এটা আজৱ ঘটনা পোহৰলৈ আহিছে৷ এজন কিশোৰৰ যৌনাংগৰ ভিতৰৰ পৰা এডাল ইউএছবি কেবল চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিওৱাই আনে৷
ঘটনাটো গ্ৰেট ব্ৰিটেইনৰ৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ব্ৰিটেইনৰ এগৰাকী ১৫ কিশোৰৰ যৌনাংগত এডাল ইউ এছ বি কেবল সোমাই গৈছিল৷ আচলতে কিশোৰজনে লিংগত এডাল ইউ এছ বি কেবল সুমুৱাই যৌন পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছিল আৰু কেবলডাল যৌনাংগৰ ভিতৰতে সোমাই থাকিল৷
ইয়াৰ পাছত কিশোৰীগৰাকীয়ে তীব্ৰ বিষত আক্ৰান্ত হয়৷ আনকি কিশোৰীগৰাকীয়ে প্ৰস্ৰাৱৰো সমস্যাত ভোগে৷ প্ৰস্ৰাৱ কৰোতে তেজ উলাবলৈ ধৰে৷ ইয়াৰ পাছতে কিশোৰগৰাকীয়ে চিকিৎসকৰ কাষ চাপে৷ ঘটনাটো ২০২১ বৰ্ষৰ নৱেম্বৰ মাহৰ৷
লগতে পঢ়ক মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী
চিকিৎসকসকলে লিখা চাইন্স ডাইৰেক্টৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইউএছবি তাঁৰৰ দুটা ডিষ্টেল প’ৰ্ট বাহ্যিক ইউৰেথ্ৰাৰ পৰা ওলাই থকাৰ বিপৰীতে জটিল তাঁৰৰ মাজৰ অংশটো যৌনাংগৰ ভিতৰতে ৰৈ গৈছিল।
চিকিৎসকসকলে প্ৰথমে ধাতুৰ ৰ’ডৰ সহায়ত গাঁঠি থকা তাঁৰডাল আঁতৰাবলৈ চেষ্টা কৰিছিল যদিও তাঁৰত গঠিত গাঁঠিয়ে আৰু অধিক জটিলতাৰ সৃষ্টি কৰাত সেয়া কৰিব পৰা নাছিল। তাৰ পিছতে কিশোৰগৰাকীৰ অস্ত্ৰোপচাৰ কৰি তাঁৰডাল আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হয়।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যুৱকজনক কিছু দীঘলীয়াকৈ পৰ্যবেক্ষণত থাকিব লাগিব, কাৰণ ‘মূত্ৰনলীত ইনফেকচন হোৱাৰ ফলত প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হ’ব পাৰে, প্ৰস্ৰাৱত তেজ ওলাব পাৰে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ