• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব! আলিয়া, নৰা, জেকলিন, কেটৰীনাই কিয়  কাহানিও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতত?

ভাৰতত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব! আলিয়া, নৰা, জেকলিন, কেটৰীনাই কিয় কাহানিও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতত?

2 years ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

47 minutes ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

2 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

2 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

4 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

4 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

5 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

6 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

7 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

17 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

18 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

19 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব! আলিয়া, নৰা, জেকলিন, কেটৰীনাই কিয় কাহানিও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতত?

ভাৰতত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব! আলিয়া, নৰা, জেকলিন, কেটৰীনাই কিয় কাহানিও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতত?

editor by editor
April 25, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ভাৰতত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব! আলিয়া, নৰা, জেকলিন, কেটৰীনাই কিয়  কাহানিও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতত?
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰম্ভ হৈছে লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত অসম, পশ্চিমবংগ, চেন্নাইসহ কেইবাখনো ৰাজ্যৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ১ জুন পৰ্যন্ত চলিব ভোটগ্ৰহণ পৰ্ব। ৪ জুনত দিয়া হ’ব নিৰ্বাচনী ফলাফল। ৪তাৰিখে স্পষ্ট হ’ব কোন দলে চৰকাৰ গঠন কৰিব।  এপ্ৰিল-মে মাহ ধৰি চলিব সমগ্ৰ দেশৰ প্ৰথম দফাৰ নিৰ্বাচন। বলীউডৰ চেলিব্ৰিটিসকলেও ভোটদানৰ বাবে আগুৱাই আহি তেওঁলোকৰ অনুৰাগীলৈ এৰিছে বিশেষ বাৰ্তা। ভোটদানৰ অধিকাৰ গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰ সাব্যস্ত কৰক।

কিন্তু এইবাৰ নিৰ্বাচনত ভোটগ্ৰহণ কৰিব নোৱাৰিব ৰণবীৰ কাপুৰৰ পত্নী তথা অভিনেত্ৰী আলিয়া ভাট্টে। কেৱল এইবাৰেই নহয় আজীৱন তেওঁ ভাৰতৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক উৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিব। ইয়াৰ অন্যতম কাৰণ হৈছে আলিয়া ভাট্ট ভাৰতৰ নাগৰিক নহয়। আলিয়া ভাট্ট ভাৰতত থাকিলেও তেওঁৰ ব্ৰিটেইনৰ নাগৰিকত্ব আছে। ইয়াৰ কাৰণ আলিয়াৰ মাতৃ ছনি ৰাজদান ব্ৰিটেইনৰ নাগৰিক। সেই হিচাপেই আলিয়াই ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।আলিয়াৰ ভাৰতত নাগৰিকত্ব নথকাৰ বাবেই তেওঁ ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। কেৱল আলিয়াই নহয় কেটৰীণা কাইফ, ইমৰাণ খান, জেকলিন ফাৰ্নাণ্ডেজ, নৰা ফাতেহিসহ বহুতেই ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!
জীৱনশৈলী

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

July 13, 2026
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

July 13, 2026
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক
জীৱনশৈলী

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

July 12, 2026
Next Post
৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

দেশৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ল চীন সীমান্তত থকা ডিবাং ভেলীৰ, অন কেমেৰা খহিল ৰাস্তা, চাওক ভয়ংকৰ দৃশ্য

দেশৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ল চীন সীমান্তত থকা ডিবাং ভেলীৰ, অন কেমেৰা খহিল ৰাস্তা, চাওক ভয়ংকৰ দৃশ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.