• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

4 weeks ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

17 minutes ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

1 hour ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

2 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

10 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

11 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

11 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

12 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

13 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

13 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

14 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

15 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

কিছুমান ঘৰুৱা উপায় আছে যিবোৰ বিষ কমোৱাত অতি ফলপ্ৰসূ।

editor by editor
August 7, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দাঁতৰ বিষ এনে এক সমস্যা, যিয়ে মুহূৰ্তৰ ভিতৰতে দৈনন্দিন জীৱন ব্যাহত কৰি তুলিব পাৰে। দাঁতৰ ক্ষয়, মাৰিৰ সংক্ৰমণ, দাঁতৰ ফাঁকত খাদ্য আবদ্ধ হৈ থকা, বুদ্ধি দাঁত ওলোৱা বা স্নায়ুৰ সমস্যাৰ বাবে দাঁতৰ বিষ হ’ব পাৰে। যদিও তীব্ৰ বা দীঘলীয়া দাঁতৰ বিষৰ ক্ষেত্ৰত দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী, তথাপিও চিকিৎসকৰ ওচৰলৈ যোৱাৰ আগলৈকে কিছুমান ঘৰুৱা উপায়ে সাময়িকভাৱে বিষ কমোৱাত সহায় কৰিব পাৰে।

নিমখ মিহলি কুহুমীয়া পানীৰে কুলকুলি কৰক

দাঁতৰ বিষ কমোৱাৰ আটাইতকৈ সহজ আৰু কাৰ্যকৰী উপায় হ’ল কুহুমীয়া পানীত আধা চামুচ নিমখ মিহলাই গাৰ্গল কৰক। ই মুখৰ বেক্টেৰিয়া হ্ৰাস কৰাত সহায় কৰাৰ লগতে মাৰিৰ ফুলি থকা অংশৰ অস্বস্তিও কিছু কমাব পাৰে।

লং ব্যৱহাৰ কৰক

লৱঙত থকা Eugenol নামৰ প্ৰাকৃতিক উপাদানটোৱে বিষ কমোৱা আৰু জীৱাণুনাশক গুণ বহন কৰে। এটা লৱঙ বিষ হোৱা দাঁতৰ কাষত কিছু সময় ৰাখিব পাৰে অথবা লৱঙৰ তেল এক-দুই টোপাল তুলাত লৈ আক্ৰান্ত অংশত হালকাকৈ লগাব পাৰে। অৱশ্যে লৱঙৰ তেল পোনপটীয়াকৈ অধিক পৰিমাণে ব্যৱহাৰ নকৰিব।

হালধি ব্যৱহাৰ কৰক

হালধি দাঁতৰ বিষ দূৰ কৰাত উত্তম। ইয়াৰ ঔষধি গুণৰ বাবে আয়ুৰ্বেদত যথেষ্ঠ জনপ্ৰিয়। হালধিৰ অন্যতম পৰিচিত উপাদান হ’ল এলিচিন, যাৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰ’বিয়াল গুণ আছে। দাঁতৰ বিষৰ বাবে দায়ী কিছুমান বীজাণু ধ্বংস কৰাত হালধি অতি ফলপ্ৰসূ।

 দাঁতৰ ফাঁক ভালদৰে পৰিষ্কাৰ কৰক

কেতিয়াবা দাঁতৰ মাজত খাদ্য আবদ্ধ হৈ থাকিলেও বিষ হ’ব পাৰে। নৰম ব্ৰাছ আৰু ডেণ্টেল ফ্লছ ব্যৱহাৰ কৰি দাঁতৰ মাজৰ অংশ পৰিষ্কাৰ কৰিলে অস্বস্তি কমিব পাৰে।

পদিনা চাহ বা পদিনা পাত

পদিনাৰ পাত বা পদিনা চাহে মুখত শীতল অনুভূতি দিয়ে। ঠাণ্ডা হোৱা পদিনা টি-বেগ বিষ হোৱা ঠাইত কিছু সময় ৰাখিলে সাময়িক আৰাম পোৱা সম্ভৱ।

হালধি আৰু মৌৰ মিশ্ৰণ

হালধিত প্ৰদাহবিৰোধী গুণ থাকে। অলপ হালধি গুৰি আৰু মৌ মিহলাই পেষ্ট তৈয়াৰ কৰি বিষ হোৱা মাৰিৰ অংশত লগালে কিছু সকাহ পাব পাৰে। অৱশ্যে এই পদ্ধতি সকলোৰে বাবে সমান ফলপ্ৰসূ নহ’বও পাৰে।

অতি গৰম, ঠাণ্ডা বা মিঠা খাদ্য পৰিহাৰ কৰক

দাঁতৰ বিষ থাকোঁতে বৰ গৰম, বৰ ঠাণ্ডা, টেঙা বা অতিমাত্ৰা মিঠা খাদ্য খালে বিষ বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত নৰম আৰু কুহুমীয়া খাদ্য গ্ৰহণ কৰাই ভাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…
বাণিজ্য

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

September 2, 2026
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!
জীৱনশৈলী

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

September 2, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

September 2, 2026
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
Next Post
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ'ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.