• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

2 years ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

6 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

7 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

7 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

8 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

9 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

10 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

10 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

11 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

12 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

12 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

15 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

editor by editor
April 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা
0
SHARES
85
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমগ্ৰ দেশৰ ভিতৰত লাডাখ এনে এখন কেন্দ্ৰীয়শাসিত অঞ্চল য’ত নিৰ্বাচন পৰিচালনা কৰাটোও নিৰ্বাচন কমিছনৰ বাবে ডাঙৰ চেলেঞ্জ। সাধাৰণতে বৰফে ঢাকি ৰখা লাডাখৰ তাপমাত্ৰা প্ৰায় সময়তে মাইনাছতেই থাকে। এইবাৰ ১ লাখ ৮২ হাজাৰ ৫৭১ জন ভোটাৰৰ বাবে ৫৭৮ টা ভোটকেন্দ্ৰ তৈয়াৰ কৰা হ’ব। ইয়াৰ মাজতেই এনে এক ভোটকেন্দ্ৰ আছে তাত ভোটাৰৰ সংখ্যা কেৱলমাত্ৰ ৫জন। বৰফে ঢকা দুৰ্গম এলেকাত তম্বু তৰি নিৰ্মাণ কৰা হৈছে ভোটকেন্দ্ৰ। ২০ মেত লাডাখত ৫ম দফাত অনুষ্ঠিত হ’ব নিৰ্বাচন।

লাডাখত ভোটাৰৰ সংখ্যা কিমান?

লাদাখৰ মুখ্য নিৰ্বাচনী বিষয়া যতীন্দ্ৰ এম মাৰালকৰে এই সন্দৰ্ভত দিয়া বিবৃত্তিত উল্লেখ কৰা অনুসৰি লেহ আৰু কাৰ্গিল এই দুখন লাডাখৰ দুখন বিশেষ জিলা। এই কেন্দ্ৰীয়শাসিত এলেকাৰ পৰা এখন লোকসভা আসন আছে। এই লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা ১,৮২,৫৭১ জন। ইয়াৰ মাজতেই পুৰুষ ভোটাৰৰ সংখ্যা ৯১হাজাৰ ৭০৩জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৯০ হাজাৰ ৮৬৮ জন। এওঁলোকৰ মাজত ১১১৮জন প্ৰতিবন্দী।

৭০৩০ জন  ভোটাৰ ১৮ৰ পৰা ১৯ বছৰীয়া। ১৫৭০ জন ৮৫বছৰৰ উৰ্ধৰ আৰু ৩৬জন ভোটাৰৰ বয়স ১০০তকৈ বেছি। কাৰাকোৰাম ৰেঞ্জৰ ছিয়াচেন হিমবাহৰ পৰা উত্তৰ-পশ্চিম হিমালয় পৰ্যন্ত বিস্তৃত লাডাখৰ অত্যন্ত ঠাণ্ডা পৰিবেশত লোকসভা নিৰ্বাচন পৰিচালনা কৰাও এক ডাঙৰ চেলেঞ্জ।

দুটা পৰিয়ালত ভোটাৰ মাত্ৰ ৫ জন

এই কেন্দ্ৰীয়শাসিত অঞ্চলত ৫৭৮ টা ভোটকেন্দ্ৰৰ ভিতৰত লেহ জিলাৰ ৱাৰছি গাওঁত এটা বিশেষ ভোটকেন্দ্ৰ তৈয়াৰ কৰা হৈছে। সম্পূৰ্ণ বৰফে ঢকা এই এলেকাত মাত্ৰ দুটা পৰিয়ালে বসবাস কৰে। দুই পৰিয়ালত ভোটাৰৰ সংখ্যা মাত্ৰ ৫জন। এই ৫ভোটাৰৰ ভোট সংগ্ৰহ কৰিবলৈ নিৰ্বাচন কমিছনে বৰফৰ চূড়া আৰু দুৰ্গম এলেকা পাৰ হৈ তাত ভোটকেন্দ্ৰ স্থাপন কৰিছে। সেই ভোটকেন্দ্ৰত ইমানেই ঠাণ্ডা যে গৰম কৰি ৰাখিবৰ বাবে হিটাৰৰ ব্যৱস্থা কৰা হৈছে। ভোটাৰৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থাও কৰা হৈছে এই ভোটকেন্দ্ৰত।

৫৭৬ টা ভোটকেন্দ্ৰৰ ভিতৰত ৩৩টা চহৰত আৰু ৫৪৫টা গাওঁ এলেকাত। সমস্ত এলেকাই খুব ঠাণ্ডা। ঠাণ্ডাত ভোটাৰসকলক ঘৰৰ পৰা উলিয়াই অনাও ডাঙৰ চেলেঞ্জ। ভোটাৰৰ মাজত সচেতনতা বঢ়াবৰ বাবে বিভিন্ন কৰ্মসূচী আৰম্ভ কৰিছে কমিছনে। লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চলত ভোট কেন্দ্ৰ যি স্থানত আছে সেই স্থানসমূহত ভোটগ্ৰহণকাৰী দল আৰু নিৰাপত্তা কৰ্মীসকলৰ বাবে পৰিবহণৰ বাবে হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে। এতিয়াও বহু ৰাস্তা বৰফেৰেই ঢাক খাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?
বিনোদন

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
Next Post
দেশৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ল চীন সীমান্তত থকা ডিবাং ভেলীৰ, অন কেমেৰা খহিল ৰাস্তা, চাওক ভয়ংকৰ দৃশ্য

দেশৰ সৈতে সংযোগ বিচ্ছিন্ন হ’ল চীন সীমান্তত থকা ডিবাং ভেলীৰ, অন কেমেৰা খহিল ৰাস্তা, চাওক ভয়ংকৰ দৃশ্য

কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.