• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী ভাৰতীয় খেলুৱৈৰ অনন্য বিশ্ব ৰেকৰ্ড, ভংগ কৰা দূৰৰ কথা, কাষেই চাপিব পৰা নাই শচীন-বিৰাটে

এগৰাকী ভাৰতীয় খেলুৱৈৰ অনন্য বিশ্ব ৰেকৰ্ড, ভংগ কৰা দূৰৰ কথা, কাষেই চাপিব পৰা নাই শচীন-বিৰাটে

2 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

5 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

6 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

6 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

7 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

7 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

8 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

10 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

10 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

11 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এগৰাকী ভাৰতীয় খেলুৱৈৰ অনন্য বিশ্ব ৰেকৰ্ড, ভংগ কৰা দূৰৰ কথা, কাষেই চাপিব পৰা নাই শচীন-বিৰাটে

editor by editor
October 18, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
এগৰাকী ভাৰতীয় খেলুৱৈৰ অনন্য বিশ্ব ৰেকৰ্ড, ভংগ কৰা দূৰৰ কথা, কাষেই চাপিব পৰা নাই শচীন-বিৰাটে
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ভাৰতীয় খেলুৱৈৰ অনন্য বিশ্ব ৰেকৰ্ড, ভংগ কৰা দূৰৰ কথা, কাষেই চাপিব পৰা নাই শচীন-বিৰাটে

টিম ইণ্ডিয়াই বৰ্তমান নিউজিলেণ্ডৰ সৈতে তিনিখন মেচৰ টেষ্ট শৃংখলা খেলি আছে। ধাৰাবাহিকখনৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছে বেংগালুৰুত। এই মেচখনৰ প্ৰথম ইনিংছত টিম ইণ্ডিয়াৰ অভিলেখ ভংগকাৰী খেলুৱৈ বিৰাট কোহলীয়ে শূণ্যতে আউট হয়।

পাছে সফলতাৰ শিখৰত থকাৰ পাছতো বিৰাট কোহলী আৰু শচীন টেণ্ুলকাৰৰ নামত আছে বহু ৰেকৰ্ড। বিশ্বৰ ভিতৰতে অন্যতম সফল এই দুই ক্ৰিকেটাৰে ভাৰতীয় ক্ৰিকেটত বিশ্বৰ দৰবাৰত আৰ অধিক উচ্চ শিখৰলৈ নিছে।

পাছে এই দুই মহান খেৱলুৱৈয়ে কোনোদিনে ভংগ কৰা দূৰৰ কথা কাষেই চাপিব পৰা নাই আন এগৰাকী ভাৰতীয় খেলুৱৈৰ বিশ্ব ৰেকৰ্ডৰ ।  টেষ্ট ক্ৰিকেটৰ সেই মহান অভিলেখ, যিটো ভাৰতীয় কিংবদন্তি এজনেহে গঢ়ি তুলিছিল।

ইয়াৰ যিটো মহান অভিলেখৰ কথা  কোৱা হৈছে, সেয়া হ’ল টেষ্ট ক্ৰিকেটত ত্ৰি-শতক অৰ্জন কৰা। এই পৰ্যন্ত টেষ্ট ক্ৰিকেটত মাত্ৰ চাৰিজন বেটছমেনেহে ত্ৰি-শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। যাৰ ভিতৰত এজন ভাৰতীয়ই নিজৰ নামত কৰি থৈছে সেই ৪ৰ দুটা অভিলেখ।

সেই মহান খেলুৱৈগৰাকী গৈছে বীৰেন্দৰ ছেহৱাগ। ভাৰতৰ এগৰাকী প্ৰবীণ খেলুৱৈৰ অভিলেখ আজি পৰ্যন্ত অক্ষত অৱস্থাত আছে।

ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত ত্ৰি-শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল টিম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰবীণ বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগেহে। ২০০৪ চনত পাকিস্তানৰ বিৰুদ্ধে খেলা এখন টেষ্ট মেচত বিস্ফোৰক বেটিং কৰি ছেহৱাগে প্ৰথমটো ত্ৰি-শতক অৰ্জন কৰিছিল। এই মেচখনত ছেহৱাগে ৩০৯ ৰান সংগ্ৰহ কৰিছিল।

ইয়াৰ পিছত ২০০৮ চনত চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো ট্ৰিপল শতক অৰ্জন কৰিছিল ছেহৱাগে। এই মেচখনত ছেহৱাগে ৩১৯ ৰানৰ ইনিংছ খেলিছিল।

এইদৰে ছেহৱাগে নিজৰ কেৰিয়াৰত দুটা ট্ৰিপল শতক অৰ্জন কৰা বিশ্বৰ প্ৰথম তথা একমাত্ৰ খেলুলৈ হৈ পৰে।  লগতে দ্ৰুততম ত্ৰিশতক অৰ্জন কৰা খেলুৱৈ হিচাপেও ৰেকৰ্ড গঢ়ে। যি ৰেকৰ্ড ভংগ কৰা দূৰৰ কথা আজি পৰ্যন্ত কাষেই চাপিব পৰা নাই অন্য কোনো ভাৰতীয় খেলুৱৈয়ে।

বিশ্বৰ ভিতৰতে ত্ৰি-শতক অৰ্জন কৰা খেলুৱৈ কেইগৰাকী হৈছে-

বীৰেন্দৰ ছেগৱাগ- ২৭৮ টা বলত ৩১৯ ৰান
হেৰী ব্ৰুক- ৩১০ টা বলত ত্ৰি-শতক
মেথিউ হেইডেন- ৩৬২ টা বলত ত্ৰি-শতক
বীৰেন্দৰ ছেহৱাগ- ৩৬৪ টা বলত ৩০৯ ৰান

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BVirat KohliCricketerIndian CricketerSachine TendulkarVirender Sehwag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
বুধ ট্ৰেনজিটৰ ফলত ধনতেৰাছত লক্ষ্মী নাৰায়ণ ৰাজযোগ, চাকৰি ব্যৱসায়ত বাম্পাৰ লাভ ৫ ৰাশিৰ

বুধ ট্ৰেনজিটৰ ফলত ধনতেৰাছত লক্ষ্মী নাৰায়ণ ৰাজযোগ, চাকৰি ব্যৱসায়ত বাম্পাৰ লাভ ৫ ৰাশিৰ

জন্মদাত্ৰী মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, মাৰ্ঘেৰিটাত নিজৰেই ৫ বছৰীয়া সন্তানক …

জন্মদাত্ৰী মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, মাৰ্ঘেৰিটাত নিজৰেই ৫ বছৰীয়া সন্তানক ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.