• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলৰ স্থান পৰিবৰ্তনত শুভ সময় আহিব ৩ৰাশিৰ! সুখৰ সাগৰত কোন কোন উটি ভাহি ফুৰিব?

মঙলৰ স্থান পৰিবৰ্তনত শুভ সময় আহিব ৩ৰাশিৰ! সুখৰ সাগৰত কোন কোন উটি ভাহি ফুৰিব?

2 years ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

6 minutes ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

1 hour ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

2 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

3 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

3 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

4 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

6 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

6 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

7 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

8 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙলৰ স্থান পৰিবৰ্তনত শুভ সময় আহিব ৩ৰাশিৰ! সুখৰ সাগৰত কোন কোন উটি ভাহি ফুৰিব?

মঙলৰ স্থান পৰিবৰ্তনত শুভ সময় আহিব ৩ৰাশিৰ! সুখৰ সাগৰত কোন কোন উটি ভাহি ফুৰিব?

editor by editor
January 26, 2025
in জীৱনশৈলী
0
মঙলৰ স্থান পৰিবৰ্তনত শুভ সময় আহিব ৩ৰাশিৰ! সুখৰ সাগৰত কোন কোন উটি ভাহি ফুৰিব?
0
SHARES
11.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙল দেৱক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ সেনাপতিৰ মৰ্যাদা দিয়া হৈছে৷ যাক সাহস, পৰাক্ৰম, শক্তিৰ দাতা বুলি কোৱা হয়৷ ইয়াৰোপৰি মঙলক মেষ আৰু বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ বুলিও কোৱা হয়৷ যিয়ে প্ৰতি ৪৫ দিনত ৰাশি পৰিবৰ্তন কৰিব৷ বৈদিক পঞ্জিকা তথা গণনা অনুসৰি ২০২৫ চনত সাতবাৰ মঙলে ৰাশি পৰিবৰ্তন কৰিব৷ জানক এপ্ৰিল মাহৰ কোন দিনা আৰু কোন সময়ত মঙলে ৰাশি পৰিবৰ্তন কৰিব৷

কোন সময়ত মঙলে ৰাশি সলনি কৰিব? বৈদিক পঞ্জিকা অনুসৰি ৩ এপ্ৰিল ২০২৫ চনৰ বৃহস্পতিবাৰে মাজনিশা ১. ৫৬ মিনিটত মঙলে কৰ্কট ৰাশিত গমণ কৰিব৷ কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰক কোৱা হয়৷ যি অনুভূতি আৰু বিভিন্ন সুখৰ দাতা৷

কৰ্কট ৰাশি

চন্দ্ৰৰ ৰাশিত মঙলৰ গমনত কৰ্কট ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ আয়ৰ উৎসসমূহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ এপ্ৰিল মাহ পৰ্যন্ত কৰ্কট ৰাশিৰ লোকৰ বিনিয়োগত সফলতা আহিব৷ নেতৃত্ব লোৱাৰ ক্ষমতা বাঢ়িব৷ প্ৰেম জীৱন আৰু স্বাস্থ্যৰ দিশতো শুভ৷ কেৰিয়াৰত প্ৰচুৰ উন্নতিৰ সম্ভাৱনা আছে৷

বৃশ্চিক ৰাশি

মঙলৰ গমনৰ শুভ প্ৰভাৱে বৃশ্চিক ৰাশিৰ জাতকৰ স্বাস্থ্য ওপৰত প্ৰভাৱ পেলাব৷ এই সময়ত কোনো গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা নাই৷ প্ৰেম জীৱনত ভালপোৱা বাঢ়িব আৰু সম্পৰ্কসমূহত গভীৰতা আহিব৷ অবিবাহিত লোকে বন্ধুৰ সৈতে ধৰ্মীয় যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে৷ ব্যৱসায়ীসকললৈকো সফলতা আহিব৷ চাকৰিয়াল জাতকে বোনাছ পাব পাৰে৷

মীন ৰাশি

মীন ৰাশিয়ে এই সময়ত লাভৰ মুখ দেখিব৷ ঘৰত ইতিবাচকতা আহিব৷ ফলত পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য আৰু সম্পৰ্কসমূহত উন্নতি আহিব৷ মীন ৰাশিৰ নতুন বাহন কিনাৰ সপোন পূৰণ হ’ব৷ ব্যৱসায়ীসকলে সম্পত্তি ক্ৰয় কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
Next Post
কেৱল শাৰীৰিক চাহিদা নহয়, এজন পুৰুষ সংগীয়ে তেওঁৰ প্ৰিয় নাৰীৰ পৰা কি কি আশা কৰে জানেনে?

কেৱল শাৰীৰিক চাহিদা নহয়, এজন পুৰুষ সংগীয়ে তেওঁৰ প্ৰিয় নাৰীৰ পৰা কি কি আশা কৰে জানেনে?

বাৰ্ষিক ১০.৫ লাখ টকা উপাৰ্জনত ৰেহাই দিয়া হ’ব আয়কৰ! বাজেটত মধ্যবিত্তক ৰেহাই দিয়া ভাৱনা

বাৰ্ষিক ১০.৫ লাখ টকা উপাৰ্জনত ৰেহাই দিয়া হ’ব আয়কৰ! বাজেটত মধ্যবিত্তক ৰেহাই দিয়া ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.