• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাইৰ প্ৰতিটো কণাই মোৰ হৃদয় আন্দোলিত কৰে, হয়তো মই এজন পাগলেই যিয়ে কাৰাগাৰতো নিজকে কাৰামুক্ত বুলি ভাৱো! ওপজা দিনত ভগৎ সিঙক স্মৰণ

ছাইৰ প্ৰতিটো কণাই মোৰ হৃদয় আন্দোলিত কৰে, হয়তো মই এজন পাগলেই যিয়ে কাৰাগাৰতো নিজকে কাৰামুক্ত বুলি ভাৱো! ওপজা দিনত ভগৎ সিঙক স্মৰণ

3 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

4 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

4 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

5 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

6 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

6 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

7 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

8 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

8 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

9 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

9 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

10 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছাইৰ প্ৰতিটো কণাই মোৰ হৃদয় আন্দোলিত কৰে, হয়তো মই এজন পাগলেই যিয়ে কাৰাগাৰতো নিজকে কাৰামুক্ত বুলি ভাৱো! ওপজা দিনত ভগৎ সিঙক স্মৰণ

editor by editor
September 28, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
ছাইৰ প্ৰতিটো কণাই মোৰ হৃদয় আন্দোলিত কৰে, হয়তো মই এজন পাগলেই যিয়ে কাৰাগাৰতো নিজকে কাৰামুক্ত বুলি ভাৱো! ওপজা দিনত ভগৎ সিঙক স্মৰণ
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি দেশজুৰি স্মৰণ কৰা হৈছে স্বাধীনতা সংগ্ৰামী ভগৎ সিঙক। ২৮ ছেপ্টেম্বৰ ভগৎ সিঙৰ ওপজা দিন। ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল ভগৎ সিঙে। দেশৰ স্বাধীনতাৰ বাবে সৰ্বস্ব ত্যাগ কৰা সেই সংগ্ৰামীক আজি দেশে সোঁৱৰিছে। ইংৰাজে দিয়া ফাঁচিৰ ৰায় মানি হাঁহি হাঁহি ফাঁচীকাঠত উঠিছিল ভগৎ সিং। খুব কম দিনতেই ভগৎ সিঙে দি যোৱা বাণী আজিও প্ৰাসংগিক। তেওঁৰ সেই উক্তিত আজিও অনুপ্ৰাণিত হয় দেশৰ তৰুণ শক্তি।

১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ভগৎ সিঙৰ পৰিয়ালো আছিল স্বাধীনতা সংগ্ৰামীয়েই। ভগৎ সিঙৰ জন্মৰ সময়ত তেওঁৰ মোমায়েক অজিৎ সিং আৰু স্মৰণ সিং ইংৰাজৰ কাৰাগাৰৰ বন্দী আছিল। এই বন্দীত্বৰ কাৰণ ইংৰাজে অনা বিলৰ বিৰোধীতা কৰা। ৰাজনৈতিক পৰিবেশৰ মাজতেই ভগৎ সিং ডাঙৰ দীঘল হৈছিল। কম বয়সতেই ভগৎ সিঙে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত যোগ দিয়ে। কিশোৰ বেলাতে এই আন্দোলনত যোগ দিয়া কাৰ্যই অন্ধকাৰ নমাই আনে ভগৎ সিঙৰ জীৱনলৈ। ১০১৯ চনত জালিৱানাবাগৰ গণহত্যা আৰু ১৯২১ চনৰ আকালি বিক্ষোভকাৰীৰ হত্যাৰ ঘটনাত দেশ নিস্তব্ধ হৈ পৰিছিল। কলেজত পঢ়ি থকাৰ মাজতে দেশৰ স্বাধীনতাৰ কথাবোৰে ভগৎ সিঙক অশান্ত কৰি ৰাখিছিল। মহাত্মা গান্ধীৰ অনুৰোধত তেতিয়া স্বাধীনতা আন্দোলন তুংগত। তৰুণ প্ৰজন্মৰ মনতো স্বাধীনতাৰ উকমুকনি। তেওঁ স্বাধীনতা আন্দোলনত জড়িত হৈ পৰাৰ বাবেই তেওঁক কাৰাবন্ধী কৰে ইংৰাজ প্রশাসনে।

সেই মহান বিপ্লৱীৰ ওপজা দিনটোত দেশবাসীয়ে আকৌ মনত পেলাইছে নিৰ্ভীক সেনানীগৰাকীক। তেওঁ দি যোৱা অনুপ্ৰেৰণামূলক বাণীসমূহৰো চৰ্চা চলিছে। ভগৎ সিঙৰ কেইটামান বাণী আজিও প্ৰাসংগিক।

১. ছাইৰ প্ৰতিটো কণাই মোৰ হৃদয় আন্দোলিত কৰে, হয়তো মই এজন পাগলেই যিয়ে কাৰাগাৰতো নিজকে কাৰামুক্ত বুলি ভাৱো।
২. যিসকলে উন্নয়নৰ পক্ষত থিয় দিয়ে তেওঁলোকে সকলোতে সমালোচনা কৰে। উন্নয়নৰ বাবে কেতিয়াবা বিশ্বাসভাজনকো অবিশ্বাসৰ দৃষ্টিৰে চাব লাগে।
৩. বোমা আৰু পিস্তলেৰে বিপ্লৱ নহয়। চিন্তাৰ পথেৰেহে বিপ্লৱ আহিব।
৪. মৃত্যু বাসনা মোৰ হৃদয়ত আছে, মই কেৱল হত্যাকাৰীৰ হাতৰ ক্ষমতা চাবলৈকেহে জীয়াই আছো।
৫. তেওঁলোকে মোক হত্যা কৰিব পাৰিব, কিন্তু মোৰ চিন্তাক কোনো অস্ত্ৰৰেই তেওঁলোকে হত্যা কৰিব নোৱাৰে। তেওঁলোকে মোৰ শৰীৰ চূৰ্ণ-বিচূৰ্ণ কৰিব পাৰে কিন্তু মোৰ আত্মাক চূৰ্ণ কৰিব পৰা ক্ষমতা তেওঁলোকৰ নাই।

ভগৎ সিঙ এনে এজন সংগ্ৰামী যিয়ে মৃত্যুৰ দুৱাৰডলীত থিয় হৈ গাইছিল স্বাধীনতাৰ গীত। ভগৎ সিঙে ফাঁচীৰ পূৰ্বে গুণগুনাইছিল, ‘কেতিয়াবাতো সেই দিন আহিব! যিদিনা আমি মুক্তি পাম। এই ভূমি কেৱল আমাৰেই হ’ব। এই আকাশ কেৱল আমাৰ হ’ব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
Next Post
১৩০০ বছৰীয়া সেই মাটিৰ কলহ আজিও অক্ষত অৱস্থাত! ভীমে দ্ৰৌপদীৰ বাবে পানী ভৰাইছিল এই পাত্ৰত, ক’ত আছে ভীমৰ সেই কলহ?

১৩০০ বছৰীয়া সেই মাটিৰ কলহ আজিও অক্ষত অৱস্থাত! ভীমে দ্ৰৌপদীৰ বাবে পানী ভৰাইছিল এই পাত্ৰত, ক’ত আছে ভীমৰ সেই কলহ?

বিশেষ চাৰিটা ৰাশিৰ জাতকে বেয়া সময়ৰ মোকাবিলাৰ কিটিপ জানে! তেওঁলোকৰ শক্তিৰ উৎস কি?

বিশেষ চাৰিটা ৰাশিৰ জাতকে বেয়া সময়ৰ মোকাবিলাৰ কিটিপ জানে! তেওঁলোকৰ শক্তিৰ উৎস কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.