• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

4 years ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

19 minutes ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

43 minutes ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

1 hour ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

1 hour ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

2 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

3 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

3 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

4 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

4 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

5 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

editor by editor
June 28, 2022
in অপৰাধ, ভাৰত
0
নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজস্থানৰ উদয়পুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ নূপুৰ শৰ্মাৰ সমৰ্থনত চ’ছিয়েল মিডিয়াত পোষ্ট লিখাৰ বাবেই এজন হিন্দু লোকক ডিঙি কাটি হত্যা কৰা হৈছে৷

ৰাজস্থানৰ উদয়পুৰত দৰ্জীৰূপে কৰ্মৰত কানহাইয়ালালক দুজন মুছলমান ধৰ্মাৱলম্বী যুৱকে অতি নিষ্‌ঠুৰভাৱে হত্যা কৰে৷ হত্যাকাণ্ডৰ পিছতে দুই অভিযুক্তই ভিডিঅ’ও প্ৰকাশ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো হত্যাৰ ভাবুকি প্ৰদান কৰিছে।

ঘটনাৰ বিৱৰণীৰ যুৱক দুজনে কাপোৰ চিলাইৰ অজুহাত দেখুৱাই দোকানখনত প্ৰৱেশ কৰি এই অপৰাধ সংঘটিত কৰি থকাৰ সময়তে এটা ভিডিঅ’ ৰেকৰ্ডিঙো কৰে।

লগতে পঢ়ক কৰ্মচাৰীৰ বাবে সুখবৰ! বৃদ্ধি হ’ব মৰগীয়া ভাট্টা! বাকী থকা মৰগীয়া ভাট্টা কেতিয়া পাব কৰ্মচাৰীয়ে?

ভিডিঅ’টোত দেখা গৈছে দুজন আক্ৰমণকাৰীয়ে হাতত তৰোৱাল লৈ অপৰাধৰ কথা স্বীকাৰ কৰিছে। তৰোৱালত লাগি থকা তেজ দেখুৱাই হাঁহি মুখেৰে লোক দুজনে কয়, ‘আমি উদয়পুৰত মহম্মদ ৰিয়াজ আনছাৰী আৰু মোৰ বন্ধু মহম্মদ ভাইয়ে ইয়াৰ মূৰ কাটি পেলাইছো।’’

ইয়াৰ পিছতে আল্লাক সম্বোধন কৰি ধৰ্মীয় শ্লোগান দি কয় ‘‘আমি তোমাৰ বাবে আৰু তোমাৰ বাবে জীয়াই থাকিম। উইল ডাই ফৰ ইউ।’’ আক্ৰমণকাৰীয়ে প্ৰধানমন্ত্ৰী মোদীক হত্যা কৰাৰ ভাবুকি দি কয়, ‘‘নৰেন্দ্ৰ মোডী শুনক, আপুনি জুই লগাইছে আৰু আমি নুমুৱাম, আমি আল্লাৰ ওচৰত দোৱা কৰিছো যে এই তৰোৱালখনো আপোনাৰ ডিঙিক হানিব।’’

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam live 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamNupur SarmaPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

March 19, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
Next Post
লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ

লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ

সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.