• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাকৈয়ে বিচ্ছেদ হ’ব নেকি টেলিভছন জগতৰ জনপ্ৰিয় যুটি দিব্যাংকা-বিবেকৰ

সঁচাকৈয়ে বিচ্ছেদ হ’ব নেকি টেলিভছন জগতৰ জনপ্ৰিয় যুটি দিব্যাংকা-বিবেকৰ

1 year ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

18 minutes ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

38 minutes ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

1 hour ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

2 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

3 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

3 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

5 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

5 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

6 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

7 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

7 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সঁচাকৈয়ে বিচ্ছেদ হ’ব নেকি টেলিভছন জগতৰ জনপ্ৰিয় যুটি দিব্যাংকা-বিবেকৰ

editor by editor
April 16, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
সঁচাকৈয়ে বিচ্ছেদ হ’ব নেকি টেলিভছন জগতৰ জনপ্ৰিয় যুটি দিব্যাংকা-বিবেকৰ
0
SHARES
171
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সঁচাকৈয়ে বিচ্ছেদ হ’ব নেকি টেলিভছন জগতৰ জনপ্ৰিয় যুটি দিব্যাংকা-বিবেকৰ

ভাৰতীয় টেলিভিচন জগতৰ অতিকে জনপ্ৰিয় যুটি দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়াৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিয়ে বৰ্তমানে ছ’চিয়েল মিডিয়া গৰম কৰি ৰাখিছে। বিবেক আৰু দিব্যাংকাৰ বিবাহ বিচ্ছেদ হ’ব বুলি বহু উৰাবাতৰি উৰিছে।

২০১৬ চনত বিবেক আৰু দিব্যাংকাৰ বিবাহ হৈছিল আৰু তেতিয়াৰ পৰাই এই দম্পতী অনুৰাগীৰ প্ৰিয়, বৰ্তমানেও বহু লোকে পছন্দ কৰে জনপ্ৰিয় তাৰকাযুটিক। এনে পৰিস্থিতিত এই দম্পতীৰ বিবাহ বিচ্ছেদৰ খবৰ পোৱাৰ পিছত অনুৰাগীসকলৰ মনত বহু প্ৰশ্ন।

অৱশ্যে এই উৰাবাতৰিৰ ওপৰত অৱশেষত বিবেক দহিয়াই মৌনতা ভংগ কৰিছে। বিবেকে তেওঁৰ শেহতীয়া সাক্ষাৎকাৰত কৈছে এই খবৰ কিমান সঁচা।

বিবেক দহিয়া আৰু দিব্যাংকা ত্ৰিপাঠীৰ বিবাহ বিচ্ছেদৰ খবৰ পোৱাৰ পিছতে ছচিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি প্লাৱিত হ’বলৈ ধৰিছিল। এই উৰাবাতৰি শুনি অনুৰাগীসকলো বিভ্ৰান্ত হৈ পৰিছিল। কিন্তু এতিয়া বিবেকৰ সাক্ষাৎকাৰে এই উৰাবাতৰিৰ অন্ত পেলাইছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত বিবেকে কয় যে, “আমি বহুত মজা কৰি আছো। দিব্যাংকা আৰু মই এই খবৰ শুনি হাঁহি আছো। আইচক্ৰীম খাই খাই এই খবৰ মজা লৈ আছো, লগতে যদি এই খবৰ আৰু দীঘলীয়া হয় তেন্তে আমি পপকৰ্ণৰো অৰ্ডাৰ দিম”।

বিবেকে আৰু কয়, “মই ইউটিউব ভিলগিঙো কৰো আৰু মই জানো এই ক্লিকবেট কি। এই সকলোবোৰ মই ভালদৰে বুজি পাওঁ। যদি আপুনি কিবা এটা চাঞ্চল্যকৰ পোষ্ট কৰে তেন্তে মানুহে আহি চাব। কিন্তু ইয়াত একো নাথাকে। এনে অবাস্তৱ কথাৰ প্ৰচাৰ কৰা উচিত নহয়।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bibek dahiyaDibyanka TripathiTelevisionTelevision Star
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ
বিনোদন

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

August 10, 2026
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য
জীৱনশৈলী

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

August 10, 2026
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!
অসম

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

August 10, 2026
Next Post
বুদ্ধাদিত্য যোগৰ বাবে সপোন বাস্তৱায়িত হ’ব ৫ ৰাশিৰ, গ্ৰহৰ ৰাজকুমাৰৰ মেষ ৰাশিত প্ৰৱেশ

বুদ্ধাদিত্য যোগৰ বাবে সপোন বাস্তৱায়িত হ’ব ৫ ৰাশিৰ, গ্ৰহৰ ৰাজকুমাৰৰ মেষ ৰাশিত প্ৰৱেশ

ভাৰতীয় ৰে’লৱেত বিশেষ সুবিধা, ATM সংযোজিত হ’ল ৰে’লত

ভাৰতীয় ৰে'লৱেত বিশেষ সুবিধা, ATM সংযোজিত হ'ল ৰে'লত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.