• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পলাই থাকিলেও আৰক্ষীয়ে দাখিল কৰিব চুমিৰ বিৰুদ্ধে চাৰ্জশ্বীট, ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাব এই বিশেষ দলে

পলাই থাকিলেও আৰক্ষীয়ে দাখিল কৰিব চুমিৰ বিৰুদ্ধে চাৰ্জশ্বীট, ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাব এই বিশেষ দলে

2 years ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

22 minutes ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

6 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

6 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

7 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

8 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

8 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

10 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

11 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পলাই থাকিলেও আৰক্ষীয়ে দাখিল কৰিব চুমিৰ বিৰুদ্ধে চাৰ্জশ্বীট, ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাব এই বিশেষ দলে

পলাই থাকিলেও আৰক্ষীয়ে দাখিল কৰিব চুমিৰ বিৰুদ্ধে চাৰ্জশ্বীট, ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাব এই বিশেষ দলে

editor by editor
September 7, 2024
in অপৰাধ, অসম
0
পলাই থাকিলেও আৰক্ষীয়ে দাখিল কৰিব চুমিৰ বিৰুদ্ধে চাৰ্জশ্বীট, ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাব এই বিশেষ দলে
0
SHARES
133
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চুমি পলাই থাকিলেও হাৰি নাযাব৷ গ্ৰেপ্তাৰ নহ’লেও আৰক্ষীয়ে চুমিৰ বিৰুদ্ধে দাখিল কৰিব বিশেষ চাৰ্জশ্বীট৷ চুমি বৰা বিতৰ্কক লৈ মুখ খুলিছে ডিজিপি জিপি সিঙেও৷ জি পি সিঙে কয় যে, গ্ৰেপ্তাৰ নহ’লেও পলাতক চুমিৰ বিৰুদ্দে আদালতত দাখিল কৰা হ’ব চাৰ্জশ্বীট৷ নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া৷ ট্ৰেডিং দুৰ্নীতিৰ অভিযুক্তক হাৰি যাবলৈ কোনো কাৰণতেই দিয়া নহ’ব৷

শেহতীয়াকৈ ঘটনাক লৈ মুখ্যমন্ত্ৰীও কঠোৰ হৈছে৷ মুখ্যমন্ত্ৰীয়ে চিবিআইৰ হাতলৈ এই কেছ ট্ৰেন্সফাৰ কৰাৰ কথা কোৱাৰ পাছতেই জি পি সিঙে কৰিছে আন এক টুইট৷ এক্স হেণ্ডেলত জি পি সিঙে লিখিছে, ‘আমি বিশেষ কেচটো নিৰীক্ষণ কৰি আছো৷ ঘটনাৰ উচ্চ তদন্তৰ বাবে আমি ১৪জনীয়া SIT টীম গঠন কৰিছো৷ ১৪জনীয়া SITয়ে সমগ্ৰ ৰাজ্যত তদন্ত চলাব ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে৷ ১৪জনীয়া SITৰ তদন্ত পৰ্যৱেশন কৰিব অসম CIDৰ মুখ্য কাৰ্যালয়ৰ পৰা৷  পৰ্যৱেশনৰ দায়িত্বত থাকিব CIDৰ ADGPআৰু IGP৷ ইতিমধ্যে ১৪খন জিলাৰ পৰা অসম আৰক্ষীয়ে আটক কৰিছে ৫৯গৰাকীক৷ অন্যহাতে মহাপ্ৰৱঞ্চক বিশাল ফুকনৰ গোচৰ CIDক হস্তান্তৰ DGPৰ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট
অসম

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

October 9, 2026
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?
অসম

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

October 9, 2026
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
Next Post
মা দুৰ্গাই কিয় সিংহক বাহন হিচাপে বাচি লৈছিল? এইবাৰ দুৰ্গাপুজা কিয় বিশেষ?

মা দুৰ্গাই কিয় সিংহক বাহন হিচাপে বাচি লৈছিল? এইবাৰ দুৰ্গাপুজা কিয় বিশেষ?

কাইলৈ শুক্লা পঞ্চমীত বুধাদিত্য যোগ, সৌভাগ্য সোণ হৈ উজলিব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ শুক্লা পঞ্চমীত বুধাদিত্য যোগ, সৌভাগ্য সোণ হৈ উজলিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.