• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭.৪ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল দুখন দেশ, আকৌ কঁপি উঠিল টেকটনিক প্লেট, ক’ত ক’ত ছুনামীৰ সতৰ্কতা জাৰি?

10 months ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

3 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

4 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

5 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

6 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

7 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

8 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

9 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭.৪ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল দুখন দেশ, আকৌ কঁপি উঠিল টেকটনিক প্লেট, ক’ত ক’ত ছুনামীৰ সতৰ্কতা জাৰি?

৭.৪ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল দুখন দেশ, আকৌ কঁপি উঠিল টেকটনিক প্লেট, ক’ত ক’ত ছুনামীৰ সতৰ্কতা জাৰি?

editor by editor
May 3, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
৭.৪ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল দুখন দেশ, আকৌ কঁপি উঠিল টেকটনিক প্লেট, ক’ত ক’ত ছুনামীৰ সতৰ্কতা জাৰি?
0
SHARES
969
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভূমিকম্পত কঁপি উঠিল দক্ষিণ আমেৰিকাৰ দুই দেশ আৰ্জেণ্টিনা আৰু চিলি৷ কম্পনৰ মাত্ৰা ৭.৪ বুলি জানিব পৰা গৈছে৷ ইয়াৰপাছতেই আৰ্জেণ্টিনা আৰু চিলি কৰ্তৃপক্ষই চুনামীৰ সতৰ্কতা জাৰি কৰিছে৷ উপকূলীয় এলেকাৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ নিৰ্দেশ দিছে চৰকাৰে৷ প্ৰাথমিকভাৱেও কোনো ক্ষয়ক্ষতি বা হতাহতিৰ খবৰ বৰ্তমানলৈ লাভ কৰা হোৱা নাই৷

মাৰ্কিন ভূতাত্ত্বিক সমীক্ষা সংস্থা (ইউএছজিএছ)য়ে জনাইছে যে ভূমিকম্প ড্ৰেক পেছেজ সমুদ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ১০ কিঃমিঃ(৬.২ মাইল) গভীৰতা আৰ্জেণ্টিনাৰ উশুৱাইয়া চহৰৰ পৰা ২১৯ কিঃমিঃ দূৰৈত আৰু চিলিৰ পুয়েৰ্তো উইলিয়ামছ চহৰৰ পৰাও একেই দূৰত্বতেই এই ভূমিকম্প৷

স্থানীয় সময় পুৱা ৯.৫৮ত ভূমিকম্পত কঁপি উঠিছিল আৰ্জেণ্টিনা আৰু চিলি৷ ইয়াৰপাছতেই কেইবাটাও সৰু আফটাৰশ্বক অনুভূত হৈছে৷ চিলিৰ প্ৰেছিডেণ্ট গেব্ৰিয়েল বোৰিছে এক্স যোগে জনাইছে যে ভূমিকম্পৰ ক্ষয়ক্ষতিৰ মোকাবিলাত দেশৰ সক্ষমতাৰ সকলোখিনিয়েই কৰা হব৷ তেওঁ এক্সত লিখিছে, ‘আমি মেগলেনাছ অঞ্চলৰ সম্পূৰ্ণ উপকূলৰ পৰা জনতাক আঁতৰাইছো৷ এই মুহূৰ্তত আমাৰ দায়িত্ব হৈছে প্ৰস্তুত থকা আৰু কৰ্তৃপক্ষৰ নিৰ্দেশ মানি চলা৷’

দক্ষিণ আমেৰিকাৰ দেশ চিলি ভূমিকম্পত সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ দেশসমূহৰ মাজত এখন৷ চিলি ভূমিকম্পপ্ৰৱণ৷ তিনিখন টেকটনিক প্লেট চিলিৰ ভূখণ্ডৰ মাজত একত্ৰিত হৈছে৷ এই টেকটনিক প্লেটসমূহ হৈছে নাজকা, দক্ষিণ আমেৰিকান আৰু এণ্টাৰ্কটিক প্লেট৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
বাহন কিনিবলৈ ১০ বছৰ ধৰি জমা কৰিছিল ধন, ক্ৰয়ৰ মাত্ৰ দুই-তিনিঘণ্টাৰ ভিতৰতেই জ্বলি ছাই হ’ল আঢ়ৈ কোটিৰ বাহন, কিন্তু কেনেকৈ?

গৃহঋণ বোজা নহয়, গৃহঋণে এই ৫ধৰণে লাভ প্ৰদান কৰে আপোনাক, জানি থওক সমস্ত তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন