বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

জ্যোতিষশাস্ত্ৰত শুক্ৰ গ্ৰহক অত্যন্ত শুভ গ্ৰহ হিচাপে গণ্য কৰা হয়৷ জীৱন ধন-সম্পদ, ভোগ-বিলাস, প্ৰেম, সৌন্দৰ্য আৰু সুখৰ প্ৰধান দাতা হৈছে শুক্ৰ৷ কাৰোবাৰ কুণ্ডলীত শুক্ৰ শক্তিশালী হ’লে সাধাৰণতে তেওঁ অৰ্থকষ্টৰ মুখামুখি নহয়৷ আগন্তুক ১২ জানুৱাৰীত শুক্ৰ গ্ৰহই গোচৰ কৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ ৬ ফেব্ৰুৱাৰী পৰ্যন্ত মকৰ ৰাশিতেই অৱস্থান কৰিব, ইয়াৰপাছতেই কুম্ভ ৰাশিত গোচৰ কৰিব৷ এই প্ৰায় তিনি সপ্তাহৰ সময়কালত শুক্ৰ গ্ৰহই বিশেষভাৱে চাৰিটা ৰাশিৰ জাতকৰ জীৱনলৈ আৰ্থিক উন্নতি আৰু সৌভাগ্য আনি দিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি নিজেই শুক্ৰ গ্ৰহ হোৱাত এই গোচৰে বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব৷ এই সময়ত ৰৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷ আয় বৃদ্ধি পাব পাৰে৷ বেংক বেলেন্স বাঢ়িব আৰু নতুন কাম বা ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল৷ অবিবাহিতসকলে নতুন সম্পৰ্কত সোমাই পৰিব৷ বিবাহিতসকলৰ দাম্পত্য জীৱনত সুখ আৰু শান্তি ভৰপুৰ থাকিব৷

সিংহ ৰাশি

সিংহ ৰাশিত জাতকৰ ক্ষেত্ৰত এই সময়ত হঠাৎ অৰ্থ লাভৰ যোগ তৈয়াৰ হব পাৰে৷ গুৰুত্বপূৰ্ণ কোনো কাম সফলভাৱে সম্পন্ন হ’ব পাৰে আৰু সুখবৰ বা মূল্যবান উপহাৰ পোৱাৰ সম্ভাৱনা আছে৷ বহুদিনীয়া ঘৰ ক্ৰয়ৰ সপোন এই সময়ত পূৰণ হব পাৰে৷ মানসিকভাৱে আপুনি উৎসৱৰ মেজাজত থাকিব৷ যিসকলে চাকৰি কৰে তেওঁলোকৰ কামৰ লক্ষ্য পূৰণ হব আৰু কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *