• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ অসীম শক্তিত পৰাভূত ধৰ্মৰ প্ৰাচীৰ! মন্দিৰত হিন্দু যুৱকেৰে বিবাহ মুছলমান যুৱতীৰ

প্ৰেমৰ অসীম শক্তিত পৰাভূত ধৰ্মৰ প্ৰাচীৰ! মন্দিৰত হিন্দু যুৱকেৰে বিবাহ মুছলমান যুৱতীৰ

4 years ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

47 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

1 hour ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

3 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

14 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

14 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

15 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

15 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

16 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

17 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

18 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমৰ অসীম শক্তিত পৰাভূত ধৰ্মৰ প্ৰাচীৰ! মন্দিৰত হিন্দু যুৱকেৰে বিবাহ মুছলমান যুৱতীৰ

editor by editor
July 17, 2022
in জীৱনশৈলী, ভাৰত
0
প্ৰেমৰ অসীম শক্তিত পৰাভূত ধৰ্মৰ প্ৰাচীৰ! মন্দিৰত হিন্দু যুৱকেৰে বিবাহ মুছলমান যুৱতীৰ
0
SHARES
20k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ অসীম শক্তিৰ আগত যেন পৰাভূত হ’ল ধৰ্মৰ প্ৰাচীৰ! তেনে এক বাৰ্তাকে কঢ়িয়াই এটা হিন্দু মন্দিৰত এগৰাকী মুছলমান যুৱতীয়ে এক হিন্দু যুৱকক বিয়া কৰায়৷ ইমানেই নহয়, মন্দিৰতে হিন্দু যুৱকজনে দিয়া সেন্দূৰো নিজ কপালৰ শিৰত গ্ৰহণ কৰে মুছলমান যুৱতীগৰাকীয়ে৷

এই আশাপ্ৰদ বিবাহখন সম্পন্ন হৈছে আজমগড়ত৷ প্ৰকাশিত বাতৰিৰ মতে আজমগড়ৰ অট্ৰৌলিয়াৰ এটা হিন্দু মন্দিৰত এই বিবাহখন সম্পন্ন হয়৷ দৰা-কইনাহালে মন্দিৰটো সাত পাক প্ৰদক্ষিণ কৰি পৱিত্ৰ বিবাহ বান্ধোনত আৱদ্ধ হয়৷

উল্লেখ্য যে খানপুৰ ফতেহৰ বাসিন্দা জোখুৰ পুত্ৰৰ সূৰজ আৰু হায়দৰপুৰ খাছ গাঁৱৰ মুছলমান যুৱতী মমিন খাতুনৰ মাজত যোৱা দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল৷ দুয়োৰে মাজত প্ৰেমে গাঢ়তৰ হৈ উঠাত বিবাহৰ বাবে মন বান্ধিলেও ভিন্ন ধৰ্মী হোৱাৰ বাবে প্ৰথমে সাহস কৰিব পৰা নাছিল৷

 

লগতে পঢ়ক মাত্ৰ ১০০ টকাত বিমানত যাত্ৰা কৰাৰ বাম্পাৰ সুযোগ! লগতে লাভ কৰিব ৫০ লাখ টকৰা বীমা

মনত কিছু শংকা থাকিলেও সূৰজে প্ৰেমৰ কথা নিজৰ পৰিয়ালৰ লোকক অৱগত কৰে৷ তেওঁৰ পৰিয়ালে তেওঁলোকৰ প্ৰেমক স্বীকাৰ কৰি লোৱাৰ লগতে বিবাহখন সম্পন্ন কৰিবলৈ দুয়োটা পৰিয়ালে আলোচনাও আৰম্ভ কৰে৷

দুয়োটা পৰিয়ালে আলোচনা কৰি সিদ্ধান্ত কৰে যে বিবাহখন হিন্দু ধৰ্মীয় ৰীতিৰে মন্দিৰতে সম্পন্ন কৰা হ’ব৷ সেই আলোচনাৰ মৰ্মে যোৱা বৃহস্পতিবাৰে দুয়োটা পৰিয়ালৰ সন্মতি আৰু উপস্থিতিত সাম্মো মাতা মন্দিৰত হিন্দু ধৰ্মীয় ৰীতিৰে তেওঁলোকৰ বিবাহখন সম্পন্ন হয়৷

অৱশ্যে বিবাহৰ কাৰ্য কোনো লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰি আৰক্ষীয়ে দৰাৰ ঘৰত উপস্থিত হয়৷ আৰক্ষীয়ে তেওঁলোকক সম্পূৰ্ণ নিৰাপত্তা দিয়াৰ আশ্বাস প্ৰদান কৰে৷

 

লগতে পঢ়ক সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত

ইফালে বিবাহ সম্পন্ন হোৱাৰ পিছতে দৰা সূৰজ আৰু কইনা মমিন অতি সুখী হৈ উঠিছে৷ তেওঁলোকে কয় ২ বছৰৰ প্ৰেমৰ অন্তত তেওঁলোকে নিজৰ আৰু পৰিয়ালৰ সন্মিতক্ৰমে বিবাহপাশত আৱদ্ধ হৈছে৷

দৰা আৰু কইনা দুয়োৱে কয় যে তেওঁলোকৰ বিবাহৰ বাবে দুয়োটা পৰিয়ালৰ সদস্যই দৰা বা কইনা কাৰো ওপৰত হেঁচা প্ৰয়োগ কৰা নাছিল৷ বৰং তেওঁলোকৰ আহ্বানতহে দুয়োটা পৰিয়ালে বিবাহৰ বাবে সাজু হোৱা বুলিও সূৰজ আৰু মমিনে প্ৰকাশ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhindu boymuslim girlmuslim girl married hindu boy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

October 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

October 22, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

October 22, 2026
Next Post
৮৩ জন লোকক জীৱন্তে ভক্ষণ বিশ্বৰ আটাইতকৈ ভয়ংকৰ ঘঁৰিয়াল ওছামাৰ

৮৩ জন লোকক জীৱন্তে ভক্ষণ বিশ্বৰ আটাইতকৈ ভয়ংকৰ ঘঁৰিয়াল ওছামাৰ

বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!

বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.