• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা

কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা

4 years ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

9 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

9 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

9 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

10 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

10 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

11 hours ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

11 hours ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

12 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

12 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

13 hours ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

14 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা

editor by editor
March 8, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অ’পাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীসকলক উদ্ধাৰ অভিযান কৰিছে ভাৰত চৰকাৰে৷ কেন্দ্ৰীয় মন্ত্ৰী কিষাণ ৰেড্ডীয়ে অ’পাৰেশ্যন গংগাৰ অধীনত ভাৰতত উপস্থিত হোৱা শিক্ষাৰ্থীসকলক ফুলৰ থোপাৰে আদৰিবলৈ দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈ একপ্ৰকাৰে অপমানেই পালে৷

প্ৰতিগৰাকী শিক্ষাৰ্থীগৰাকীকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ফুলৰ থোপা আগবঢ়াই আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত হৈ চৰমভাৱে অপমানিত হোৱাৰহে পৰিলক্ষিত হ’ল৷

কোনো এজন শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আদৰণি জনাই আগবঢ়োৱা ফুলৰ থোপা গ্ৰহণ নকৰিলে৷ ফুলৰ থোপা সংগ্ৰহ কৰাটো বাদেই কিছুমান শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ফালে মুখেই নকৰিলে৷

লগতে পঢ়ক ভাৰতবাসীৰ বাবে স্বস্তি! যুদ্ধবিধ্বস্ত চুমীত আৱদ্ধ ৭শ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ

ইয়াৰ মাজতে এজন শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আপুনি ভাৰত চৰকাৰৰ প্ৰতিনিধি নেকি বুলি কোৱা শুনা যায়৷ কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডীয়ে হয় বুলি কোৱাৰ পিছতে শিক্ষাৰ্থীগৰাকীয়ে ফুলৰ থোপা নালাগে বুলি প্ৰত্যুত্তৰ দিয়ে৷

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এতিয়া সামাজিক মাধ্যমত তীব্ৰ চৰ্চা লাভ কৰিছে৷ চৰকাৰৰ সমৰ্থক পক্ষই শিক্ষাৰ্থীসকলৰ এই আচৰণক হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিৰ পৰিপন্থী বুলি আখ্যা দিছে৷

আনহাতে, চৰকাৰৰ বিৰোধীসকলৰ মতে নিজৰ দায়িত্ব পালন কৰাতকৈ আত্মপ্ৰচাৰৰ গুৰুত্ব দিবলৈ যোৱা কেন্দ্ৰীয় চৰকাৰৰ এই কাণ্ডক শিক্ষাৰ্থীসকলে উচিত প্ৰত্যুত্তৰ দিয়া বুলিহে ক’ব খুজিছে৷

লগতে পঢ়ক ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?

উল্লেখ্য যে অপাৰশ্যেন গংগাৰ অধীনত যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীসকলক ভাৰত চৰকাৰে উদ্ধাৰ কৰিলেও প্ৰথমাৱস্থাতা বিশেষ পদক্ষেপ লোৱা নাছিল, যাৰ ফলত দুগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে এগৰাকী শিক্ষাৰ্থী গুলীবিদ্ধ হ’লগীয়া হয়৷

আনহাতে বহু আৱদ্ধ শিক্ষাৰ্থীয়ে খাদ্য আৰু পানীৰ অভাৱত পৰি দিন পাৰ কৰাৰ ভিডিঅ’ ভাইৰেল ভাইৰেল কৰিছিল৷ আনকি ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাসে শিক্ষাৰ্থীসকলৰ প্ৰতি দায়িত্বহীনতাৰ পৰিচয় দিয়া বুলিও বহু অভিযোগ উত্থাপন হৈছিল৷ এইবোৰ কথাতে ক্ষুব্ধ হৈ শিক্ষাৰ্থীসকলে কেন্দ্ৰীয় চৰকাৰৰ আত্মপ্ৰচাৰৰ কৌশলত ভৰি নিদিয়া বুলিও বহুতে ক’ব খোজে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest Portal in AssamIndian StudentsKishan ReddyRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?
জীৱনশৈলী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

March 26, 2026
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
বাণিজ্য

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

March 26, 2026
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

March 26, 2026
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

এক বিৰল মানসিক ৰোগত আক্ৰান্ত হৈছে বলিউদৰ অভিনেতা নাছিৰুদ্দিন শ্বাহ!

এক বিৰল মানসিক ৰোগত আক্ৰান্ত হৈছে বলিউদৰ অভিনেতা নাছিৰুদ্দিন শ্বাহ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.