• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ৰ ১ জানুৱাৰীৰ দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

২০২৬ৰ ১ জানুৱাৰীৰ দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

3 months ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

30 minutes ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

1 hour ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

2 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

3 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

4 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

4 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

5 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

5 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

6 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

7 hours ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

17 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ৰ ১ জানুৱাৰীৰ দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

editor by editor
December 21, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
২০২৬ৰ ১ জানুৱাৰীৰ দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ৰ ১ জানুৱাৰীৰ দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

২০২৬ অৰ্থাৎ নতুন বছৰলৈ মাজত আৰু মাথো কেইটামান দিন বাকি। সকলো ব্য়স্ত হৈ পৰিছে ২০২৫ক বিদায় দি নতুন বছৰটোক আদৰাৰ বাবে। তাৰে মাজতে সকলোৱে আশা কৰিছে আহিবলগীয়া বছৰটো সুখেৰে পাৰ হোৱাটো। বিপদ-বিধিনি দূৰ হোৱাটো।

ইয়াৰ বাবে বাস্তু শাস্ত্ৰই কয় কিছু নিয়মৰ কথা। বিধি অনুসৰি কৰা কামে সুখ সমৃদ্ধি কঢ়িয়াই আনিব নতুন বছৰটোত। ইয়াৰ বাবে ২০২৬ ৰ ১ জানুৱাৰী তাৰিখেই কৰিব লাগিব কিছু কাম। যাৰ ফলত এই প্ৰতিকাৰে কেৱল সমস্যা দূৰ কৰাই নহয় ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰাৰ লগতে ইতিবাচক শক্তি বিয়পাই দিব।

ভগৱান বিষ্ণুক পূজা কৰক-
এইবাৰৰ নতুন বছৰটো বৃহস্পতি বাৰেৰে আৰম্ভ হব। যি ভগৱান বিষ্ণুৰ অতিকে প্ৰিয় বাৰ। এই দিনটোত ঘিউৰ চাকি জ্বলাই ভগৱানৰ চৰণত পদুম ফুল অৰ্পন কৰি ‘ওম নমো ভগৱতে বাসুদেবায়’ মন্ত্ৰ জপ কৰক।

ভগৱান শিৱক অৰ্পন কৰক এই সামগ্ৰী –
নতুন বছৰটো অতি বিশেষ কৰিবলৈ নতুন বছৰৰ প্ৰথম দিনাই শিৱক গাখীৰেৰে অভিষেক কৰক। লগতে শিৱ লিংগত অৰ্পন কৰক ধতুৰা ফুল, ধতুৰাৰ ফল আৰু ভাং ।

গৌৰী পূজা –
নৱবৰ্ষৰ প্ৰথম দিনাই ভগৱান শিৱৰ সৈতে গৌৰীক পূজা কৰক। পূজাত দেৱীক ৰঙা দোপাত্তা, ৰঙা খাৰু আৰু অন্যান্য প্ৰসাধনৰ সামগ্ৰী আগবঢ়াব ৷

হনুমান পূজা –
নৱবৰ্ষৰ প্ৰথম দিনটোত হনুমানক সেন্দুৰ আগবঢ়াই হনুমান চালিশা পাঠ কৰক। এই সকলোবোৰ ব্যৱস্থা পালন কৰিলে নতুন বছৰত সকলো ধৰণৰ ৰোগ, দুখ-কষ্ট আৰু সমস্যাৰ অন্ত পৰিব। ঘৰখনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2026astrologyNew year
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড
বিনোদন

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

March 17, 2026
Next Post
জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

আজি ২২ ডিচেম্বৰ তাৰিখ আপোনাৰ বাবে শুভ নে অশুভ, চাওক দৈনিক ৰাশিফল

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.