• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এপ্ৰিলত দুদিনৰ ব্যৱধানত ৰাশি সলনি কৰিব মঙ্গল-শুক্ৰই, চাৰি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

এপ্ৰিলত দুদিনৰ ব্যৱধানত ৰাশি সলনি কৰিব মঙ্গল-শুক্ৰই, চাৰি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

2 years ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

23 minutes ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

1 hour ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

1 hour ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

3 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

5 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

5 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

22 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

24 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 day ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 day ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এপ্ৰিলত দুদিনৰ ব্যৱধানত ৰাশি সলনি কৰিব মঙ্গল-শুক্ৰই, চাৰি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

এপ্ৰিলত দুদিনৰ ব্যৱধানত ৰাশি সলনি কৰিব মঙ্গল-শুক্ৰই, চাৰি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

editor by editor
April 17, 2024
in বিবিধ, ভাৰত
0
এপ্ৰিলত দুদিনৰ ব্যৱধানত ৰাশি সলনি কৰিব মঙ্গল-শুক্ৰই, চাৰি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এপ্রিলৰ শেষৰ দুদিনৰ ব্যৱধানত ৰাশি সলনি কৰিব দুটাকৈ গুৰুত্বপূৰ্ণ গ্ৰহই। ২৩ এপ্ৰিলত মীন ৰাশিত প্ৰৱেষ কৰিব মঙ্গলে। ইয়াৰ ঠিক দুদিন পাছতেই ২৫ এপ্ৰিলত মীনৰ পৰা বাহিৰলৈ আহি মেষ ৰাশিৰ প্ৰৱেশ কৰিব শুক্ৰই। জ্য়োতিষ শাস্ত্ৰমতে এই দুই গ্ৰহকেই অত্যন্ত গুৰুত্বপূৰ্ণ স্থান প্ৰদান কৰা হৈছে। ইফালে মঙ্গল হৈছে গ্ৰহৰ সেনাপতি। শক্তি, সাহস, পৰাক্ৰম, ভূমি, তেজ আদিক কাৰক গ্ৰহ হৈছে মঙ্গল। অন্যহাতে শুক্ৰ দৈত্যসকলৰ গুৰু। কিন্তু সুখ, সমৃদ্ধি, প্ৰেম, ভোগ বিলাসিতা প্ৰদান কৰে শুক্ৰৰ শুভ অৱস্থাই। দুদিনৰ ব্য়ৱধানত এই দুই গ্ৰহৰ ৰাশি পৰিবৰ্তন চাৰি ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। কাৰণ এই সাল সলনিয়ে উন্নতি আৰু সুখ বৃদ্ধিৰো কাৰক হ’ব পাৰে।

মেষ ৰাশি

মঙ্গল আৰু শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত মেষ ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব। এই ৰাশিৰ চাকৰিয়াল জাতকৰ চাকৰিত উন্নতিৰ প্ৰৱল সম্ভাৱনা আছে। অন্যহাতে ব্য়ৱসায়ী মেষ জাতকে এই সময়ত ব্যৱসায় বৃদ্ধি কৰিব পাৰে। আপোনাৰ আয় ক্ৰমশ বাঢ়িব। প্ৰেমৰ সম্পৰ্কত আৱদ্ধ মেষৰ জাতকে সুখৰ সময় কটাব। জীৱনসংগীৰ সৈতে ভাল সময় কটাব।

বৃষ ৰাশি

জ্য়োতিষ গণনা অনুসৰি এই দুই গ্ৰহৰ গোচৰৰ ফলত বৃষ ৰাশিৰ জাতকৰ কৰ্মক্ষেত্ৰত উন্নতি হ’ব। ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে। দীৰ্ঘদিন ধৰি কোনো কাম ৰৈ থাকিলে এইবাৰ পূৰ্ণ হ’ব। ইয়াৰ ফলত লাভৰ পৰিণাম বৃদ্ধি হ’ব। অৰ্থাভাৱ দূৰ হ’ব। আনকি ধন-সম্পত্তি বৃদ্ধিৰো প্ৰৱল যোগ আছে।

কন্য়া ৰাশি

মঙ্গল আৰু শুক্ৰৰ ৰাশি পৰিবৰ্তনে কন্য়াৰ জাতকৰ বাবে লাভৰ খবৰ আনিব। এই সময়ত শত্ৰুক পৰাজিত কৰিব পাৰিব। দীৰ্ঘদিন ধৰি পুৰণা ৰোগত আক্ৰান্ত থাকিলে এই সময়ত মুক্তি পাব। আদালতত দীৰ্ঘদিন ধৰি কোনো আইনী গোচৰ থাকিলে জয়লাভৰ প্ৰৱল সম্ভাৱনা আছে। চাকৰিত নতুন সুযোগ পাব।

তুলা ৰাশি

আপোনাৰ ব্যয় নিয়ন্ত্ৰণ ৰখাৰ পৰামৰ্শ দিছে জ্যোতিষ শাস্ত্ৰই। আয় বৃদ্ধিৰ যোগ আছে। অৰ্থ আগমনৰ পৰিমাণ বাঢ়িব। পাৰিবাৰিক জীৱনত আনন্দ থাকিব। ভাগ্যৰ পূৰ্ণ সংগ লাভ কৰিব এই ৰাশিৰ জাতকে। ৰোগৰ পৰা মুক্তি পাব। পৰিয়ালৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে। জীৱনসংগীৰ সৈতে ভাল সময় কটাব। ব্যৱসায়ত লাভ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
Next Post
‘প্ৰত্যেকৰ ভোটেই জৰুৰী’, সচেতনতা বঢ়াবলৈ অভিনৱ বিয়াৰ কাৰ্ড পাত্ৰ-পাত্ৰীৰ

‘প্ৰত্যেকৰ ভোটেই জৰুৰী’, সচেতনতা বঢ়াবলৈ অভিনৱ বিয়াৰ কাৰ্ড পাত্ৰ-পাত্ৰীৰ

বহুত হৈছে শাসন, এইবাৰ দুৱাৰতে ৰেচন… দিদিৰ ১০ গেৰেণ্টি কি কি?

বহুত হৈছে শাসন, এইবাৰ দুৱাৰতে ৰেচন… দিদিৰ ১০ গেৰেণ্টি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.