• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন…

ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন…

3 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

1 hour ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

2 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

2 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

2 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

3 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

3 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

4 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

4 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

5 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

5 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

5 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন…

editor by editor
November 6, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত, স্বাস্থ্য
0
ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন…
0
SHARES
19.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জিম্বাব’ৱেৰ বিৰুদ্ধে আজিৰ খেলত জয়লাভ কৰিছে ভাৰতে। ৭১ ৰানত জয়ী হৈছে ভাৰত। জয়ী হ’লেও ভাৰতবাসীক হতাশ কৰিলে বিৰাট কোহলীৰ বেটিঙে! জিম্বাব’ৱেৰ বিৰুদ্ধে টছত জিকি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বেটিঙৰ সময়তে বিৰাট কোহলিয়ে কৰা এটা আচৰণে চিন্তিত কৰি তোলে ভাৰতীয় ক্ৰিকেট অনুৰাগীক। হঠাতেই দুই ৰান লোৱাৰ পাছতেই কোহলিয়ে বুকুত হাত দি কিছু সময় ৰৈ যায়। কি হৈছিল বিৰাটৰ? কিয় এনেদৰে ইংগিত দিছিল বিৰাটে এই লৈ চিন্তিত হৈ পৰিছে বিৰাট অনুৰাগী।

কি এনেদৰে ৰৈ গৈছিল বিৰাট?

বিৰাটক ক্ৰিকেটৰ জগতত আটাইতকৈ ফিট খেলুৱৈ বুলি কোৱা হয়। শৰীৰ চৰ্চাৰ বাবে বিৰাটো যিমান সময় খৰচ কৰে এইদৰে কোনো খেলুৱৈয়ে শৰীৰ চৰ্চা নকৰে। বহুতেই দাবী কৰে শৰীৰ সচেতন বাবেই বিৰাটে খেলটো ভাল পাৰফৰ্মেন্স দেখুৱাব পাৰে। কিন্তু বিৰাটৰ হঠাতেই বুকুত হাত দি কিয় ৰৈ গ’ল? কে এল ৰাহুল আৰু বিৰাটে বেটিং কৰি থাকোতেই এই ঘটনা। প্ৰথম অভাৰতেই বাউণ্ডেৰী কোবাই কোহলিয়ে খেল আৰম্ভ কৰিছিলহে। বল বাউণ্ডেৰী পোৱালৈ দুই ৰান লৈছিল বিৰাটে। তাৰ পিছৰ বলটোতো পুনৰ দুই ৰান লয় বিৰাটে। কিন্তু দ্বিতীয়বাৰ ৰান লওতে ৰৈ যায় বিৰাট। বুকুত হাত থৈ উশাহ লোৱাত কষ্ট হোৱাৰ ইংগিত দিয়ে বিৰাটে। তাৰপাছত আৰু বেছি সময় খেলপথাৰত নাথাকিল বিৰাট। মেলবৰ্ণত বতৰ অত্যাধিক গৰমো নাছিল। তেনেক্ষেত্ৰত গৰমৰ বাবে শৰীৰে কষ্ট পোৱাৰো কথা আহি নপৰে।

কমেণ্টেটৰে কি কৈছিল?

ঘটনাটো খেল চলি থাকোতে বহুতেই হয়তো গুৰুত্ব দিয়া নাছিল। কমেণ্টেটৰ সুনীল গাভাস্কাৰে সেই সময়ত কৈ আছিল, ‘ কোহলীয়ে খুব বেগাই দৌৰে। ফিল্ডিঙত থকাসকলে তৰ্কিবলৈ নৌপাওতেই অতিৰিক্ত ৰান লয় কোহলীয়ে। দ্বিতীয় ৰান লোৱা সহজ নাছিল যদিও লৈ পেলালে কোহলীয়ে। নিজকে অকণ সময় দিবলৈকে এই ইংগিত দিছে কোহলীয়ে।’

উল্লেখ্য যে কোহলীয় গুৰুতৰভাৱে অসুস্থ হোৱা নাছিল সেয়া তেওঁৰ চাল চলনেই ফুটাই তুলিছিল। বেটিঙো ভালধৰণেই কৰিছিল বিৰাটে। হঠাতে কিছু খেলিমেলি দেখা গলেও বৰ্তমান সকলো ঠিকেই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
‘ছাইবাৰ মোছন ছিকনেছ’, অতিৰিক্ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে হেৰুৱাব পাৰে খোজ কঢ়াৰ ক্ষমতা…

'ছাইবাৰ মোছন ছিকনেছ’, অতিৰিক্ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে হেৰুৱাব পাৰে খোজ কঢ়াৰ ক্ষমতা...

এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক

এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.