• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ৰে’লৱেত বিশেষ সুবিধা, ATM সংযোজিত হ’ল ৰে’লত

ভাৰতীয় ৰে’লৱেত বিশেষ সুবিধা, ATM সংযোজিত হ’ল ৰে’লত

1 year ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

17 seconds ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

13 minutes ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

32 minutes ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

56 minutes ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

1 hour ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

2 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

3 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

4 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

4 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

5 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

6 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতীয় ৰে’লৱেত বিশেষ সুবিধা, ATM সংযোজিত হ’ল ৰে’লত

editor by editor
April 16, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতীয় ৰে’লৱেত বিশেষ সুবিধা, ATM সংযোজিত হ’ল ৰে’লত
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ৰে’লৱেত বিশেষ সুবিধা, ATM সংযোজিত হ’ল ৰে’লত

ভাৰতীয় ৰেলৱেৰ বিশেষ সিদ্ধান্ত, এতিয়াৰে পৰা ৰেলত পাব এ টি এম সুবিধা। ভাৰতত প্ৰথমবাৰৰ বাবে ৰে’লৰ ভিতৰত এটিএম মেচিন স্থাপন কৰা হৈছে। প্ৰথম এনে পৰীক্ষা মহাৰাষ্ট্ৰৰ মনমদ-চি এছ এম টি পঞ্চৱতী এক্সপ্ৰেছ (ট্ৰেইন নং ১২১১০)ত কৰা হৈছে।

এই পদক্ষেপৰ নাম ৰখা হৈছে – ATM on Wheels। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই এটিএমৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।

এই পদক্ষেপ ৰেলৱে ব’ৰ্ডৰ নিৰ্দেশনাৰ এটা অংশ যে ভাড়াৰ বাহিৰেও ৰাজহ বৃদ্ধিৰ বাবে নতুন আৰু উদ্ভাৱনী পদ্ধতি গ্ৰহণ কৰিব লাগিব। ইয়াৰ অধীনত ২০২৫ চনৰ ২৫ মাৰ্চত ৰে’লৱেই সকলো সম্ভাৱ্য বিক্ৰেতাৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিল। সেই বৈঠকতে চলন্ত ৰে’লত মোবাইল এটিএম স্থাপনৰ ধাৰণা আগবঢ়োৱা হৈছিল, যিটো পিছলৈ অনুমোদনো হয়।

২০২৫ চনৰ ১০ এপ্ৰিলত মনমদ-চি এছ এম টি পঞ্চৱতী এক্সপ্ৰেছত ৰেলত এ টি এমৰ প্ৰথম পৰীক্ষামূলক পৰীক্ষা সম্পন্ন কৰা হৈছিল। ৰেলখনৰ মিনি পেণ্ট্ৰি এৰিয়াত এটিএম লগোৱাৰ বাবে সাজু কৰা হৈছিল। ৰে’লৱেৰ যান্ত্ৰিক দলটোৱে কামটো কৰি এটিএমটো নিৰাপদে ফিট কৰিলে।

যাত্ৰাৰ সময়ত ৰেলৰ গতিবিধিৰ ফলত হোৱা জোকাৰণি আৰু কম্পনৰ পৰা ৰক্ষা এটিএম ৰক্ষা কৰিবলৈ ৰবৰৰ পেড আৰু বল্টৰ সহায়ত ফিট কৰা হৈছে। নিৰাপত্তা বজাই ৰাখিবলৈ সেই স্থানত দুটাকৈ অগ্নিনিৰ্বাপক যন্ত্ৰও স্থাপন কৰা হৈছে।

ৰে’লত এটিএম স্থাপনৰ উদ্দেশ্য হৈছে যাত্ৰীসকলে বাটত ধন উলিয়াব পৰা সুবিধা প্ৰদান কৰা। ভাড়াৰ বাহিৰেও ৰে’লৱে অতিৰিক্ত উপাৰ্জনৰ উৎস লাভ কৰাৰ লগতে ৰে’লৱেক অধিক আধুনিক আৰু স্মাৰ্ট কৰি তোলা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ATMATM in TrainATM on WheelsIndian Railway
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা
ভাৰত

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি
প্ৰযুক্তি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

August 11, 2026
Next Post
শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত

শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত

বেচৰকাৰী ভাৰতীয় হজ কোটা ৮০শতাংশলৈ কমাই দিলে ছৌদীয়ে! কি হ’ব হজৰ বাবে পেমেণ্ট কৰা ৫২ হাজাৰৰো অধিক হজযাত্ৰীৰ?

বেচৰকাৰী ভাৰতীয় হজ কোটা ৮০শতাংশলৈ কমাই দিলে ছৌদীয়ে! কি হ’ব হজৰ বাবে পেমেণ্ট কৰা ৫২ হাজাৰৰো অধিক হজযাত্ৰীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.