• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ শুক্লা পঞ্চমীত বুধাদিত্য যোগ, সৌভাগ্য সোণ হৈ উজলিব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ শুক্লা পঞ্চমীত বুধাদিত্য যোগ, সৌভাগ্য সোণ হৈ উজলিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

7 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

10 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

10 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

10 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

11 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

11 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

12 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

13 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

13 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

13 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

14 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ শুক্লা পঞ্চমীত বুধাদিত্য যোগ, সৌভাগ্য সোণ হৈ উজলিব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ শুক্লা পঞ্চমীত বুধাদিত্য যোগ, সৌভাগ্য সোণ হৈ উজলিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
September 7, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
কাইলৈ শুক্লা পঞ্চমীত বুধাদিত্য যোগ, সৌভাগ্য সোণ হৈ উজলিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
527
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ ছেপ্টেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই দিনে নিশাই তুলা ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বুধাদিত্য যোগ, ইন্দ্ৰ যোগ আৰু ৰবি যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰথমে স্বাতী নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক দেওবাৰৰ ভাগ্যৱান ৰাশিৰ তালিকা৷

বৃষ ৰাশি

কাইলৈ বিশাখা নক্ষত্ৰত বৃষ ৰাশিৰ জাতকৰ ঘৰত বিলাসী পৰিবেশ থাকিব৷ খুবেই আৰাম কৰি কাইলৈ দিনটো কটাব আপুনি৷ ঘৰৰ সৰু সৰু শিশুসকলেও আনন্দেৰে দিনটো কটাব৷ ইয়াৰ ফলত ঘৰৰ পৰিবেশ মনোৰম হ’ব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি পাব পাৰে৷ সন্ধিয়াবেলা ঘৰত বিশেষ কোনো অতিথি আহিব পাৰে৷ কাৰ্যালয়ত আপুনি প্ৰশংসা পাব৷

কন্যা ৰাশি

কাইলৈ ডাঙৰৰ আশীৰ্বাদ পাব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ ৰবি যোগৰ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰে বেছ কিছু অৰ্থ লাভ কৰিব পাৰিব৷ এই ধন আপুনি বহুদিনতেই পোৱাৰ কথা আছিল৷ শহুৰৰ ঘৰৰ সৈতে মনোমালিন্য দূৰ হৈ সম্পৰ্ক উন্নত হ’ব৷ কোনো পুৰণি প্ৰিয় বন্ধুৰ সৈতে কাইলৈ বহু দিনৰ পাছত দেখা হ’ব আপোনাৰ৷

বৃশ্চিক ৰাশি

কাইলৈ দেওবাৰে ইন্দ্ৰ যোগৰ প্ৰভাৱত ভাল দিন কটাব বৃশ্চিক ৰাশিৰ জাতকে৷ পৰিয়ালৰ সদস্যৰ পৰা কাইলৈ সন্ধিয়া কোনো বিশেষ উপহাৰ দিব পাৰে৷ সন্তান সম্পৰ্কীয় সুখবৰ পাব পাৰে৷ শহুৰৰ ঘৰৰ পৰা অৰ্থলাভ হ’ব পাৰে৷ সমাজত সুনাম আৰু জনপ্ৰিয়তা বাঢ়িব আপোনাৰ৷

মকৰ ৰাশি

বুধাদিত্য যোগৰ ব্যৱসায়ত প্ৰচুৰ লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কামৰ বাবে কোনো সুখবৰ পাব পাৰে৷ সন্তানৰ পঢ়াশুনা বিষয়ক কোনো ভাল খবৰ পাব পাৰে৷ সন্ধিয়াবেলা পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব৷ আৰ্থিকভাৱে কাইলৈ লাভৱান হ’ব মকৰ ৰাশিৰ জাতক৷

কুম্ভ ৰাশি

কাইলৈ ৮ ছেপ্টেম্বৰ সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ শহুৰৰ ঘৰৰ সৈতে আপোনাৰ সম্পৰ্ক কাইলৈ ভাল হ’ব৷ পাবলগীয়া ধন ঘূৰাই পাব৷ কাইলৈ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷ কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে কুম্ভ ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
Next Post
ঘৰৰ মানুহ ঘৰলৈ উভতিল, শক্তি বাঢ়িল কংগ্ৰেছৰ, চিন্তা বাঢ়িল বিজেপিৰ

ঘৰৰ মানুহ ঘৰলৈ উভতিল, শক্তি বাঢ়িল কংগ্ৰেছৰ, চিন্তা বাঢ়িল বিজেপিৰ

ৰনবীৰ-দীপিকাৰ জীৱনলৈ আগমণ ঘটিল কন্যা সন্তানৰ

ৰনবীৰ-দীপিকাৰ জীৱনলৈ আগমণ ঘটিল কন্যা সন্তানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.