এগৰাকী মহিলাৰ ওপৰত পিশাচৰ দৰে জঁপিয়াই পৰিছে কেইজনমান ব্যক্তি। কাষতে চলিছে পূজা-অর্চনা। এখন বৃহৎ জালত মেৰিয়ায়ো লৰচৰ কৰিব নোৱাৰাকৈ বান্ধি পেলাইছে মহিলাগৰাকীক। ইয়াৰ পাছতে মহিলাগৰাকীক সোধা হৈছে ক তই ডাইনী হয় নে নহয়?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















