• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ভিটামিনৰ টেবলেট খায়? জানক কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

দৈনিক ভিটামিনৰ টেবলেট খায়? জানক কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

9 months ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

1 hour ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

2 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

3 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

4 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

5 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

5 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

6 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

7 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

7 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

8 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

দৈনিক ভিটামিনৰ টেবলেট খায়? জানক কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

দৈনিক ভিটামিনৰ টেবলেট খায়? জানক কোন ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

editor by editor
July 7, 2025
in খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
দৈনিক ভিটামিনৰ টেবলেট খায়? জানক কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰৰ বাবে ভিটামিন যেনেকৈ দৰকাৰ তেনেকৈ বেছি মাত্ৰাত ভিটামিন খালে মাৰাত্মক ক্ষতি হ’ব পাৰে শৰীৰৰ৷ অৰ্থাৎ আপোনাৰ শৰীৰত যি ভিটামিনৰ অভাৱ সেই ভিটামিনহে গ্ৰহণ কৰিব অন্যথা শৰীৰৰ ক্ষতিহে হ’ব পাৰে৷ শৰীৰত কোনো এবিধ ভিটামিন বাঢ়ি গলে একাধিক অসুখে দেখা দিব পাৰে৷ জানক শৰীৰত কি ভিটামিন বাঢ়ি গলে কিডনি বেয়া হয়? কিডনি ফেইলাৰ পৰ্যন্তও হ’ব পাৰে৷

একাধিক গৱেষণাত দেখা গৈছে শৰীৰত ভিটামিন ডিৰ মাত্ৰা বাঢ়ি গ’লে কিডনিৰ অসুখে দেখা দিয়ে৷ কিডনি ফেইলাৰ পৰ্যন্ত হ’ব পাৰে৷ বহুতেই ভিটামিন ডিৰ ছাপ্লিমেণ্ট সেৱন কৰে৷ কিছু মন গলেই এইধৰণৰ ছাপ্লিমেণ্ট খালে ওলোটাই শৰীৰৰ ক্ষতিহে হয়৷ বিশেষজ্ঞই কয় যে শৰীৰত ভিটামিন ডিৰ মাত্ৰা প্ৰয়োজনতকৈ বেছি হৈ গলে নানান ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ ভিটামিন ডিৰ এবিধ স্নেহপদাৰ্থত দ্ৰৱণীয় ভিটামিন৷ বহুসময়ত ইয়াক কোৱা হয় ছাইচাইন ভিটামিন৷ তৈলাক্ত মাছত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে৷ ইয়াৰোপৰি মানুহৰ ছাল ৰ’দৰ সংস্পৰ্শলৈ আহিলেই শৰীৰত ভিটামিন ডি উৎপন্ন হয়৷ সামুদ্ৰিক মাছ, দুগ্ধজাত খাদ্য আৰু কণীত ভিটামিন ডি থাকে৷

অৱশ্যে অতিৰিক্ত ভিটামিন ডি খালে ৰক্তনলীত কেলছিয়াম জমা হোৱাৰ সমস্যাই দেখা দিব পাৰে৷ এই পৰিস্থিতিক চিকিৎসাৰ পৰিভাষাত কোৱা হয় কেলছিফিকেছন৷ যাৰ পৰা হাইপাৰকেলছিয়ামৰ দৰে ৰোগে দেখা দিয়ে৷ ইয়াৰ ফলত কিডনিৰ অসুখ, হাৰ্টৰ অসুখ, ষ্ট্ৰোকৰ আশংকা বাঢ়ে৷ হাড় শক্তিশালী কৰিবলৈ আৰু পেশীৰ যত্নৰ বাবে ভিটামিন ডি অপৰিহাৰ্য৷ গৱেষণাই জনাইছে যে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৬ শতাংশই ভিটামিন ডিৰ অভাৱক ভোগে৷ কেৱল হাড় মজবুত কৰাই নহয়, অস্থিসংক্ৰান্তিয় নানান ৰোগ, অষ্টিয়োপোৰেছিচৰ দৰে ৰোগৰ আশংকা কমাই৷ ইয়াৰোপৰি ৰোগ প্ৰতিৰোধতো ভিটামিন ডি অত্যন্ত গুৰুত্বপূৰ্ণ৷

কিন্তু মাত্ৰা বেছি হৈ গলেই বিপদ৷ ইউ এছ নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ তথ্য অনুসৰি ০-১ বছৰ বয়সীয়া শিশুসকলৰ বাবে দৈনিক ভিটামিন ডিৰ প্ৰয়োজন ০.০১ মিলিগ্ৰাম৷ ১-১৩ বছৰ বয়সীয়াসকলৰ বাবে দৈনিক ভিটামিন ডিৰ প্ৰয়োজন ০.০১৫ মিলিগ্ৰাম৷ ১৪-১৮বছৰ বয়সীয়াসকলৰ দৈনিক ০.০১৫মিলিগ্ৰাম ভিটামিন ডিৰ প্ৰয়োজন৷ ১৯-৭০ বছৰ বয়সীয়াসকলে নিয়মিত ০.০১৫ মিলিগ্ৰাম ভিটামিন ডি খোৱাটো প্ৰয়োজন৷ ৭১ বছৰ আৰু তাতোকৈ বেছি বয়সীয়াসকলে দৈনিক ০.০২ মিলিগ্ৰামতকৈ বেছি ভিটামিন ডি নোখোৱাই ভাল৷

মহিলাৰ ক্ষেত্ৰত ঋতুবন্ধৰ পাছত ভিটামিন ডিৰ ঘাটি বেছি হয়৷ সেয়ে এই সময়ত খোৱাবোৱাত বিশেষ নজৰ দিব লাগে৷ পুৰুষৰ ক্ষেত্ৰতো নিৰ্দিষ্ট এক বয়সৰ পাছত তেজত ভিটামিন ডিৰ অভাৱে দেখা দিয়ে৷ অতিৰিক্ত ভিটামিন ডিয়ে যাতে শৰীৰৰ ক্ষতি নকৰে তাৰবাবে বিশেষজ্ঞসকলে বহু সময়ত এই ভিটামিনৰ সৈতে ভিটামিন কে খোৱাৰ পৰামৰ্শ দিয়ে৷ ভিটামিন ডিয়ে তেজত কেলছিয়ামৰ মাত্ৰা বৃদ্ধি কৰে আৰু ভিটামিন কেই হাড়ত কেলছিয়াম সঞ্চয়ৰ হাৰ বৃদ্ধি কৰে৷ ফলত তেজত কেলছিয়ামৰ মাত্ৰা কমি যায়৷ কমি যায় হৃদৰোগৰ আশংকাও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
শত্ৰুৰ সম্পত্তি বুলি চৰকাৰে বাজেয়াপ্ত কৰিলে ছেইফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি! কিয় এই বিপদ নামি আহিল অভিনেতা ছেইফৰ জীৱনলৈ?

শত্ৰুৰ সম্পত্তি বুলি চৰকাৰে বাজেয়াপ্ত কৰিলে ছেইফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি! কিয় এই বিপদ নামি আহিল অভিনেতা ছেইফৰ জীৱনলৈ?

‘হয়, মই পাক সেনাৰ এজেণ্ট’ অৱশেষত মুখ খুলিলে মুম্বাই ঘটনাৰ মুখ্য অভিযুক্ত তাহাউৰ ৰাণাই

'হয়, মই পাক সেনাৰ এজেণ্ট' অৱশেষত মুখ খুলিলে মুম্বাই ঘটনাৰ মুখ্য অভিযুক্ত তাহাউৰ ৰাণাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.