অস্তিত্বৰ সংকটত তিনিচুকীয়াৰ চাউলধোৱা পুখুৰী আৰু মটক ৰাজ্যৰ ঐতিহাসিক সমল। মটকৰ স্বাভিমান গ্ৰাস কৰিলে বহিৰাগত বণিয়াই। তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ চাউলধোৱা পুখুৰী। ১৮ বিঘা ভূমি জোৰা মটক শাসনৰ স্মৃতি বিজড়িত পুখুৰী। ১৮ বিঘা ভূমিৰ আছে মাথোঁ ৩ কঠা ১৩ লেচাহে। চাউলধোৱা পুখুৰীত বহিৰাগতৰ আগ্ৰাসন। চাউলধোৱা পুখুৰীক গ্ৰাস ‘লোহিয়া চেৰিটেবল ট্ৰাষ্ট’ৰ। ১৯৯৮ চনৰ পৰা ভূমিডৰা গ্ৰাস লোহিয়াৰ। ৰাহুৰ দৰে ভূমিডৰা গ্ৰাস দীপক লোহিয়াৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ