• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৬বছৰত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

মাত্ৰ ৬বছৰত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

2 years ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

1 minute ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

39 minutes ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

1 hour ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

2 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

4 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

5 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

6 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

6 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

8 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

9 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৬বছৰত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

মাত্ৰ ৬বছৰত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

editor by editor
January 26, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
মাত্ৰ ৬বছৰত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অলপ সময়ৰ ভিতৰতেই কোটিপতি হ’বলৈ কাৰনো ভাল নালাগে৷ নিজৰ সেই ইচ্ছাত বাস্তৱ ৰূপ দিবলৈ প্ৰয়োজন হয় সঠিক পৰিকল্পনাৰ৷ আপোনাৰ বিনিয়োগেই খুব কম সময়ৰ ভিতৰত আপোনাক দিব পাৰে বিৰাট সাফল্য৷ ৬বছৰৰ ভিতৰত কোটিপতি হ’বলৈ হ’লে কিছু হিচাপ কৰি চলিব লাগিব আপুনি৷

আৰু বিনিয়োগ কৰিব লাগিব সঠিক স্থানত৷ বছৰত যদি আপোনাৰ আয় ২০লাখ টকা হয় তেন্তে আপুনি এছ আইপিত বিনিয়োগ কৰিব পাৰে ৪০ হাজাৰ টকা৷ এনেকৈ যদি ৬বছৰ ধৰি বিনিয়োগ কৰিব পাৰে তেন্তে এছ আই পি ৰ পৰা আপুনি ৰিটাৰ্ণ পাব ১০ৰ পৰা ১২ শতাংশ৷ ইয়াতেই ৰৈ গ’লেও অৱশ্যে নহ’ব৷

আপুনি বছৰি ৩৫ৰ পৰা ৪০ শতাংশ হাৰত সুদ পাব পাৰে৷ অন্যথা ৬বছৰৰ ভিতৰত আপুনি কোটিপতি হ’ব নোৱাৰিব৷ যদি বছৰি আপোনাৰ আয় ২০লাখ টকা হয় তেন্তে প্ৰতি বছৰে আপুনি সঞ্চয় কৰিব পাৰে ৪লাখ ৮০ হাজাৰ টকা৷ যদি প্ৰতি মাহে আপুনি ৬০ হাজাৰ টকা SIPত বিনিয়োগ কৰিব পাৰে তেন্তে একেবাৰে নিশ্চিন্ত৷ আপুনি বছৰি পাব ২০শতাংশকৈ ৰিটাৰ্ণ পাব৷

ক’ত আপুনি বিনিয়োগ কৰিব? এই তালিকাত আচে UTI নিফটি ইনডেক্স ফাণ্ড, নিপন ইণ্ডিয়া লাৰ্জ কেপ ফাণ্ড, পৰাগ পাৰিখ ফেক্সি কেপ ফাণ্ড, HDFC ফ্লেক্সিকেপ ফাণ্ড আৰু SBI লাৰ্জ আৰু মিড কেপ ফাণ্ড৷ এতিয়া যদি এই হাৰত বিনিয়োগ কৰিব পাৰে তেন্তে ৬ বছৰৰ মাজত কোটিপতি হোৱা আপোনাৰ বাবে সহজ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

September 1, 2026
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

September 1, 2026
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন
ভাৰত

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

September 1, 2026
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

September 1, 2026
Next Post
মঙলৰ স্থান পৰিবৰ্তনত শুভ সময় আহিব ৩ৰাশিৰ! সুখৰ সাগৰত কোন কোন উটি ভাহি ফুৰিব?

মঙলৰ স্থান পৰিবৰ্তনত শুভ সময় আহিব ৩ৰাশিৰ! সুখৰ সাগৰত কোন কোন উটি ভাহি ফুৰিব?

কেৱল শাৰীৰিক চাহিদা নহয়, এজন পুৰুষ সংগীয়ে তেওঁৰ প্ৰিয় নাৰীৰ পৰা কি কি আশা কৰে জানেনে?

কেৱল শাৰীৰিক চাহিদা নহয়, এজন পুৰুষ সংগীয়ে তেওঁৰ প্ৰিয় নাৰীৰ পৰা কি কি আশা কৰে জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.