• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ বছৰীয়া কন্যা শিশুক বলপূৰ্বক বিবাহৰ চেষ্টা! বিৰোধ কৰা শিশু ভাতৃক মৰিয়াই হত্যা

৭ বছৰীয়া কন্যা শিশুক বলপূৰ্বক বিবাহৰ চেষ্টা! বিৰোধ কৰা শিশু ভাতৃক মৰিয়াই হত্যা

4 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

3 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

4 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

4 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

5 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

6 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

6 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

7 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

7 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

8 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

8 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

9 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৭ বছৰীয়া কন্যা শিশুক বলপূৰ্বক বিবাহৰ চেষ্টা! বিৰোধ কৰা শিশু ভাতৃক মৰিয়াই হত্যা

editor by editor
July 17, 2022
in অপৰাধ, বিশ্ব
0
৭ বছৰীয়া কন্যা শিশুক বলপূৰ্বক বিবাহৰ চেষ্টা! বিৰোধ কৰা শিশু ভাতৃক মৰিয়াই হত্যা
0
SHARES
13.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ প্ৰকাশিত খবৰ মতে, এগৰাকী ৭ বছৰীয়া শিশু কন্যাক বলপূৰ্বকভাৱে বিবাহ কৰিবলৈ চেষ্টা কৰা এজন লোকে ইয়াৰ বিৰোধ কৰাৰ বাবে কন্যা শিশুটিৰ শিশু ভাতৃক মৰিয়াই হত্যা কৰিছে৷

এই জঘন্য কাণ্ডটো পাকিস্তানৰ লাহোৰত সংঘটিত হৈছে৷ পাক সংবাদ পত্ৰত প্ৰকাশিত ঘটনাৰ বিৱৰণীৰ মতে আব্দুল হাছান নামৰ প্ৰতিৰক্ষা গৃহ নিৰ্মাণ কৰ্তৃপক্ষত বাস কৰা লোকজনে তেওঁৰ ঘৰত তিনিটি শিশুক শিশু শ্ৰমিক হিচাপে ৰাখিছিল৷ তেওঁলোক আটাইয়ে ভাতৃ-ভগ্নী৷

তাৰ মাজত এগৰাকী ৭ বছৰীয়া কন্যা শিশুও আছিল৷ আব্দুল হাছানে ৭ বছৰীয়া কন্যা শিশুটিক বলপূৰ্বকভাৱে বিবাহ কৰাবলৈ বিচাৰিছিল যদিও দুই শিশু ভাতৃয়ে ইয়াৰ বিৰোধ কৰে৷

লগতে পঢ়ক বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!

বিৰোধ কৰাৰ বাবে দুয়োটি শিশুৰ ওপৰত আব্দুল হাছানে অমানুষিক অত্যাচাৰ চলাই যাৰফলত ইয়াৰে ১০ বছৰীয়া কামৰাণ নামৰ শিশুটিৰ মৃত্যু হোৱাৰ লগতে অন্যটি ৬ বছৰীয়া শিশু গুৰুতৰভাৱে আহত হয়৷

১০ বছৰীয়া শিশুটিৰ মৃত্যুৰ পিছতে এই সমগ্ৰ ঘটনা প্ৰৱাহ পোহৰৈ আহে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত বহোৱালপুৰ আৰক্ষীয়ে অভিযুক্ত হাছানক গ্ৰপ্তাৰ কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত আব্দুল হাছান এগৰাকী পীৰ আৰু শিশু তিনিটিৰ পিতৃ পাক হায়দৰাবাদৰ নিৱাসী৷ তেওঁ পীৰ হাছানৰ ওচৰলৈ প্ৰায়ে আহিছিল আৰু সেই সূত্ৰে তেওঁৰ তিনি শিশু সন্তানক হাছানৰ ঘৰত শিশু শ্ৰমিক হিচাপে ৰাখি গৈছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী
অপৰাধ

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

October 1, 2026
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল
বিবিধ

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

October 1, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
Next Post
ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.