• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈত্যগুৰুৰ ৰাশি পৰিবৰ্তনত বিপদ বাঢ়িব ৩ ৰাশিৰ জীৱনত, অক্টোবৰত এইকেইটা ৰাশিৰ জাতক সাৱধানে থাকক

দৈত্যগুৰুৰ ৰাশি পৰিবৰ্তনত বিপদ বাঢ়িব ৩ ৰাশিৰ জীৱনত, অক্টোবৰত এইকেইটা ৰাশিৰ জাতক সাৱধানে থাকক

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈত্যগুৰুৰ ৰাশি পৰিবৰ্তনত বিপদ বাঢ়িব ৩ ৰাশিৰ জীৱনত, অক্টোবৰত এইকেইটা ৰাশিৰ জাতক সাৱধানে থাকক

editor by editor
September 28, 2023
in জীৱনশৈলী, বিবিধ
0
দৈত্যগুৰুৰ ৰাশি পৰিবৰ্তনত বিপদ বাঢ়িব ৩ ৰাশিৰ জীৱনত, অক্টোবৰত এইকেইটা ৰাশিৰ জাতক সাৱধানে থাকক
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুখ সমৃদ্ধি, ধন-বৈভৱৰ কাৰক গ্ৰহ আৰু দৈত্যসকলৰ গুৰু শুক্ৰাচাৰ্য বা শুক্ৰ গ্ৰহই অক্টোবৰ মাহৰ দ্বিতীয় দিনাই ৰাশি পৰিবৰ্তন কৰিব। শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত কিছু ৰাশিৰ জাতকে যেনেদৰে শুভ ফল লাভ কৰিব তেনেদৰে কেইটামান ৰাশিৰ জাতকৰ জীৱনত সমস্যা বৃদ্ধি পাব। শুক্ৰৰ অশুভ প্ৰভাৱত অৰ্থাভাৱে দেখা দিব কেইটামান ৰাশিৰ জীৱনত। ২ অক্টোবৰ সোমবাৰে নিশা ১২ বাজি ৪৩ মিনিটত ৰাশি পৰিবৰ্তন কৰি সিংহত প্ৰৱেশ শুক্ৰই। আগন্তুক ৩ নৱেম্বৰ পৰ্যন্ত সূৰ্যৰ ৰাশি সিংহত শুক্ৰৰ গোচৰ হ’ব। এই এমাহত কেইবাটাও ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো ভাল। আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ লগতে পাৰিবাৰিক সমস্যাৰো উদ্ভৱ হ’ব কেইটামান ৰাশিৰ জাতকৰ। শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত কোন কোন ৰাশিৰ ব্যক্তি সতৰ্ক থকাটো ভাল?

কৰ্কট ৰাশি
শুক্ৰৰ গোচৰৰ ফলত কৰ্কট ৰাশিৰ জাতকৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যাই দেখা দিব। কৰ্মক্ষেত্ৰত কোনো বিষয়ক লৈ অৱসাদত ভূগিব পাৰে। এই পৰিস্থিতিত কোনো ভুল কাম কৰি নেপেলাব। সকলো কাম সুস্থিৰ মগজুৰে চিন্তা কৰি নকৰিলেই বিপদ বাঢ়িব। সম্পৰ্কত অৱসাদে দেখা দিব। চাকৰিতো সন্তুষ্ট নাথাকিব। ব্যৱসায়ত চেলেঞ্জৰ মুখামুখি হ’ব এই ৰাশিৰ জাতক। ইয়াৰোপৰি অপ্ৰয়োজনীয় ব্যয়ৰ বাবে চিন্তিত হৈ থাকিব। ইয়াৰ ফলত অৰ্থ সঞ্চয় কৰা কঠিন হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মনোমালিন্য হ’ব পাৰে।

মকৰ ৰাশি
শুক্ৰই এই ৰাশিৰ অষ্টম স্থানত গোচৰ কৰিব। এই পৰিস্থিতিত এই ৰাশিৰ জাতকৰ চাকৰিত প্ৰভাৱ পৰিব। ইয়াৰ ফলত অৱসাদগ্ৰস্থ হৈ থাকিব মকৰ ৰাশিৰ জাতকসকল। ব্যৱসায়ীসকলৰ বাবেও বিভিন্ন সমস্যাই দেখা দিব। আৰ্থিক লোকচানৰ মুখামুখি হ’ব পাৰে এই ৰাশিৰ জাতক। ব্যৱসায়ত অংশীদাৰৰ সৈতে কাৰণত মনোমালিন্য হ’ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সমস্যাৰ উদ্ভৱ হ’ব।

মীন ৰাশি
এই ৰাশিৰ ষষ্ঠ স্থানত শুক্ৰৰ গোচৰ হ’ব। এই পৰিস্থিতিত এই ৰাশিৰ জাতকসকল সতৰ্ক হৈ থকাটো ভাল। বিৰোধীৰ পৰা সতৰ্ক হৈ নাথাকিলে পৰিণতি বেয়া হ’ব। এই সময়ত স্বাস্থ্যৰ বিশেষ যত্ন ৰাখক। অফিচ কাছাৰীত কাৰো সৈতে বিবাদ নকৰিব। অন্যথা আপুনি লোকচানৰ সন্মুখীন হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ

চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ

ভাৰতৰ কৃষি বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু নাই, ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে স্বামীনাথনে

ভাৰতৰ কৃষি বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু নাই, ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে স্বামীনাথনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.