• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা ট্ৰাম্পৰ ‘ভ্ৰমণ নিষেধাজ্ঞা’ আৰম্ভ, এই ১২ দেশৰ লোকে প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত

আজিৰে পৰা ট্ৰাম্পৰ ‘ভ্ৰমণ নিষেধাজ্ঞা’ আৰম্ভ, এই ১২ দেশৰ লোকে প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত

8 months ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

3 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

5 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

6 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

7 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

7 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

8 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

23 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

23 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজিৰে পৰা ট্ৰাম্পৰ ‘ভ্ৰমণ নিষেধাজ্ঞা’ আৰম্ভ, এই ১২ দেশৰ লোকে প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত

editor by editor
June 9, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
আজিৰে পৰা ট্ৰাম্পৰ ‘ভ্ৰমণ নিষেধাজ্ঞা’ আৰম্ভ, এই ১২ দেশৰ লোকে প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা ট্ৰাম্পৰ ‘ভ্ৰমণ নিষেধাজ্ঞা’ আৰম্ভ, এই ১২ দেশৰ লোকে প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত

আজি ৯ জুন তাৰিখৰ পৰা আমেৰিকাত আৰম্ভ হৈছে এক বিশেষ নীতি, কাৰণ আজিৰে পৰা আমেৰিকাত আৰম্ভ তথা কাৰ্যকৰী হৈছে ‘ভ্ৰমণ নিষেধাজ্ঞা’। যাৰ অৰ্থ ট্ৰাম্পে জাৰি কৰা ‘ভ্ৰমণ নিষেধাজ্ঞা’ৰ অন্তৰালত আজিৰে পৰা আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব নিৰ্ধাৰিত ১২ দেশৰ লোকে।

আমেৰিকাত অনুপ্ৰৱেশ বলবৎকৰণক লৈ ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আজি কাৰ্যকৰী হৈছে ড’নাল্ড ট্ৰাম্পৰ ভ্ৰমণ নিষেধাজ্ঞা নীতি। বিগত বুধবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে এক আদেশত স্বাক্ষৰ কৰি ১২খন দেশৰ লোকক আমেৰিকাত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

বুধবাৰে ঘোষণা কৰা এই নিষেধাজ্ঞা আফগানিস্তান, ম্যানমাৰ, চাড, কংগো ৰিপাব্লিক, ইকুৱেটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ছোমালিয়া, চুডান আৰু য়েমেনৰ নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য। এই সম্প্ৰসাৰিত নিষেধাজ্ঞা বুৰুণ্ডি, কিউবা, লাওছ, ছিয়েৰা লিয়ন, ট’গো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলাৰ লোকৰ ক্ষেত্ৰত প্ৰযোজ্য যিসকল আমেৰিকাৰ বাহিৰত আছে আৰু তেওঁলোকৰ বৈধ ভিছা নাই।

আজিৰ পৰাই এই নীতি কাৰ্যকৰী হ’ব, কিন্তু এই নীতিৰ অন্ত কেতিয়া পৰিব সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট তাৰিখ নাই।

উল্লেখ্য যে, প্ৰথম কাৰ্যকালতো ড’নাল্ড ট্ৰাম্পে ২০১৭ চনৰ জানুৱাৰী মাহত এক নিৰ্দেশ জাৰি কৰিছিল, য’ত সাতখন মুছলমান দেশৰ নাগৰিকক আমেৰিকালৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই দেশসমূহৰ ভিতৰত আছিল ইৰাক, ছিৰিয়া, ইৰাণ, চুডান, লিবিয়া, ছোমালিয়া আৰু য়েমেন।

২০১৭ চনত ট্ৰাম্পৰ এই আদেশৰ পিছতে এই ৭ মুছলমান দেশসমূহৰ নাগৰিক বহু অশান্তিত দিছিল। কিছুমান যাত্ৰীক হয় আমেৰিকালৈ অহা বিমানত উঠিবলৈ বাধা দিয়া হৈছিল নহয় অৱতৰণৰ পিছত আমেৰিকাৰ বিমানবন্দৰত আটক কৰা হৈছিল।

ট্ৰাম্পৰ এই আদেশক মুছলমান নিষেধাজ্ঞা বুলিও কোৱা হৈছিল। বহুতে ইয়াৰ বিৰোধিতা কৰিছিল আৰু আদালতত প্ৰত্যাহ্বান জনাইছিল যদিও ২০১৮ চনত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ পৰিৱৰ্তিত সংস্কৰণত অনুমোদন জনাইছিল।

এইবাৰ নতুন নিষেধাজ্ঞাৰো অন্তৰ্গত বহু মুছলমান দেশ। এইবাৰো নিষেধাজ্ঞাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা ১২ দেশৰ নাগৰিক পূৰ্বৰ দৰে সমস্যাত পৰাৰ সম্ভৱনাই দেখা দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaDonald TrumpTravel Ban
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
মেঘালয়ত হানিমুনতে সকলো পৰিকল্পনা, পত্নী সোনমেই কৰিছিল সকলো, অৱশেষত পৰিল ধৰা

মেঘালয়ত হানিমুনতে সকলো পৰিকল্পনা, পত্নী সোনমেই কৰিছিল সকলো, অৱশেষত পৰিল ধৰা

আজিয়েই মোবাইলৰ পৰা আঁতৰ কৰক এই ৯টা এপ, অন্যথা হেকাৰে খালি কৰি দিব বেংক একাউণ্ট

আজিয়েই মোবাইলৰ পৰা আঁতৰ কৰক এই ৯টা এপ, অন্যথা হেকাৰে খালি কৰি দিব বেংক একাউণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.