• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’

‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’

4 years ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

4 minutes ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

45 minutes ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

3 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

4 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

5 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

5 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

6 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

6 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

8 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

9 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’

editor by editor
July 17, 2022
in জীৱনশৈলী, বিবিধ
0
‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইপিএলৰ জনক ব্যৱসায়ী ললিত মোদী আৰু প্ৰাক্তন মিছ ইউনিৰ্ভাছ সুম্মিতা সেনৰ ডেটিঙৰ খবৰে সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে এই সম্পৰ্কে মুখ খুলিছে বাংলাদেশৰ নিৰ্বাসিত লেখিকা তছলিমা নাছৰিণে৷

বাংলাদেশৰ বিতৰ্কিত নাৰীবাদী লেখিকাগৰাকীয়ে সুস্মিতা সেনক টকাৰ বাবেই বিক্ৰী হৈ গ’ল নেকি বুলিও প্ৰশ্ন কৰিছে৷

উল্লেখ্য যে মালদ্বীপত দুয়োগৰাকীয়ে ডেট কৰি থকাৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ পিছতে সামাজিক মাধ্যমত দুয়োকে অসংখ্য লোকে অভিনন্দন জনালেও অধিকাংশ লোকে ট্ৰল কৰাহে পৰিলক্ষিত হৈছে৷

লগতে পঢ়ক ৮৩ জন লোকক জীৱন্তে ভক্ষণ বিশ্বৰ আটাইতকৈ ভয়ংকৰ ঘঁৰিয়াল ওছামাৰ

বহুতে সুম্মিতা সেন আৰু ললিত মোদীক লৈ আপত্তিজনক মন্তব্য কৰাও দেখা গৈছে৷ ইতিমধ্যে ললিত মোদীয়ে এই সম্পৰ্কে নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে৷ ট্ৰল কৰাসকলক মধ্য যুগত বাস কৰিছে বুলিও ললিত মোদীয়ে কটাক্ষ কৰিছে৷

এনে সময়তে বাংলাদেশৰ বিতৰ্কিত নাৰীবাদী লেখিকাগৰাকীয়ে ললিত মোদীক নানা অপৰাধৰ সৈতে জড়িত আৰু অতি অনাকৰ্ষণীয় ব্যক্তি বুলি অভিহিত কৰি তেওঁলোকৰ ট্ৰলাৰসকলক যেন উৎসাহিতহে কৰিলে৷

‘‘…সুস্মিতাই এতিয়া বিভিন্ন অপৰাধত জড়িত এজন অনাকৰ্ষণীয় মানুহৰ লগত সময় পাৰ কৰিছে৷ কাৰণ মানুহজন বৰ ধনী? তাৰ মানে কি তেওঁ টকাৰ বাবে বিক্ৰী গ’ল নেকি?’’ সুস্মিতা সেনক লৈ এইদৰে প্ৰশ্নও উত্থাপন কৰিছে তছলিমাই৷

লগতে পঢ়ক প্ৰেমৰ অসীম শক্তিত পৰাভূত ধৰ্মৰ প্ৰাচীৰ! মন্দিৰত হিন্দু যুৱকেৰে বিবাহ মুছলমান যুৱতীৰ

সুস্মিতা সেনক লগ পোৱাৰ অভিজ্ঞতাৰে নাছৰিণে লিখিছে, ‘‘সুস্মিতা সেনক মই মাত্ৰ এবাৰহে লগ পাইছিলো৷ বহু বছৰৰ আগতে কলকতা বিমান বন্দৰত৷ তেওঁ মোক সাৱটি ধৰি মোক বহুত ভালপাওঁ বুলিও কৈছিল৷ লেখা মেলা জগতত মোতকৈ উচ্চতাত কোনো নাই বুলিও কৈছিল৷ কিন্তু তেওঁৰ কাষত থিয় হৈ মোৰ নিজকে অতি ক্ষুদ্ৰ যেনেই লাগিছিল৷ তেওঁৰ সৌন্দৰ্যৰ পৰা মই চকু আঁতৰাবই পৰা নাছিলো৷’’

‘‘সুস্মিতা সেনৰ ব্যক্তিত্ব মোৰ আটাইতকৈ বেছি ভাল লাগে৷ কম বয়সতে দুগৰাকীকৈ কন্যাক তেওঁ  তুলি লৈছিল৷ তেওঁৰ সততা, সাহস, সজাগতা, আত্মনিৰ্ভৰশীলতা, দৃঢ়তা, সৰলতা মোৰ ভাল লাগে৷’’ এইবুলি সুস্মিতা সেনক ভুয়সী প্ৰশংসা কৰে তছলিমাই৷

লগতে পঢ়ক মাতৃৰ সৈতে বিবাহ মণ্ডপৰ পৰা পলায়ন দৰাৰ, আৰক্ষী থানাত সম্পন্ন হ’ল বিবাহ

ইয়াৰ পাছতে ললিত মোদীৰ প্ৰতি বিৰূপ মন্তব্য কৰি তছলিমা নাছৰিণে লিখিছে, ‘‘হয়তো সুস্মিতাই ললিতৰ প্ৰেমত পৰিব পাৰে৷ কিন্তু মোৰ বিশ্বাস নহয় যে তেওঁ প্ৰেমত পৰিছে৷ ধনৰ প্ৰেমত পৰাসকলে অতি সোনকালেই মোৰ দৃষ্টিত সন্মান হেৰুওৱায়৷’’

বিতৰ্কিত লেখিকাগৰাকীৰ এই মন্তব্যই সুস্মিতা সেন আৰু ললিত মোদীৰ ট্ৰলাৰসকলক যে আৰু অধিক উৎসাহিত কৰিব বুলি ধাৰণা কৰা হৈছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLalit ModiSusmita Sentaslima nasrin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
Next Post
৭ বছৰীয়া কন্যা শিশুক বলপূৰ্বক বিবাহৰ চেষ্টা! বিৰোধ কৰা শিশু ভাতৃক মৰিয়াই হত্যা

৭ বছৰীয়া কন্যা শিশুক বলপূৰ্বক বিবাহৰ চেষ্টা! বিৰোধ কৰা শিশু ভাতৃক মৰিয়াই হত্যা

ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.