• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ববিশ্ৰুত শিল্পী জাষ্টিন বেইবাৰ অসুস্থ, মিউজিকেল ট্যুৰ বাতিল; কি ৰোগত আক্ৰান্ত হৈছে জাষ্টিন?

বিশ্ববিশ্ৰুত শিল্পী জাষ্টিন বেইবাৰ অসুস্থ, মিউজিকেল ট্যুৰ বাতিল; কি ৰোগত আক্ৰান্ত হৈছে জাষ্টিন?

4 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

5 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

5 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

5 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

6 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

6 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

7 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

8 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

9 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

9 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

10 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

11 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্ববিশ্ৰুত শিল্পী জাষ্টিন বেইবাৰ অসুস্থ, মিউজিকেল ট্যুৰ বাতিল; কি ৰোগত আক্ৰান্ত হৈছে জাষ্টিন?

editor by editor
June 11, 2022
in বিশ্ব, সংগীত
0
বিশ্ববিশ্ৰুত শিল্পী জাষ্টিন বেইবাৰ অসুস্থ, মিউজিকেল ট্যুৰ বাতিল; কি ৰোগত আক্ৰান্ত হৈছে জাষ্টিন?
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ববিখ্যাত শিল্পী জাষ্টিন বেইবাৰে পক্ষাঘাতগ্ৰস্ত ৰোগত আক্ৰান্ত হৈছে৷ শিল্পীগৰাকীয়ে শেহতীয়াকৈ এক ভিডিঅ’ বাৰ্তাত প্ৰকাশ কৰিছে যে তেওঁ মুখৰ পক্ষাঘাতগ্ৰস্ত ৰোগত আক্ৰান্ত হোৱাৰ বাবে নিজৰ মিউজিকেল ট্যুৰ বাতিল কৰিবলগীয়া হৈছে।

জাষ্টিনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে যে তেওঁ নিজৰ মিউজিকেল ট্যুৰ বাতিল কৰিছে কাৰণ তেওঁৰ মুখৰ আধা অংশ অসুস্থতাৰ বাবে পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে।

জাষ্টিনে কয় যে তেওঁৰ ৰামছে হান্ট চিনড্ৰম ধৰা পৰিছে আৰু ইয়াৰ বাবেই তেওঁৰ মুখৰ আধা অংশ পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে। জাষ্টিনে টৰন্টো আৰু ৱাশ্বিংটন শ্ব’ বাতিল কৰাৰ পিছতে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

লগতে পঢ়ক বিয়াৰ দুদিনৰ পিছতে বিপদত নয়নতৰা! আইনী সমস্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকী!

তেওঁ লগতে কয় যে তেওঁৰ মুখখনৰ আধা অংশ লৰচৰ কৰিবলৈ অসুবিধা পাইছে। জাষ্টিনে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘‘চাওঁকচোন। মই আপোনালোক সকলোকে বহুত ভাল পাওঁ আৰু মোক আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন।’’

ভিডিঅ’টোত জাষ্টিনে লগতে কৈছে, ‘‘মোৰ পৰৱৰ্তী শ্ব’ বাতিল হোৱাৰ বাবে যিসকল লোকে বিচলিত হৈ পৰিছে, তেওঁলোকক কওঁ যে মই এতিয়া এই কাম কৰিবলৈ শাৰীৰিকভাৱে সাজু নহয়৷ মোৰ শৰীৰে কৈছে যে মোক বিশ্ৰামৰ প্ৰয়োজন। আশাকৰো সকলোৱে বুজি পাব।’’

তেওঁ মুখৰ এটা অংশ দেখুৱাই কয় যে ‘‘মই এফালৰ পৰা হাঁহিবলৈ অক্ষম। এই নাকৰ ফুটাও লৰচৰ কৰা নাই। গতিকে মোৰ মুখৰ এটা অংশ সম্পূৰ্ণ পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে।’’

লগতে পঢ়ক অ’ই ৰাম ‘কিয়াৰা-সিদ্ধাৰ্থ’ৰ বিয়াহে! পুনৰ মিলনৰ পিছত বিয়াৰ প্ৰস্তুতি সম্পূৰ্ণপ্ৰায়!

সুস্থ হ’বলৈ কিমান সময় লাগিব সেয়া তেওঁ নাজানে। অৱশ্যে তেওঁ কয় যে এতিয়া তেওঁ জিৰণি ল’ব, থেৰাপী ল’ব আৰু কিছুমান মুখৰ ব্যায়াম কৰিব।

জাষ্টিনৰ এই ভিডিঅ’টোত অনুৰাগীৰ পৰা আৰম্ভ কৰি চেলিব্ৰিটিলৈকে সকলোৱে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamjustin bieber
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
Next Post
প’প গায়িকা ব্ৰিটেনীৰ তৃতীয় বিবাহ, বিবাহ অনুষ্ঠানত প্ৰথম স্বামীয়ে এয়া কৰিলে কি?

প’প গায়িকা ব্ৰিটেনীৰ তৃতীয় বিবাহ, বিবাহ অনুষ্ঠানত প্ৰথম স্বামীয়ে এয়া কৰিলে কি?

পিৰিয়ডৰ সময়ত পেড ব্যৱহাৰ কৰি চৰ্মৰোগ হৈছে নেকি? ঘৰুৱা উপায়েৰে তৎক্ষণাত সকাহ পাওক

পিৰিয়ডৰ সময়ত পেড ব্যৱহাৰ কৰি চৰ্মৰোগ হৈছে নেকি? ঘৰুৱা উপায়েৰে তৎক্ষণাত সকাহ পাওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.