• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আশ্চৰ্য! ৭৪ বছৰত যমজ সন্তানৰ জন্ম

আশ্চৰ্য! ৭৪ বছৰত যমজ সন্তানৰ জন্ম

6 years ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

3 minutes ago
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

47 minutes ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

1 hour ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

2 hours ago
আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

2 hours ago
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

4 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

পুনৰ হ্ৰাস পালে নেকি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানি লওক মূল্য

6 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

20 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

20 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আশ্চৰ্য! ৭৪ বছৰত যমজ সন্তানৰ জন্ম

বিজ্ঞান আৰু মমতাৰ এক আচৰিত ঘটনা

editor by editor
September 21, 2020
in প্ৰযুক্তি, ভাৰত
0
আশ্চৰ্য! ৭৪ বছৰত যমজ সন্তানৰ জন্ম
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিজ্ঞান আৰু মমতাৰ এক আচৰিত ঘটনা। ঘটনাই স্তম্ভিত কৰি তুলিছে জনতাক। ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদত। সৃষ্টিকৰ্তাৰ নিয়মকো অতিক্ৰম কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিয়ে। মায়াম্মা আৰু ৰাজা ৰাও দুয়ো বিবাহপাশত আবদ্ধ হৈছিল ৫৪ বছৰ পূৰ্বে। কিন্তু সন্তানৰ মুখ দেখা নাছিল। তাৰ পাছত বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় ল’লে দুয়োৱে। বিজ্ঞানেও দেখুৱালে নিজৰ যাদুকৰী শক্তি। ৭৪ বছৰ বয়সত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে মায়াম্মাই। তাকো যমজ সন্তান। IVFৰ জৰিয়তে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে মায়াম্মাই। ছিজাৰিয়ানৰ জৰিয়তে ৪ জন ডাক্টৰৰ তত্ত্বাৱধানত জন্ম হয় দুটা সন্তানৰ। শেহতীয়া খবৰ অনুসৰি ৭৪ বছৰীয়া মায়াম্মাই আৰু দুয়োটা সন্তানেই সম্প্ৰতি সুস্থ অৱস্থাত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24twin child
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!
প্ৰযুক্তি

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

July 19, 2026
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?
প্ৰযুক্তি

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

July 19, 2026
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ
প্ৰযুক্তি

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

July 18, 2026
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
Next Post
NRC, ৬নং দফা, SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিক্ৰিয়া লুৰিনজ্যোতিৰ

NRC, ৬নং দফা, SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিক্ৰিয়া লুৰিনজ্যোতিৰ

কংগনাৰ সৈতে ডন আবু চালেম!

কংগনাৰ সৈতে ডন আবু চালেম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.