• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ দুদিনৰ পিছতে বিপদত নয়নতৰা! আইনী সমস্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকী!

বিয়াৰ দুদিনৰ পিছতে বিপদত নয়নতৰা! আইনী সমস্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকী!

4 years ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

18 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

30 minutes ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

3 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

4 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

5 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

5 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

9 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিয়াৰ দুদিনৰ পিছতে বিপদত নয়নতৰা! আইনী সমস্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকী!

editor by editor
June 11, 2022
in চিনেমা, ভাৰত
0
বিয়াৰ দুদিনৰ পিছতে বিপদত নয়নতৰা! আইনী সমস্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকী!
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়াৰ দুদিনৰ পিছতে আইনী সমস্যাৰ সন্মুখীন হৈছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতৰা৷ দুদিনমান পূৰ্বে দক্ষিণৰ চলচ্চিত্ৰ পৰিচালক বিগনেশ শিৱানীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নয়নতৰা৷

প্ৰায় ছবছৰীয়া লিভ-ইনৰ পিছত প্ৰেমিক যুগলে বিবাহপাশত আৱদ্ধ হৈয়ে কেনেকৈ আইনী মেৰপাকত সোমাই পৰিল টলিউদৰ এই নৱদম্পতীয়ে?

আচলতে বিবাহ অনুষ্ঠান সমাপনৰ পিছতে নৱদম্পতীহালে যোৱা ১০ জুনত তিৰুমলাৰ তিৰুপতি মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল৷ কটকটীয়া নিৰপত্তাৰ মাজতে দম্পতীহালে তিৰুপতি মন্দিৰত পূজা আগবঢ়াই প্ৰাৰ্থনা কৰি আহে৷

লগতে পঢ়ক ৪ ভৰি ৪ হাতৰ বিহাৰৰ কন্যা শিশুক নতুন জীৱন প্ৰদান অভিনেতা চুনু ছুডৰ

কিন্তু ইয়াৰ পিছতে দম্পতীহালৰ অথন্তৰ সন্মুখীন হয়৷ দম্পতীহালে তিৰুপতি মন্দিৰত সেৱা কৰিবলৈ যাওঁতে জোতা পিন্ধি প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ফ’টো আৰু ভিডিঅ’বোৰটো সেই দৃশ্য স্পষ্ট হৈ পৰিছে৷

ইয়াৰ পিছতে ঘটনাৰ সন্দৰ্ভত মন্দিৰৰ কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ মন্দিৰৰ নিৰাপত্তা বিষয়াই কয় যে দম্পতীহালে জোতা পিন্ধি মন্দিৰত প্ৰৱেশ কৰি অপৰাধ কৰিছে৷

‘‘নয়নতৰাই খালী ভৰিৰে নহয়, জোতা পিন্ধি তিৰুমলা তিৰুপতি মন্দিৰত সোমাইছিল৷ যিটো এটা জঘন্য অপৰাধ৷’’ মন্দিৰৰ মুখ্য নিৰাপত্তা বিষয়া নৰসিংহ কিশোৰে দাবী কৰি কয়৷

লগতে পঢ়ক কথমপি প্ৰাণৰক্ষা অভিনেতা চলমান খানৰ : শ্বাৰ্পশ্বুটাৰেৰে হত্যাৰ পৰিকল্পনা ফাদিল

অভিনেত্ৰীগৰাকীয়ে মন্দিৰৰ ৰাস্তাত খোজকাঢ়ি যোৱা ছবি আৰু ভিডিঅ’টোত ভৰিত জোতা পিন্ধি থকা দেখা গৈছে আৰু সেই অভিযোগৰ ভিত্তিত নৱবিবাহিত দম্পতীহাললৈ এখন আইনী জাননী প্ৰেৰণ কৰা হৈছে।

ইফালে আইনী জাননী লাভ কৰাৰ পিছতে নিজৰ দোষ স্বীকাৰ কৰি সংবাদমেলত ঘটনা সন্দৰ্ভত ৰাজহুৱাভাৱে ক্ষমা ভিক্ষা কৰে দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে।

আনহাতে, অভিনেত্ৰী নয়নতৰাই দোষ স্বীকাৰ কৰি ক্ষমা খুজিলেও তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই তেওঁ আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিবই বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক ভাত খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ! ভাত খালেও বৃদ্ধি নহয় ওজন, মানি চলক এই নিয়ম… 

উল্লেখ্য যে যোৱা ৯ জুনত মহাবলীপুৰমৰ এখন বিলাসী হোটেলত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নয়নতৰা আৰু বিগনেশে। ৮ বছৰীয়া প্ৰেমৰ অন্তত তেওঁলোকৰ বহু প্ৰত্যাশিত বিবাহখন সম্পন্ন হৈ যায়।

ইয়াৰ পিছতে তেওঁলোকে আশীৰ্বাদ বিচাৰি বালাজীলৈ গৈছিল। ইয়াৰ ছবি আৰু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছতে নৱ দম্পতীহালে বিপদত পৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in Assambignesh shivaninayantharaTollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
Next Post
দুঃচিন্তা অন্ত পৰিব নেকি গাঞ্জাপায়ীৰ! বৈধ কৰা হ’ল ভাং খেতি

দুঃচিন্তা অন্ত পৰিব নেকি গাঞ্জাপায়ীৰ! বৈধ কৰা হ’ল ভাং খেতি

বিশ্ববিশ্ৰুত শিল্পী জাষ্টিন বেইবাৰ অসুস্থ, মিউজিকেল ট্যুৰ বাতিল; কি ৰোগত আক্ৰান্ত হৈছে জাষ্টিন?

বিশ্ববিশ্ৰুত শিল্পী জাষ্টিন বেইবাৰ অসুস্থ, মিউজিকেল ট্যুৰ বাতিল; কি ৰোগত আক্ৰান্ত হৈছে জাষ্টিন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.