• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!

বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!

4 years ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

17 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

1 hour ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

2 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

3 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

3 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

5 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

5 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

7 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

8 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

19 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!

editor by editor
July 17, 2022
in বিশ্ব
0
বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ-পূব গ্ৰীচৰ কাভালা চহৰৰ সমীপত এখন মালবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনত থকা ৮ জন লোকৰ মৃত্যু হৈছে। গ্ৰীচৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক ERTৰ মতে, বিমানখন এণ্টন’ভ এ-১২, (Antov an-12) অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰী লৈ বাংলাদেশলৈ উৰা মাৰিছিল। বিষয়াসকলে জনোৱা মতে, ছাৰ্বিয়াৰ পৰা জৰ্ডানলৈ উৰা বিমানখন গ্ৰীচৰ পেলিঅ’চ’ৰি গাঁৱৰ ওচৰত গভীৰ নিশা দুৰ্ঘটনা পতিত হয়৷

বিবিচিৰ প্ৰতিবেদন অনুসৰি স্থানীয় বাসিন্দাসকলে স্থানীয় সময় অনুসৰি প্ৰায় ২২:৪৫ (১৯.৪৫ জিএমটি) বজাত অগ্নিদগ্ধ হৈ বিমানখন সৰি পৰা দেখিছিল। স্থানীয় খবৰ অনুসৰি ইউক্ৰেইনৰ এটা কোম্পানীয়ে চলাই থকা বিমানখনত ১২ টন অতি বিপজ্জনক সামগ্ৰী কঢ়িয়াই নিয়া হৈছিল।

চৰকাৰী সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছাৰ্বিয়াৰ নিছ বিমানবন্দৰৰ পৰা জৰ্ডানৰ আম্মানলৈ উৰা মাৰিছিল মালবাহী বিমানখন। বিমানখনৰ পাইলটে আগতীয়াকৈ অগ্নিৰ সূত্ৰপাত হোৱাৰ সম্ভেদ লাভ কৰি ওচৰৰ কাভালা বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ বাবে অনুমোদন বিচাৰিছিল যদিও সেই স্থানত পোৱা পূৰ্বেই বিমানখন দুৰ্ঘটনাত পতিত হয়৷

#BREAKING: Reported scene of Ukranian cargo plane crash in Kavala, Greece. Reports that the Antonov An-12BK lost an engine before crashing.

Unclear how many people were on-board and if the plane was carrying equipment.
pic.twitter.com/NwaVslWzaC

— Moshe Schwartz (@YWNReporter) July 16, 2022

লগতে পঢ়ক প্ৰেমৰ অসীম শক্তিত পৰাভূত ধৰ্মৰ প্ৰাচীৰ! মন্দিৰত হিন্দু যুৱকেৰে বিবাহ মুছলমান যুৱতীৰ

গ্ৰীচৰ ষ্টেট টিভিয়ে প্ৰকাশ কৰা অনুসৰি গ্ৰীচৰ পাৰমাণৱিক শক্তি আয়োগৰ সামৰিক বাহিনীৰ বিস্ফোৰক বিশেষজ্ঞ আৰু কৰ্মচাৰীসকলে নিৰাপদ বুলি নিশ্চিত নকৰালৈকে বিমানখনৰ উদ্ধাৰৰ বাবে দুৰ্ঘটনাসস্থলীলৈ নাযোৱাৰ সিদ্ধান্ত লৈছে।

উত্তৰ গ্ৰীচৰ অগ্নিনিৰ্বাপক বাহিনীৰ লেফটেনেণ্ট জেনেৰেল মাৰিঅ’ছ এপষ্ট’লিডিছে কয় যে এই সময়ত (বায়ু) জোখ-মাখ কৰিলেও একো দেখা নাযায় যদিও অঞ্চলটোত অস্থিৰতা দেখা গৈছে। তীব্ৰ ধোঁৱা আৰু তাপৰ লগতে চিনাক্ত কৰিবলৈ নোৱাৰা বগা পদাৰ্থও দেখা গৈছে৷

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুৰ্ঘটনাস্থলীৰ পৰা নিৰ্গত হোৱা প্ৰচণ্ড গোন্ধৰ পিছত দুৰ্ঘটনাস্থলীৰ ওচৰত বাস কৰা লোকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিষাক্ত ধোঁৱাৰ বাবে উশাহ লোৱাত অসুবিধা হোৱাত দেওবাৰে পুৱাৰ ভাগত দুজন অগ্নিনিৰ্বাপক বাহিনীৰ লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ammanAntonov An-12asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCargo Plane CrashGreece Cargo Plane CrashJordanNis AirportSerbia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি
বিশ্ব

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

June 17, 2026
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম
শিক্ষা

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

June 16, 2026
Next Post
‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’

‘টকাৰ বাবে বিক্ৰী হৈছে সুম্মিতা!, টকাৰ প্ৰেমত পৰিলে সন্মান শীঘ্ৰেই হেৰুওৱায়’

৭ বছৰীয়া কন্যা শিশুক বলপূৰ্বক বিবাহৰ চেষ্টা! বিৰোধ কৰা শিশু ভাতৃক মৰিয়াই হত্যা

৭ বছৰীয়া কন্যা শিশুক বলপূৰ্বক বিবাহৰ চেষ্টা! বিৰোধ কৰা শিশু ভাতৃক মৰিয়াই হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.