• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৌচাগাৰৰ মজিয়াত ৰখা খাদ্য খুৱালে খেলুৱৈক! ভাইৰেল ভিডিঅ’ৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া!

শৌচাগাৰৰ মজিয়াত ৰখা খাদ্য খুৱালে খেলুৱৈক! ভাইৰেল ভিডিঅ’ৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া!

4 years ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

21 minutes ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

57 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

2 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

11 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

11 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

12 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

13 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

14 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

14 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

15 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

15 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শৌচাগাৰৰ মজিয়াত ৰখা খাদ্য খুৱালে খেলুৱৈক! ভাইৰেল ভিডিঅ’ৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া!

editor by editor
September 20, 2022
in বিবিধ, ভাৰত
0
শৌচাগাৰৰ মজিয়াত ৰখা খাদ্য খুৱালে খেলুৱৈক! ভাইৰেল ভিডিঅ’ৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া!
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ৱে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

টুইটাৰত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এটা শৌচাগাৰৰ সংলগ্ন টয়লেটৰ মজিয়াত কিছুমান পাত্ৰত ৰান্ধি থোৱা খাদ্যসমূহ ৰাখি থোৱা হৈছে৷ বাহিৰৰ পৰা এগৰাকী এগৰাকীকৈ কিশোৰ-কিশোৰীয়ে ভিতৰলৈ আহি শৌচাগাৰৰ মজিয়াৰ পাত্ৰত থোৱা খাদ্য থালত লোৱা দেখা গৈছে তাৰ মাজতে তেওঁলোকে দেখা পায় যে সেয়া এটা টয়লেটৰ মজিয়া৷ কাষতে কে’বাটাও পুৰুষৰ প্ৰস্ৰাৱগাৰৰ লগতে শৌচাগাৰো আছে৷ ইয়াৰ পাছতে এক হূলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়৷

১ মিনিট ১৮ ছেকেণ্ডৰ এই ভিডিঅ’টো টুইটাৰত ভাইৰেল হোৱাৰ পাছতে এতিয়া দেশজুৰিও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

লগতে পঢ়ক উদ্যত পিষ্টলেৰে মহানগৰীৰ ৰাজপথত সন্ত্ৰাস বিহাৰী ৰিক্সাৱালাৰ! তাৰপাছত কি হ’ল?

প্ৰকাশিত বাতৰি অনুসৰি ভাইৰেল হোৱা ভিডিঅ’টো উত্তৰ প্ৰদেশৰ৷ উত্তৰ প্ৰদেশৰ শ্বাহৰণপুৰত ৰাজ্যখনৰ ১৭ বছৰ অনুৰ্ধৰ কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কাবাডী খেলুৱৈসকলকেই শৌচাৰগাৰৰ মজিয়াত খাদ্য পৰিৱেশ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷

ইফালে এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে শ্বাহৰহণপুৰৰ ক্ৰীড়া বিষয়া অনিমেষ ছাক্সেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ বিষয়াগৰাকীয়ে দাবী কৰা মতে খেলুৱৈসকলৰ বাবে খাদ্য শৌচাগাৰত নহয়, চুইমিং পুলৰ ওচৰতহে ৰখাৰ ব্যৱস্থা কৰা হৈছিল৷

यूपी की कबड्डी खेलने वाली बेटियों को टॉयलेट में खाना परोसा गया।

झूठे प्रचार पर करोड़ों खर्च करने वाली BJP सरकार के पास हमारे खिलाड़ियों के लिए अच्छी व्यवस्था करने के पैसे नहीं हैं।

धिक्कार है! pic.twitter.com/UazJvCrWPB

— Congress (@INCIndia) September 20, 2022

লগতে পঢ়ক উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?

বিষয়াগৰাকীয়ে দাবী কৰে যে খাদ্যখিনি চুইমিং পুলৰ চেঞ্জিং ৰুমতহে ৰখা হৈছিল৷ ‘‘বাথৰুমত খাদ্য ৰখা হোৱা নাছিল। চুইমিং পুলৰ ওচৰতে আমি খাদ্যৰ ব্যৱস্থা কৰিলোঁ। বৰষুণৰ বাবে চুইমিং পুলৰ ওচৰৰ চেঞ্জিং ৰুমত খাদ্য ৰখা হৈছিল। ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম চলি আছে। বৰষুণৰ বাবে আন ঠাইত খাদ্য ৰাখিবলৈ ঠাই নাছিল।’’ বিষয়াগৰাকীয়ে এইদৰে কয়৷ প্ৰকাশিত খবৰ মতে এই ঘটনাৰ পাছতে ইতিমধ্যে বিষয়াগৰাকীক নিলম্বন কৰা হৈছে৷

ইফালে ঘটনাৰ পাছতে ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দলসমূহে শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰা দেখা গৈছে৷ বিৰোধীৰ মতে শৌচাগাৰত খাদ্য ৰাখি উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে কাবাডী খেলুৱৈসকলক অসন্মান কৰিছে৷ বিৰোধীয়ে এই ঘটনা অত্যন্ত লজ্জাজনক বুলিও অভিহিত কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

June 24, 2026
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।
বিনোদন

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

June 24, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

June 24, 2026
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী
জীৱনশৈলী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

June 23, 2026
Next Post
অতি কৰুণ খবৰ! কবি, সমাজসেৱিকা মদিৰা শ‍ইকীয়া ভূঞাৰ অকাল মৃত্যু…

অতি কৰুণ খবৰ! কবি, সমাজসেৱিকা মদিৰা শ‍ইকীয়া ভূঞাৰ অকাল মৃত্যু…

মানুহক কুকুৰে কামোৰে কিয়? কুকুৰৰ আক্ৰমণত বিশ্বত প্ৰতিবছৰে ৫৫,০০০ লোকৰ মৃ্ত্যু ঘটে?

মানুহক কুকুৰে কামোৰে কিয়? কুকুৰৰ আক্ৰমণত বিশ্বত প্ৰতিবছৰে ৫৫,০০০ লোকৰ মৃ্ত্যু ঘটে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.