• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০০ বাহন, ১৯ বিলাসবহুল বাংলো, ৫৮খন বিমান আৰু হেলিকপ্টাৰ! পুটিনৰ সম্পত্তিৰ পৰিমাণ কিমান?

৭০০ বাহন, ১৯ বিলাসবহুল বাংলো, ৫৮খন বিমান আৰু হেলিকপ্টাৰ! পুটিনৰ সম্পত্তিৰ পৰিমাণ কিমান?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৭০০ বাহন, ১৯ বিলাসবহুল বাংলো, ৫৮খন বিমান আৰু হেলিকপ্টাৰ! পুটিনৰ সম্পত্তিৰ পৰিমাণ কিমান?

৭০০ বাহন, ১৯ বিলাসবহুল বাংলো, ৫৮খন বিমান আৰু হেলিকপ্টাৰ! পুটিনৰ সম্পত্তিৰ পৰিমাণ কিমান?

editor by editor
January 26, 2025
in বিবিধ, বিশ্ব, লেখা
0
৭০০ বাহন, ১৯ বিলাসবহুল বাংলো, ৫৮খন বিমান আৰু হেলিকপ্টাৰ! পুটিনৰ সম্পত্তিৰ পৰিমাণ কিমান?
0
SHARES
303
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাসহ পশ্চিম ইউৰোপৰ বিৰাট নিষেধাজ্ঞাৰ বোজা তেওঁ কান্ধত তুলি চলি আছে৷ প্ৰায় তিনি বছৰ ধৰি যুদ্ধও চলি আছে৷ এই যুদ্ধৰ পৰিণাম কি হ’ব কোনেও নাজানে৷ কেৱল অপেক্ষা, এদিন যুদ্ধ শেষ হ’ব, সু সময় উভতি আহিব৷ যুদ্ধৰ খবৰৰ বাবেই প্ৰতিদিনে শিৰোনামো দখল কৰি আছে বিশ্বৰ ছুপাৰ পাৱাৰ দেশ ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধান৷

তেওঁ ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন৷ ইউক্ৰেইন যুদ্ধ শেষ কৰিবলৈ সদ্য শপত লোৱা আমেৰিকাৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ সৈতে আলোচনাত বহাৰো ইংগিত দিছে পুটিনে৷ সেই আপাহতে মস্কোৰ ক্ৰেমলিন প্ৰাসাদৰ নিবাসী ৭২ বছৰীয়া পুটিনৰ সম্পত্তিৰ পৰিমাণক লৈ আকৌ এবাৰ চৰ্চা চলিছে৷

প্ৰেছিডেণ্ট হিচাপে পুটিনে কিমান টকা দৰমহা পায় সেই বিষয়টোক লৈ নানান জনৰ নানান মত৷ এবাৰ এক সাক্ষাৎকাৰত ৰুছ ৰাষ্ট্ৰপ্ৰধানে জনাইছে যে তেওঁ বছৰত ১.৪ লাখ ডলাৰ দৰমহা লাভ কৰে৷ ভাৰতীয় মুদ্ৰাত অংকটো প্ৰায় ১.১৮ কোটি টকা৷ তেওঁৰ ঘোষিত সম্পত্তিৰ পৰিমাণ আৰু বেছি বুলি একাধিক প্ৰতিবেদনত দাবী কৰিছে পশ্চিমী সংবাদমাধ্যমে৷

২০১৭ চনত আমেৰিকাৰ পাৰ্লিয়ামেণ্ট কংগ্ৰেছৰ উচ্চ কক্ষ ছেনেটৰ বিচাৰবিভাগীয় কমিটিৰ ওচৰত সাক্ষ্য দিছিল বিল ব্ৰাউডাৰে৷ তাতেই পুটিনৰ সম্পত্তি সংক্ৰান্তিয় চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছিল তেওঁ৷ তেওঁৰ দাবী, বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিতকৈ বেছি সম্পত্তি আছে ৰুছ প্ৰেছিডেণ্টৰ৷ এইক্ষেত্ৰত ই কমাৰ্ছ সংস্থা আমাজন আৰু ফেছবুকৰ মালিক মাৰ্ক জুকাৰবাৰ্গ আৰু জেফ বেজোছতকৈয়ো বেছি সম্পত্তি আছে পুটিনৰ৷

বিলৰ অনুমান, প্ৰায় ২০ হাজাৰ কোটি টকাৰ বেছি সম্পত্তি আছে ৰুছ প্ৰেছিডেণ্টৰ৷ উল্লেখ্য যে ১৯৯০ ৰ দশকত ৰাছিয়াৰ অন্যতম ডাঙৰ বিনিয়োগৰাকী আছিল ব্ৰাউডাৰ৷ ফৰচুনৰ প্ৰতিবেদন অনুসৰি পুটিনৰ চৰকাৰী সম্পত্তিৰ মাজত আছে ৮০০ বৰ্গফুটৰ এটা এপাৰ্টমেণ্ট৷ ইয়াৰোপৰি আছে তিনিখনকৈ বিলাসী বাহন আৰু এখন ট্ৰেলাৰ৷

ইয়াৰোপৰি কৃষ্ণসাগৰৰ তীৰত এটি বাংলো আছে ৰুছ প্ৰেছিডেণ্টৰ৷ পশ্চিমী সংবাদমাধ্যমৰ ওচৰত এই বাংলোটি পুটিন কান্ট্ৰি কটেজ নামেৰে পৰিচিত৷ বিলাসী বাংলোৰ নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১০০ কোটি ডলাৰ৷ কাগজে কলমে অৱশ্যে বাংলোটিৰ মালিকানা আছে আৰ্কাডি ৰোটেনবাৰ্গৰ ওচৰত৷

প্ৰতিবেদনত আকৌ কোৱা হৈছে যে কৃষ্ণসাগৰৰ তীৰৰ বিলাসবহুল বাংলোটি প্ৰাচীন গ্ৰীক দেৱতাসকলৰ মূৰ্তিৰে সজোৱা হৈছে প্ৰেটিডেণ্ট পুটিনৰ বাংলো৷ ইয়াৰোপৰি আছে মাৰ্বলেৰে তৈয়াৰী ছুইমিং পুল আৰু এটি এম্ফিথিয়েটাৰ৷ ৰুছ প্ৰেছিডেণ্টৰ বাকী সম্পত্তিৰ মাজত আছে এটি আইছ হকি ৰিংক, কেছিনো আৰু নাইটক্লাব৷

সূত্ৰৰ খবৰ অনুসৰি কৃষ্ণসাগৰৰ তীৰৰ বাংলোক সমগ্ৰ বছৰ চাফচিকুণ কৰি ৰাখিবলৈ মোতায়েন কৰা আছে ৪০জন কৰ্মী৷ তেওঁলোকৰ বাবে বছৰি ২০ লাখ ডলাৰ খৰচ কৰে প্ৰেচিডেণ্ট পুটিনে৷ প্ৰাসাদৰ ভিতৰৰ অংশটোও অত্যন্ত সুন্দৰ৷ তাত ডাইনিং ৰুমত থকা আচবাবৰ দাম পাঁচ লাখ ডলাৰ৷ ৰুছ প্ৰেছিডেণ্টৰ স্নানৰ ঘৰত আছে ৮৫০ ডলাৰৰ ইটাসিয়ান ব্ৰাছ যুক্ত টয়লেট৷

পুটিনৰ সেইখিনি হৈছে ঘোষিত সম্পত্তি৷ তেওঁৰ অঘোষিত সম্পত্তিও অনেক আছে৷ সেই তালিকাত আছে ১৯টা ঘৰ, ৭০০ বাহন, ৫৮ টা বিমান আৰু এখন হেলিকপ্টাৰ৷ ইয়াৰোপৰি দ্যা ফ্লাইং ক্ৰেমলিন নামৰ এখন ব্যক্তিগত উৰাজাহাজো আছে তেওঁৰ৷ সেই বিমানখন নিৰ্মাণত খৰচ হৈছে প্ৰায় ৭১.৬ কোটি ডলাৰ৷

কোনো কোনোৱে পুটিনক ছেহেৰাজাদ নামৰ এটা প্ৰমোদতৰীৰ মালিক বুলিও দাবী কৰে৷ সেয়া তৈয়াৰ কৰিবলৈ বিপুল খৰচ হোৱা বুলিও জনাইছে৷ কাগজে কলমে অৱশ্যে প্ৰমোদতৰীটোৰ মালিক হিচাপে ক’তো উল্লেখ নাই ৰুছ প্ৰেছিডেণ্টৰ নাম৷ কিন্তু একাধিক বাৰ তেওঁক সেই প্ৰমোদতৰীত দেখা গৈছে৷

ৰুছ প্ৰেছিডেণ্টৰ আছে ঘড়ীৰো বিশেষ চখ৷ তেওঁৰ সংগ্ৰহত আছে পাটেক ফিলিপ পাৰপেচুৱেল কেলেণ্ডাৰ আৰু এ লেঞ্জ এণ্ড ছোহনে টুৰবোগ্ৰাফৰ ঘড়ী৷ ইয়াৰ বাবেই তেওঁ বাৰ্ষিক কেইবাকোটি টকা ব্যয় কৰে৷ পুটিন কেনেকৈ ইমান বিপুল সম্পত্তিৰ অধিকাৰী হ’ল সেই বিষয়টোক লৈয়ো আছে একাধিক ৰহস্য৷ আমেৰিকাৰ সংবাদ সংস্থাৰ দাবী যে, ৰুছ অভিজাতসকলৰ নগদ অৰ্থ আৰু শ্বেয়াৰ আত্মসাৎ কৰি ধনী হৈছে ৰুছ প্ৰেছিডেণ্ট৷ টকা নিদিলে গ্ৰেপ্তাৰ কৰাৰ ভয় দেখুৱাই সম্পত্তি হস্তগত কৰিছে ৰুছ প্ৰেছিডেণ্টে৷

ফোৰ্বছৰ প্ৰতিবেদন অনুসৰি পুটিনে বহু স্থানত নিজৰ গোপন সম্পত্তি ৰাখিছে৷  ২০১৬ চনত পানামা পেপাৰ্ছৰ আৰ্থিক কেলেংকাৰীতো নাম সাঙোৰ খাইছিল পুটিনৰ৷ তেওঁৰ বিৰুদ্ধে ২০০ কোটি ডলাৰৰ গোপন চুক্তিৰ অভিযোগো উঠিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
মাত্ৰ ৬বছৰত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

মাত্ৰ ৬বছৰত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

মঙলৰ স্থান পৰিবৰ্তনত শুভ সময় আহিব ৩ৰাশিৰ! সুখৰ সাগৰত কোন কোন উটি ভাহি ফুৰিব?

মঙলৰ স্থান পৰিবৰ্তনত শুভ সময় আহিব ৩ৰাশিৰ! সুখৰ সাগৰত কোন কোন উটি ভাহি ফুৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.