• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০০ বছৰৰ পাছত ৪টা ৰাশিত ৪টাকৈ ৰাজযোগ তৈয়াৰ হৈছে, ৪টা ৰাশিৰ হাতলৈ টকাই টকা আহিব

৭০০ বছৰৰ পাছত ৪টা ৰাশিত ৪টাকৈ ৰাজযোগ তৈয়াৰ হৈছে, ৪টা ৰাশিৰ হাতলৈ টকাই টকা আহিব

3 years ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

21 minutes ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

46 minutes ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

2 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

3 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

3 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

4 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

7 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

9 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

9 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

10 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭০০ বছৰৰ পাছত ৪টা ৰাশিত ৪টাকৈ ৰাজযোগ তৈয়াৰ হৈছে, ৪টা ৰাশিৰ হাতলৈ টকাই টকা আহিব

editor by editor
November 26, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৭০০ বছৰৰ পাছত ৪টা ৰাশিত ৪টাকৈ ৰাজযোগ তৈয়াৰ হৈছে, ৪টা ৰাশিৰ হাতলৈ টকাই টকা আহিব
0
SHARES
18.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ গণনা অনুসৰি ৭০০ বছৰৰ পাছত কেইবাটাও ৰাশিৰ কোষ্ঠীত ৫টা ৰাজযোগ তৈয়াৰ হৈছে। যিয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰক প্ৰভাৱিত কৰিব। ২৯ নৱেম্বৰ দৈত্যগুৰু শুক্ৰাচাৰ্য আৰু দেৱগুৰু বৃহস্পতিৰ মুখামুখি হ’ব। ইয়াৰ প্ৰভাৱত যুদ্ধ আৰু অশান্তিৰ পৰিবেশ কমিব। জ্যোতিষ শাস্ত্ৰমতে ২৯ নৱেম্বৰত ৫টাকৈ ৰাজযোগ তৈয়াৰ হৈছে। ত্ৰিকোণ, মালব্য, নৱপঞ্চম, ৰুচক ৰাজযোগ। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ৰাজযোগৰ প্রভাৱত চাৰি ৰাশিৰ জাতকে আকস্মিকভাৱে ধন লাভ কৰিব। ভাগ্যোদয়ৰো প্ৰবল যোগ তৈয়াৰ হৈছে। ৭০০ বছৰৰ পাছত এই পাঁচ ৰাজযোগে কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ উন্নতিৰ বতৰা কঢ়িয়াই আনিব? জানি থওক সবিশেষ।

মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই ৫ ৰাজযোগ অত্যন্ত শুভ ফলদায়ী। আপোনাৰ গোচৰ কোষ্ঠীৰ সপ্তম স্থানত শুক্ৰ আৰু লগ্ন স্থানত বৃহস্পতিয়ে বিচৰণ কৰিব। সেয়ে কেন্দ্ৰ ত্ৰিকোণ আৰু মালব্য ৰাজযোগ তৈয়াৰ হ’ব। আপোনাৰ বিদেশ যাত্ৰাৰো যোগ আছে। কোনো পদ লাভ কৰিব পাৰে। ইয়াৰোপৰি দাম্পত্য জীৱনত মাধুৰ্য থাকিব। বিভিন্ন সময়ত ধন লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে।

কন্যা ৰাশি
পাঁচ ৰাজযোগৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতকৰ ডিচেম্বৰ মাহটো অনুকূল কটাব। চাকৰি হেৰুওৱাসকলে চাকৰি লাভ কৰিব। কন্য ৰাশিৰ অধিপতি বুধে নিজৰ কৰ্মস্থানত দৃষ্টি ৰাখিছে। এই সময়ত আপোনাৰ পদোন্নতি আৰু বেতনবৃদ্ধিৰ যোগ আছে। আকস্মিক ধন লাভ সম্ভৱ।

ধনু ৰাশি
এই ৰাজযোগত ধনু ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ ফল লাভ কৰিব। আপোনাৰ গোচৰ কোষ্ঠীত মহাপুৰুষ ৰাজযোগ তৈয়াৰ হৈছে। এইবাৰ সুপ্পাৰী নামৰ এক যোগো তৈয়াৰ হৈছে। এই ৰাশিৰ যিকোনো ছাত্ৰই বিদেশত গৈ পঢ়াশুনা কৰিব পাৰে। তেওঁলোকৰ সপোন পূৰণ হ’ব। শনি আৰু শুক্ৰৰ নৱপঞ্চম যোগ তৈয়াৰ হৈছে এই সময়ত। আকৌ বৃহস্পতি আৰু শুক্ৰৰ সমসপ্তক যোগো আছে। আপোনাৰ সমস্ত ইচ্ছা পূৰণ হ’ব।

মকৰ ৰাশি
আৰ্থিক আৰু কেৰিয়াৰৰ বাবে জীৱনৰ এই সময় গুৰুত্বপূৰ্ণ। এই ৰাশিৰ চাকৰিয়াল জাতকে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। মডেলিং, ফিল্ম লাইন, অভিনয়, সংগীত, হোটেল, টুৰিজিমৰ ক্ষেত্ৰত জড়িত জাতকৰ উন্নতি হ’ব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকাসকলে সুফল পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

June 27, 2026
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

June 27, 2026
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

June 27, 2026
Next Post
‘এই পাহাৰে বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে, এই পাহাৰক প্ৰত্যাহ্বান জনাই ৪১ শ্ৰমিকক বাহিৰলৈ আনিম।’ আত্মবিশ্বাসী সুৰংগ বিশেষজ্ঞ ডিক্সৰ হাততেই নেকি ৪১ শ্ৰমিকৰ ভাগ্য?

'এই পাহাৰে বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে, এই পাহাৰক প্ৰত্যাহ্বান জনাই ৪১ শ্ৰমিকক বাহিৰলৈ আনিম।’ আত্মবিশ্বাসী সুৰংগ বিশেষজ্ঞ ডিক্সৰ হাততেই নেকি ৪১ শ্ৰমিকৰ ভাগ্য?

২৬/১১ মুম্বাই কাণ্ডত জড়িত আছিল পাক সন্ত্ৰাসবাদী, এই কথা স্বীকাৰ কৰি কি কৈছে পাক প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে

২৬/১১ মুম্বাই কাণ্ডত জড়িত আছিল পাক সন্ত্ৰাসবাদী, এই কথা স্বীকাৰ কৰি কি কৈছে পাক প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.