• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
World Rabies Day- কুকুৰ মেকুৰীয়ে কামূৰিলে কিমান দিনৰ ভিতৰত টিকা লোৱাটো জৰুৰী? জানি থওক এই নিয়ম

World Rabies Day- কুকুৰ মেকুৰীয়ে কামূৰিলে কিমান দিনৰ ভিতৰত টিকা লোৱাটো জৰুৰী? জানি থওক এই নিয়ম

3 years ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

8 minutes ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

43 minutes ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

1 hour ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

2 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

3 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

16 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

16 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

16 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

18 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

World Rabies Day- কুকুৰ মেকুৰীয়ে কামূৰিলে কিমান দিনৰ ভিতৰত টিকা লোৱাটো জৰুৰী? জানি থওক এই নিয়ম

editor by editor
September 28, 2023
in বিশ্ব, ভাৰত, স্বাস্থ্য
0
World Rabies Day- কুকুৰ মেকুৰীয়ে কামূৰিলে কিমান দিনৰ ভিতৰত টিকা লোৱাটো জৰুৰী? জানি থওক এই নিয়ম
0
SHARES
465
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৩ চনতো বহুতেই কুকুৰ বা মেকুৰীয়ে কামূৰিলে ভেকছিন নলয়। যাৰবাবে আজিও বহুসংখ্যক লোকেই ৰেবিছত আক্ৰান্ত হৈ মৃত্যুক সাবটে। ৰেবিছ এবিধ ভাইৰাছজনিত অসুখ। এবাৰ এই ভাইৰাছে মানৱ দেহত থিতাপি ল’লে বচাৰ কোনো উপায় নাথাকে। সেয়ে কুকুৰ, মেকুৰি বা কোনো স্তন্যপায়ী প্ৰাণীয়ে কামূৰিলে দ্ৰুততৰভাৱে টিকা ল’ব লাগে। অন্যথা বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বহু পৰিমাণে থাকে।

কুকুৰ বা মেকুৰীয়ে কামূৰিলে পোনতে কি কৰিব?
কুকুৰ, মেকুৰীয়ে কামূৰিলে যিমান পাৰি সিমান সোনকালে সেই ক্ষতস্থান ধুই ল’ব। হাতৰ কাষতে যদি চাবোন থাকে তেন্তে চাবোনেৰে সেই ক্ষতস্থান ধুই পেলাব। তেতিয়া সংক্ৰমণৰ আশংকা কিছু পৰিমাণে কমি যায়। ইয়াৰোপৰি তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ কোনো মলম ব্যৱহাৰ নকৰিব।

এই ভুল নকৰিব
কুকুৰ, মেকুৰীয়ে কামূৰিলে বহুলোকেই ভেকছিন নলয়। কুকুৰটোৰ ওপৰতহে দৃষ্টি ৰাখে। কামোৰাৰ কিছুদিনৰ ভিতৰত যদি কুকুৰ বা মেকুৰীটো গুৰুতৰভাৱে অসুস্থ হৈ পৰে তেন্তে পলম নকৰি চিকিৎসা কেন্দ্ৰলৈ গৈ টিকা লয়। এয়াই আমাৰ ডাঙৰ ভুল। কাৰণ কামূৰাৰ পৰা কুকুৰটোৰ অসুস্থতালৈ অপেক্ষা কৰা সেই সময়খিনিতেই শৰীৰত ৰেবিছে ঠাই কৰি লয়। সেয়ে কুকুৰে কামূৰিলে পলম নকৰি লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক।

ৰেবিছ মানেই মৃত্যু!
ৰেবিছৰ বৰ্তমানলৈকে কোনো চিকিৎসা নাই। এবাৰ এই ৰোগৰ সংক্ৰমণ হ’লে বচাৰ আশা তেনেই ক্ষীণ। প্ৰায় ১০০ শতাংশ ৰোগীয়েই মৃত্যুৰ মুখত পৰে। ৰেবিছৰ টিকা লওঁতেও বহুতেই আধৰুৱা চিকিৎসাহে লয়। ৰেবিছৰ টিকা লওতে ৩,৭,১৪ আৰু ৩০ দিনৰ মূৰে মূৰে আটাইকেইটা ভেকছিনেই ল’ব। এই ভেকচিনৰ প্ৰথম টিকাক কোৱা হয় জিৰো ডে ভেকছিন। দ্বিতীয়টো ভেকচিন প্ৰথম ভেকছিনৰ ৩ দিন পাছত, তাৰপিছতেই আনটো ভেকছিন ৭ দিনত, চতুৰ্থটো ভেকছিন ১৪ দিনত আৰু পঞ্চমটো ভেকছিন ৩০ দিনত ল’ব। এয়াই ৰেবিছ টিকাৰ ছিডিউল। এই নিয়ম মানি টিকা ল’লে সংক্ৰমণৰ শংকা কমি যায়।

Disclaimer: প্রতিবেদনটো সচেতনতাৰ উদ্দেশ্যেহে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামর্শ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?
বিশ্ব

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Next Post
ছাইৰ প্ৰতিটো কণাই মোৰ হৃদয় আন্দোলিত কৰে, হয়তো মই এজন পাগলেই যিয়ে কাৰাগাৰতো নিজকে কাৰামুক্ত বুলি ভাৱো! ওপজা দিনত ভগৎ সিঙক স্মৰণ

ছাইৰ প্ৰতিটো কণাই মোৰ হৃদয় আন্দোলিত কৰে, হয়তো মই এজন পাগলেই যিয়ে কাৰাগাৰতো নিজকে কাৰামুক্ত বুলি ভাৱো! ওপজা দিনত ভগৎ সিঙক স্মৰণ

১৩০০ বছৰীয়া সেই মাটিৰ কলহ আজিও অক্ষত অৱস্থাত! ভীমে দ্ৰৌপদীৰ বাবে পানী ভৰাইছিল এই পাত্ৰত, ক’ত আছে ভীমৰ সেই কলহ?

১৩০০ বছৰীয়া সেই মাটিৰ কলহ আজিও অক্ষত অৱস্থাত! ভীমে দ্ৰৌপদীৰ বাবে পানী ভৰাইছিল এই পাত্ৰত, ক’ত আছে ভীমৰ সেই কলহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.