• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকু ভালে ৰাখিবলৈ এই ৫ টা অভ্যাস আজিয়েই ত্যাগ কৰক

চকু ভালে ৰাখিবলৈ এই ৫ টা অভ্যাস আজিয়েই ত্যাগ কৰক

3 years ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

2 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

3 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

3 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

4 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

6 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

6 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

7 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

7 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

8 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

9 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

10 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চকু ভালে ৰাখিবলৈ এই ৫ টা অভ্যাস আজিয়েই ত্যাগ কৰক

editor by editor
February 10, 2023
in অসম, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
চকু ভালে ৰাখিবলৈ এই ৫ টা অভ্যাস আজিয়েই ত্যাগ কৰক
0
SHARES
34.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চকু শৰীৰৰ আটাইতকৈ স্পৰ্শকাতৰ অংগ। পূৰ্বে এটা বয়সৰ পাছতহে মানুহৰ চকুৰ ৰোগ হৈছিল। এতিয়া তেনে নহয়। যিকোনো বয়সতেই চকুৰ ৰোগ হ’ব পাৰে। আধুনিক জীৱনযাত্ৰাত কম বয়সতেই চকুৰ সমস্যা হ’ব পাৰে। পৰ্যাপ্ত টোপনিৰ অভাৱত চকুৱে বিশ্ৰাম নাপায়। যিমান সময় সাৰে থাকে সিমান সময়ে আমাৰ চকুৰ ওপৰতেই চাপ পৰে। কাৰ্যালয়ত দীৰ্ঘসময় ধৰি লেপটপৰ সন্মুখত কাম কৰা, মোবাইলত প্ৰায়সময়তে ব্যস্ত থকা আদিয়ে চকুৰ সমস্যা বঢ়াই তোলে। সাধাৰণতে কিছু অভ্যাস এৰাই চলিলেই চকুৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। চকু ভালে ৰাখিবলৈ কি কি কৰাটো প্ৰয়োজন?

১) গৰম পানীৰে চকু নুধুৱ
যিমানেই ঠাণ্ডা নহওক কিয় ঠাণ্ডা পানীৰে চকু ধোৱাটো চকুৰ বাবে ক্ষতিকাৰক। কেৱল গৰম পানীয়েই নহয়, জুইৰ ধোঁৱাও চকুৰ বাবে ক্ষতিকাৰক। প্ৰখৰ ৰ’দো চকুৰ বাবে বেয়া। সেয়ে এইসমূহৰ পৰা চকুক ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজন।

২) চকুৰ পলক নেপেলোৱাকৈ থকা
চকুৰ ওচৰলৈ কিবা আহিলে আমাৰ চকুৱে নিজেই পলক পেলাই। কিন্তু টেলিভিছনৰ লোমহৰ্ষক কোনো ঘটনাৰ একশ্ব্যন চাই থাকোতে আমি পলক পেলাবলৈকে পাহৰি পেলাও। চকুৰ পলক নেপেলোৱাৰ অভ্যাস কিন্তু চকুৰ বাবে অতিকৈ বেয়া।

৩) অতিৰিক্তভাৱে আইড্ৰপ ব্যৱহাৰ কৰা
বহুতেই ভাৱে যে বাৰে বাৰে আইড্ৰপ ব্যৱহাৰ কৰিলে চকু ভালে থাকে। এয়া কিন্তু চকুৰ বাবে অপকাৰীহে। চিকিৎসকৰ পৰামৰ্শ অবিহনে কৃত্ৰিম, ৰাসায়নিক নিৰ্ভৰশীনল এই ড্ৰপ ব্যৱহাৰ কৰা অনুচিত।

৪) শোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰা

চকুৰ চাৰিওফালে বালিৰেখা পৰাটো বহুতৰে এটা প্ৰধান সমস্যা। এই সমস্যাৰ পৰা মুক্তি পাবলৈ বহুতেই শুবলৈ যাওঁতে চকুত মাস্ক পৰিধান কৰে। কিন্তু এনেদৰে মাস্ক পিন্ধাটো চকুৰ বাবে ক্ষতিকৰ।

৫) চকু খজুওৱা
বহুতেই ঘনাই হাতেৰে চকু খজুৱাই থাকে। পৰিষ্কাৰ হাত হয়নে নহয় সেয়া নোচোৱাকৈয়ে চকু মোহাৰি থকাটো চকুৰ বাবে ক্ষতিকাৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!
বিনোদন

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

June 18, 2026
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি
অপৰাধ

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

June 18, 2026
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে
জীৱনশৈলী

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

June 18, 2026
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

June 18, 2026
Next Post
মোটা অংকৰ ধনৰ বিনিময়ত ‘নগ্ন ভিডিঅ’ বিক্ৰি কৰে আদিলে! স্বামী আদিলৰ বিৰুদ্ধে ছাইবাৰ ক্ৰাইম শাখাত ৰাখীৰ গোচৰ

মোটা অংকৰ ধনৰ বিনিময়ত 'নগ্ন ভিডিঅ’ বিক্ৰি কৰে আদিলে! স্বামী আদিলৰ বিৰুদ্ধে ছাইবাৰ ক্ৰাইম শাখাত ৰাখীৰ গোচৰ

ৰাজ্যৰ শিক্ষকসকললৈ আন এটা ভালখবৰ, নিয়মীয়াকৰণ কৰা হ’ব এইসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

ৰাজ্যৰ শিক্ষকসকললৈ আন এটা ভালখবৰ, নিয়মীয়াকৰণ কৰা হ’ব এইসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.