• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ

চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ

3 years ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

7 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

7 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

7 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

8 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

9 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

9 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

10 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

11 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

11 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

12 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

13 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ

editor by editor
September 28, 2023
in বিজ্ঞান, ভাৰত, লেখা
0
চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ
0
SHARES
542
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সপোন খামুচি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চলাইছে এটাৰ পাছত আনটো গৱেষণা। গৱেষণাৰ ক্ষেত্ৰখনত ৰাছিয়া, আমেৰিকাৰ দৰে দেশকো ফেৰ মাৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে। চন্দ্ৰৰ দক্ষিণ মেৰু জয় কৰাৰ পাছত সূৰ্যলৈকো যান পঠিয়াইছে আদিত্য এল-১। মহাকাশত মানুহ পঠিওৱাৰ বাবেও ন ন গৱেষণা আৰম্ভ কৰিছে ইছৰোৱে। এইবাৰ সপোনৰ উচ্চতা আৰু অকণ ওখ হৈছে। পৃথিৱীৰ পৰাই শুক্ৰ গ্ৰহক নিৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে। ইছৰো প্রধান এছ সোমনাথে কৰিছে এই বৃহৎ ঘোষণা।

এইবাৰ ইছৰোৰ লক্ষ্য শুক্ৰ গ্ৰহ। সৌৰজগতৰ সকলোতকৈ উজ্জ্বল গ্ৰহটোকো হাতৰ মুঠিত অনাৰ চেষ্টা চলাইছে ইছৰোৰ দলে। ইছৰোৰ চেয়াৰমেন এছ সোমনাথে এই সন্দৰ্ভত কয়, ‘শুক্ৰ মিছনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। ভৱিষ্যত মিছনৰ বাবে পেলোডসমূহ তৈয়াৰৰ কাম আৰম্ভ হৈছে।’ দিল্লীস্থিত ইণ্ডিয়ান নেশ্ব্যনেল স্পেছ একাডেমিত বক্তব্য ৰখাৰ সময়তে এই মন্তব্য কৰিছে ইছৰো প্ৰধানে। ভৱিষ্যতে মহাকাশত একাধিক মিছনৰ পৰিকল্পনা কৰিছে ইছৰোৱে। তাৰমাজতেই শুক্ৰ মিছন অন্যতম।

শুক্ৰ মিছন প্ৰকৃততে কি?
শুক্ৰ মিছন সম্পৰ্কে ইছৰো প্ৰধানে কয়, ‘শুক্ৰ আটাইতকৈ উজ্জ্বল গ্ৰহ। এই মিছনৰ মাধ্যমেৰে মহাকাশ সম্বন্ধীয় বহু ৰহস্যৰ উন্মোচন হ’ব। শুক্ৰক লৈ সকলোৰেই আগ্ৰহ আছে। এই গ্ৰহ বৈশিষ্টপূৰ্ণ। অন্য গ্ৰহতকৈ এই গ্ৰহ বহু পৃথক। শুক্ৰৰ বায়ুমণ্ডলীয় চাপ পৃথিৱীতকৈ ১০০ গুণ বেছি। এই গ্ৰহ এছিডেৰে পৰিপূৰ্ণ। ইয়াৰ পৃষ্ঠ ভেদ কৰা দুঃসাধ্য। শুক্ৰ গ্ৰহৰ পৃষ্ঠটোক লৈ কোনো দেশেই গৱেষণা চলোৱা নাই। আমি শুক্ৰ পৃষ্ঠৰ বৈশিষ্টসমূহ জনাৰ চেষ্টা কৰিম। এদিন পৃথিৱীৰো শুক্ৰ গ্ৰহৰ দৰে অৱস্থা হ’ব পাৰে। হয়তো আজিৰ পৰা দহ হাজাৰ বছৰ পাছত পৃথিৱীৰ বৈশিষ্ট্য সম্পূৰ্ণৰূপে সলনি হৈ যাব পাৰে। হয়তো তেতিয়া পৃথিৱী বাসোপযোগ্য হৈ নাথাকিব পাৰে। শুক্ৰ গ্ৰহৰ আকাৰ আৰু মধ্যাকৰ্ষণ পৃথিৱীৰ সমান। এই গ্ৰহৰ পৃথিৱীৰ সৈতে বহুক্ষেত্ৰত মিল আছে। শুক্ৰ গ্ৰহটো ছালফিউৰিক এছিডযুক্ত অত্যন্ত প্ৰতিফলিত মেঘৰ এটা অস্বচ্ছ স্তৰেৰে আবৃত।

এই গ্ৰহৰ বায়ুমণ্ডল চাৰিটা পাৰ্থিৱ গ্ৰহৰ মাজত সকলোতকৈ ঘন আৰু বেছিভাগেই কাৰ্বন ডাই অক্সাইডেৰে গঠিত। শুক্ৰ গ্ৰহৰ পৃষ্ঠৰ বায়ুমণ্ডলীয় চাপ পৃথিৱীৰ পৰা প্ৰায় ৯৩ গুণ বেছি। এই গ্ৰহত ৮মাহ পৰ্যন্ত সূৰ্য অস্ত নাযায়। এই গ্ৰহৰ এটা দিনেই পৃথিৱীৰ ৮মাহৰ সমান। শুক্ৰ গ্ৰহৰ তাপমাত্ৰা ৪৭৫ ডিগ্ৰী ছেলচিয়াছ। সূৰ্যত অভিযান চলাবলৈ যাত্ৰা কৰাৰ সময়ত নাছাৰ পাৰ্কাৰ চলাৰ প্ৰোবে নিৰীক্ষণ কৰিছে শুক্ৰগ্ৰহক। ৯ ফেব্ৰুৱাৰী ২০২২ ত নাচাই ঘোষণা কৰিছিল যে শুক্ৰৰ পৃষ্ঠতলৰ ছবি তেওঁলোকৰ যান পাৰ্কাৰ চলাৰে তুলিবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?
বাণিজ্য

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

August 9, 2026
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!
জীৱনশৈলী

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

August 9, 2026
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

August 9, 2026
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
জীৱনশৈলী

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

August 9, 2026
Next Post
ভাৰতৰ কৃষি বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু নাই, ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে স্বামীনাথনে

ভাৰতৰ কৃষি বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু নাই, ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে স্বামীনাথনে

World Rabies Day- কুকুৰ মেকুৰীয়ে কামূৰিলে কিমান দিনৰ ভিতৰত টিকা লোৱাটো জৰুৰী? জানি থওক এই নিয়ম

World Rabies Day- কুকুৰ মেকুৰীয়ে কামূৰিলে কিমান দিনৰ ভিতৰত টিকা লোৱাটো জৰুৰী? জানি থওক এই নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.