয় গ’ল আৰক্ষী? জানিবলৈ চাওক…
Uncategorized

কৰীণা আৰু অনন্যা পাণ্ডেৰ ঘৰত আৰক্ষী! কিয় গ’ল আৰক্ষী? জানিবলৈ চাওক…

June 10, 2022
হজৰত মহম্মদক অপমান! দেশৰ চাৰি ৰাজ্যত আত্মঘাতী আক্ৰমণ কৰিব আল-কায়দাই!
Uncategorized

হজৰত মহম্মদক অপমান! দেশৰ চাৰি ৰাজ্যত আত্মঘাতী আক্ৰমণ কৰিব আল-কায়দাই!

June 8, 2022
Next Post
২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?

২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?

হাঁহি বিৰিঙিব চৰকাৰী কৰ্মচাৰীৰ মুখত! বৃদ্ধি পাব নেকি তেওঁলোকৰ দৰমহা?

হাঁহি বিৰিঙিব চৰকাৰী কৰ্মচাৰীৰ মুখত! বৃদ্ধি পাব নেকি তেওঁলোকৰ দৰমহা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.