• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!

4 years ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

15 minutes ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

1 hour ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

2 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

2 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

3 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

4 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

4 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

5 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

6 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

7 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

8 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!

editor by editor
July 18, 2022
in ভাৰত
0
দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক শোৰাৱহ বাছ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ধৰ জিলাত৷ মধ্যপ্ৰদেশৰ পৰা মহাৰাষ্ট্ৰৰ পুনে অভিমুখে যাত্ৰা কৰা ৰোডৱেজৰ এখ যাত্ৰীবাহী বাছ দলঙৰ ওপৰৰ পৰা নমৰ্দা নৈত সৰি পৰা ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে৷

এই ভয়ংকৰ বাছ দুৰ্ঘটনাটো অতি কমেও ১৩ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহু যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে৷ ১৫ জন যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰা হৈছে যদিও কে’বাজনো যাত্ৰী সন্ধানহীন বুলি প্ৰকাশ পাইছে৷

ঘটনাৰ বিৱৰণীৰ মতে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা মহাৰাষ্ট্ৰৰ পুনে অভিমুখী যাত্ৰীভৰ্তি বাছখনে নিয়ন্ত্ৰণ হেৰুওৱাই ধৰ জিলাৰ খালঘাটস্থিত দলঙৰ ৰেলিং ভাঙি নমৰ্দা নদীত সৰি পৰে৷

লগতে পঢ়ক ৭ বছৰীয়া কন্যা শিশুক বলপূৰ্বক বিবাহৰ চেষ্টা! বিৰোধ কৰা শিশু ভাতৃক মৰিয়াই হত্যা

শোকাৱহ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল আৰু অন্যান্য সংস্থাসমূহ উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। একে সময়তে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানলৈ ডুবাৰুৰ দল এটাও প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাত আহতসকলক ধমনোদৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চৰকাৰে স্থানীয় প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়াক ততাতৈয়াকৈ সেই স্থানত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক ‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’

তথ্য অনুসৰি এই বাছখনত মহিলা আৰু শিশুসহ প্ৰায় ৪০ গৰাকী যাত্ৰী আছিল। উদ্ধাৰকাৰী ডুবাৰু দলে এতিয়ালৈকে ১৩ টা মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অভিযান এতিয়াও  দ্ৰুত গতিত চলি আছে বুলি জানিব পৰা গৈছ৷

ইফালে বিষয়াসকলে সন্দেহ কৰা মতে প্ৰৱল বৰষুণৰ বাবে বাছখনে নিয়ন্ত্ৰণ হেৰুওৱাই দলঙৰ ৰেলিং ভাঙি নৰ্মদা নদীত সৰি পৰে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে শোক প্ৰকাশ কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে শোকপ্ৰকাশ কৰি ভুক্তভোগীৰ পৰিয়ালক সান্ত্বনা প্ৰদান কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBus accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
Next Post
প্ৰকাণ্ড এনাকোণ্ডা আৰু ঘঁৰিয়ালৰ মাজত মৰণপণ যুঁজ! কোন হ’ল জয়ী? ভিডিঅ’ ভাইৰেল

প্ৰকাণ্ড এনাকোণ্ডা আৰু ঘঁৰিয়ালৰ মাজত মৰণপণ যুঁজ! কোন হ’ল জয়ী? ভিডিঅ’ ভাইৰেল

জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?

জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.