• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

2 months ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

18 minutes ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

33 minutes ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

1 hour ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

3 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

3 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

15 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

15 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

editor by editor
June 9, 2026
in বিবিধ, ভাৰত, লেখা
0
বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ এটা তীখা উদ্যোগত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাৰ ফলত ৮ জন লোকৰ মৃত্যু হয়। উদ্যোগটোৰ এছএমএছ-২ আৰু এছটিচি-৩ তাপ সুবিধাৰ পৰা বৃহৎ পৰিমাণৰ গলিত তীখা লিক হোৱাৰ ফলত ৮ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। উচ্চ উষ্ণতাৰ গলিত তীখাৰে ভৰ্তি লেডল ফাটি যোৱাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছত আতংক বিয়পি পৰে, শ্ৰমিক আৰু বিষয়াসকলে প্ৰাণ ৰক্ষাৰ বাবে দৌৰিবলৈ আৰম্ভ কৰে। কিন্তু ঘটনাস্থলীত উপস্থিত হৈ তীখা উদ্যোগৰ শ্ৰমিকসকলে জুই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।

খবৰ অনুসৰি তীখা উদ্যোগটোৰ এছএমএছ-২ আৰু এছটিচি-৩ হিট প্ৰচেছিং ইউনিটত সংঘটিত হয় এই দুৰ্ঘটনা। উতলি থকা তৰল তীখা ক্ৰেন ব্যৱহাৰ কৰি তুলি লোৱা হৈছিল। খবৰ অনুসৰি ১৫০০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক উষ্ণতাত উতলি থকা এই ধাতুৰ তৰল পদাৰ্থটো থকা লেডলটো হঠাতে নিয়ন্ত্ৰণহীন হৈ দোল খাইছিল, যাৰ ফলত উতলি থকা গৰম তীখাটো তাত কাম কৰা শ্ৰমিকসকলৰ ওপৰত পৰি যায়। তীখা উদ্যোগটোৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। অৱশ্যে এই ঘটনাৰ সময়ত কেইবাজনো শ্ৰমিক আহত হোৱাৰ বিপৰীতে আন কিছুমানে তৰল তীখা পৰি পৰাত ভয়তে পলায়ন কৰে।

১৬০০ ডিগ্ৰীৰ গলিত তীখাৰ সৈতে কাম কৰি থকা শ্ৰমিক সকলৰ অগ্নিকাণ্ডত চিনিব নোৱাৰা হৈ ছিন্ন-বিচ্ছিন্ন হৈ পৰে শৰীৰ।বিগত বৰ্ষত তীখা উদ্যোগটোক ১১৪৪০ কোটি টকা দিছিল ভাৰত চৰকাৰে। ঘটনাৰ পিছতে বন্ধ হোৱাৰ উপক্ৰম RINL নামৰ উদ্যোগটো।

(এই প্ৰতিবেদন যুগুত কৰিছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Asom Live 24 digitelindia news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ
জীৱনশৈলী

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

August 5, 2026
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক
বাণিজ্য

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

August 5, 2026
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী
বিনোদন

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

August 5, 2026
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

August 5, 2026
Next Post
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ’ব নেকি গোটেই বিশ্ব ধ্বংস?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ'ব নেকি গোটেই বিশ্ব ধ্বংস?

১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.