• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

4 months ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

6 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

6 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

6 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

7 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

8 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

8 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

9 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

10 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

10 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

11 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

12 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

আদালতৰ নিৰ্দেশ- কোনো নাবালককে সাক্ষাৎ কৰিব নোৱাৰিব শিক্ষয়িত্ৰীয়ে

editor by editor
June 24, 2026
in অপৰাধ, বিবিধ, বিশ্ব
0
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছাত্ৰৰ সৈতে বলপূৰ্বক শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত পৰিছে এগৰাকী শিক্ষয়িত্ৰী। ঘটনাই এতিয়া পাইছেগৈ আদালতৰ মজিয়া। আমেৰিকাৰ জৰ্জিয়াৰ এখন বিদ্যালয়ত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ ‘এলেকজেণ্ডাৰ হাইস্কুল’ৰ জীৱবিজ্ঞানৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে এজন নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক স্থাপনৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

কেনেকৈ পোহৰলৈ আহিল ঘটনাটো?

অভিযুক্ত শিক্ষয়িত্ৰীগৰাকী জীৱবিজ্ঞান বিষয় পঢ়ুওৱাৰ উপৰিও বিদ্যালয়খনৰ ফুটবল দলৰ অপাৰেশ্যনছ মেনেজাৰ হিচাপেও কৰ্মৰত আছিল। আৰক্ষীয়ে দাখিল কৰা শপতনামা অনুসৰি, শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়ৰ ক্লাছৰুমৰ সংলগ্ন সৰু কোঠা তথা ক্ল’জেটত এজন ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কেৱল এয়াই নহয় শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে আন এজন ছাত্ৰৰ সৈতেও আপত্তিজনক আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আপত্তিজনক ভিডিঅ’ ভাইৰেল কৰি ব্লেকমেইলিং

তদন্তকাৰী সংস্থাই জনোৱা মতে, শিক্ষয়িত্ৰীগৰাকীয়ে বহুকেইজন ছাত্ৰলৈ আপত্তিজনক বাৰ্তা আৰু ভিডিঅ’ প্ৰেৰণ কৰিছিল। সেই ভিডিঅ’সমূহৰ ভিতৰত এটা ভিডিঅ’ ছাত্ৰ-ছাত্ৰীৰ মাজত সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰিত হয়। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত কিছুমান ছাত্ৰই পৰিস্থিতিৰ সুযোগ লৈ শিক্ষয়িত্ৰীগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। অভিযোগ অনুসৰি, ছাত্ৰকেইজনে শিক্ষয়িত্ৰীগৰাকীক ভাবুকি দিয়ে যে পৰীক্ষাত উন্নত গ্ৰেড বা অধিক নম্বৰ নিদিলে ব্যক্তিগত ভিডিঅ’সমূহ ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে ইতিমধ্যে ২৭টা পৃথক তালাচী ৱাৰেণ্ট জাৰি কৰিছে। শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰমাণ নষ্ট বা লুকুৱাবলৈ চেষ্টা কৰা, নাবালকৰ শোষণ আৰু বিদ্যালয়ৰ কৰ্মচাৰীয়ে ছাত্ৰৰ সৈতে অনুচিত শাৰী*ৰিক সম্পৰ্ক স্থাপন কৰাৰ দৰে একাধিক গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান শিক্ষয়িত্ৰীগৰাকী জামিন লাভ কৰিছে যদিও আদালতে তেওঁৰ ওপৰত কিছু কঠোৰ চৰ্ত আৰোপ কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি, নিজৰ কন্যাক বাদ দি তেওঁ আন কোনো নাবালকৰ সৈতে সাক্ষাৎ বা যোগাযোগ কৰিব নোৱাৰিব। ইফালে, শিক্ষয়িত্ৰীগৰাকীৰ অধিবক্তাই আদালতৰ ওচৰত আবেদন জনাইছে যাতে তেওঁক নিজৰ ১৭ বছৰীয়া ভায়েকক সাক্ষাৎ কৰাৰ অনুমতি দিয়া হয়। অৱশ্যে এই আবেদন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোৰ অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত আছে আৰু আগন্তুক দিনত আৰু নতুন তথ্য পোহৰলৈ আহিব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Crime news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ
ভাৰত

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

October 8, 2026
Next Post
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.