• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকু ভালে ৰাখিবলৈ এই ৫ টা অভ্যাস আজিয়েই ত্যাগ কৰক

চকু ভালে ৰাখিবলৈ এই ৫ টা অভ্যাস আজিয়েই ত্যাগ কৰক

3 years ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

22 minutes ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

32 minutes ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

2 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

3 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

4 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

4 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

5 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

5 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

21 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

21 hours ago
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

22 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চকু ভালে ৰাখিবলৈ এই ৫ টা অভ্যাস আজিয়েই ত্যাগ কৰক

editor by editor
February 10, 2023
in অসম, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
চকু ভালে ৰাখিবলৈ এই ৫ টা অভ্যাস আজিয়েই ত্যাগ কৰক
0
SHARES
34.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চকু শৰীৰৰ আটাইতকৈ স্পৰ্শকাতৰ অংগ। পূৰ্বে এটা বয়সৰ পাছতহে মানুহৰ চকুৰ ৰোগ হৈছিল। এতিয়া তেনে নহয়। যিকোনো বয়সতেই চকুৰ ৰোগ হ’ব পাৰে। আধুনিক জীৱনযাত্ৰাত কম বয়সতেই চকুৰ সমস্যা হ’ব পাৰে। পৰ্যাপ্ত টোপনিৰ অভাৱত চকুৱে বিশ্ৰাম নাপায়। যিমান সময় সাৰে থাকে সিমান সময়ে আমাৰ চকুৰ ওপৰতেই চাপ পৰে। কাৰ্যালয়ত দীৰ্ঘসময় ধৰি লেপটপৰ সন্মুখত কাম কৰা, মোবাইলত প্ৰায়সময়তে ব্যস্ত থকা আদিয়ে চকুৰ সমস্যা বঢ়াই তোলে। সাধাৰণতে কিছু অভ্যাস এৰাই চলিলেই চকুৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। চকু ভালে ৰাখিবলৈ কি কি কৰাটো প্ৰয়োজন?

১) গৰম পানীৰে চকু নুধুৱ
যিমানেই ঠাণ্ডা নহওক কিয় ঠাণ্ডা পানীৰে চকু ধোৱাটো চকুৰ বাবে ক্ষতিকাৰক। কেৱল গৰম পানীয়েই নহয়, জুইৰ ধোঁৱাও চকুৰ বাবে ক্ষতিকাৰক। প্ৰখৰ ৰ’দো চকুৰ বাবে বেয়া। সেয়ে এইসমূহৰ পৰা চকুক ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজন।

২) চকুৰ পলক নেপেলোৱাকৈ থকা
চকুৰ ওচৰলৈ কিবা আহিলে আমাৰ চকুৱে নিজেই পলক পেলাই। কিন্তু টেলিভিছনৰ লোমহৰ্ষক কোনো ঘটনাৰ একশ্ব্যন চাই থাকোতে আমি পলক পেলাবলৈকে পাহৰি পেলাও। চকুৰ পলক নেপেলোৱাৰ অভ্যাস কিন্তু চকুৰ বাবে অতিকৈ বেয়া।

৩) অতিৰিক্তভাৱে আইড্ৰপ ব্যৱহাৰ কৰা
বহুতেই ভাৱে যে বাৰে বাৰে আইড্ৰপ ব্যৱহাৰ কৰিলে চকু ভালে থাকে। এয়া কিন্তু চকুৰ বাবে অপকাৰীহে। চিকিৎসকৰ পৰামৰ্শ অবিহনে কৃত্ৰিম, ৰাসায়নিক নিৰ্ভৰশীনল এই ড্ৰপ ব্যৱহাৰ কৰা অনুচিত।

৪) শোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰা

চকুৰ চাৰিওফালে বালিৰেখা পৰাটো বহুতৰে এটা প্ৰধান সমস্যা। এই সমস্যাৰ পৰা মুক্তি পাবলৈ বহুতেই শুবলৈ যাওঁতে চকুত মাস্ক পৰিধান কৰে। কিন্তু এনেদৰে মাস্ক পিন্ধাটো চকুৰ বাবে ক্ষতিকৰ।

৫) চকু খজুওৱা
বহুতেই ঘনাই হাতেৰে চকু খজুৱাই থাকে। পৰিষ্কাৰ হাত হয়নে নহয় সেয়া নোচোৱাকৈয়ে চকু মোহাৰি থকাটো চকুৰ বাবে ক্ষতিকাৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?
জীৱনশৈলী

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

January 16, 2026
Next Post
মোটা অংকৰ ধনৰ বিনিময়ত ‘নগ্ন ভিডিঅ’ বিক্ৰি কৰে আদিলে! স্বামী আদিলৰ বিৰুদ্ধে ছাইবাৰ ক্ৰাইম শাখাত ৰাখীৰ গোচৰ

মোটা অংকৰ ধনৰ বিনিময়ত 'নগ্ন ভিডিঅ’ বিক্ৰি কৰে আদিলে! স্বামী আদিলৰ বিৰুদ্ধে ছাইবাৰ ক্ৰাইম শাখাত ৰাখীৰ গোচৰ

ৰাজ্যৰ শিক্ষকসকললৈ আন এটা ভালখবৰ, নিয়মীয়াকৰণ কৰা হ’ব এইসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

ৰাজ্যৰ শিক্ষকসকললৈ আন এটা ভালখবৰ, নিয়মীয়াকৰণ কৰা হ’ব এইসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.