• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেটৰ চৰ্বি কমাব খোজে? জানি থওক ১০ টা সহজ উপায়

পেটৰ চৰ্বি কমাব খোজে? জানি থওক ১০ টা সহজ উপায়

10 months ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

50 minutes ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

2 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

2 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

10 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

11 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

11 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

12 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

13 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

13 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

14 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

15 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পেটৰ চৰ্বি কমাব খোজে? জানি থওক ১০ টা সহজ উপায়

পেটৰ চৰ্বি কমাব খোজে? জানি থওক ১০ টা সহজ উপায়

editor by editor
September 19, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
পেটৰ চৰ্বি কমাব খোজে? জানি থওক ১০ টা সহজ উপায়
0
SHARES
495
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি আপুনি ২০২৬চনৰ ভিতৰত পেটৰ চৰ্বি কমাই ফিট হ’ব খুজিছে তেন্তে আপোনাৰ বাবে এইকেইটা টিপছ৷ পেটৰ চৰ্বি কমাবলৈ আপুনি ঘৰুৱাভাৱেই এই ১০টা সহজ উপায় গ্ৰহণ কৰিব পাৰে৷

মদ্যপান বন্ধ কৰক

এলকহলে আপোনাৰ হৰমনসমূহক ব্যাহত কৰে, যাৰ ফলত ভোক আৰু মানসিক চাপ বৃদ্ধি পায়৷ ইয়াত কেলৰিও বেছি থাকে, যিয়ে দ্ৰুত পেটৰ চৰ্বি বঢ়াব পাৰে৷ যদি আপুনি দ্ৰুতভাৱে আপোনাৰ কঁকাল ক্ষীণোৱাব বিচাৰে তেন্তে এলকহল এৰাই চলক৷

কাৰ্যকলাপ অনুসৰি কাৰ্বহাইড্ৰেট খাওক

কাৰ্বহাইড্ৰেট হৈছে শৰীৰৰ শক্তিৰ উৎস৷ যদি আপুনি বহি থাকে আৰু নিষ্ক্ৰিয় হৈ থাকে তেন্তে কাৰ্বহাইড্ৰেট কমাই খাওক৷ যদি আপুনি বেছি শাৰীৰিক পৰিশ্ৰম কৰে বা কঠোৰ পৰিশ্ৰম কৰে, তেন্তে বেছিকৈ কাৰ্বহাইড্ৰেট খাওক৷ আপোনাৰ জীৱনযাত্ৰাৰ ওপৰত ভিত্তি কৰিহে কাৰ্বহাইড্ৰেট গ্ৰহণ কৰিব লাগে৷

সঠিকভাৱে পানী খাওক

টোপনিৰ পৰা উঠাৰ লগে লগেই পানী পান কৰক৷ খাদ্য খোৱাৰ আগত আৰু পাছতো পানী খাওক, কিন্তু খাদ্যৰ সৈতে একেলগে পানী নাখাব৷ ইয়াৰোপৰি খাদ্যৰ পৰিবৰ্তে পানী খাওক৷ হাইড্ৰেটেড থকা আৰু পেট ভৰা যেন অনুভৱ বজায় ৰাখিবলৈ সহায় কৰে পানীয়ে আৰু অতিৰিক্ত ভোকো কমাই দিয়ে৷

খাদ্যতালিকাত প্ৰটিন আৰু পুষ্টিৰ পৰিমাণ বঢ়াওক

আপোনাৰ ওজনৰ ওপৰত ভিত্তি কৰি প্ৰটিন গ্ৰহণ কৰক আৰু প্ৰাকতিক, স্বাস্থ্যকৰ খাদ্যৰ পৰা আপুনি ৯০ শতাংশ কেলৰি পোৱাৰ লক্ষ্য ৰাখক৷ প্ৰটিন আৰু ফাইবাৰ সমৃদ্ধ খাদ্য খালে ভোক নিয়ন্ত্ৰণ হয় আৰু আপুনি দীৰ্ঘক্ষণ ধৰি ভোক অনুভৱ নকৰে৷

শৰীৰচৰ্চা কৰক

কেৱল কাৰ্ডিঅ’ কৰিলেই খুব বেছি কেলৰি পায় বাৰ্ণ হয় তেনে নহয়৷ শক্তি প্ৰশিক্ষণ যেনে জিম কৰাই পেশী  তৈয়াৰ কৰে, বিপাক খৰতকীয়া কৰে আৰু বিশ্ৰামৰ সময়তো চৰ্বি বাৰ্ণ হোৱাত সহায় কৰে৷

মানসিক চাপ কমাওক

অতিৰিক্ত মানসিক চাপে কাৰ্টিছল হৰমন বৃদ্ধি কৰে যিয়ে পেটৰ চৰ্বি বৃদ্ধি কৰে৷ মানসিক চাপ কমাবলৈ খোজ কাঢ়ক, ধ্যান কৰক অথৱা প্ৰকৃতিৰ সৈতে সময় কটাওক৷

ভাল টোপনি

টোপনিৰ অভাৱত ভোক লগা, শক্তি কমা যেন অনুভৱ হব পাৰে৷ গৱেষণাত দেখা গৈছে যে ৫.৫ ঘণ্টাতকৈ কম টোপনি হলে প্ৰতিদিনে অতিৰিক্ত ৩৮৫ কেলৰি পোৱা যাব পাৰে৷ যদি আপুনি ওজন কমাব খোজে তেন্তে পৰ্যাপ্ত টোপনিও জৰুৰী৷

ট্ৰান্স ফেট এৰাই চলক

ট্ৰান্স ফেটে পেটৰ চৰ্বি বঢ়াই৷ এইসমূহে প্ৰায়েই মাৰ্জাৰিণ, চিপছ আৰু ভজা খাদ্যৰ মাজত থাকে৷ সেয়ে এনেবোৰ খাদ্য এৰাই চলক৷

খোজ কাঢ়ক

দ্ৰুততৰভাৱে খোজ কাঢ়িলে কেলৰি বাৰ্ণ হয়, মানসিক চাপ কমে আৰু ধীৰে ধীৰে চৰ্বি বাঢ়ে৷ আপুনি দৈনিক খোজ কঢ়াৰ অভ্যাস কৰিলেও বহুপৰিমাণে আপোনাৰ পেটৰ চৰ্বি কমি যাব৷

স্প্ৰিং কৰক

সপ্তাহত এদিনকৈ হলেও স্প্ৰিং কৰিব পাৰে৷ ইয়াৰ ফলত পেটৰ চৰ্বি কমে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?
ভাৰত

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

July 25, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 25, 2026
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ
বিনোদন

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

July 24, 2026
Next Post
ছিংগাপুৰত দুৰ্ঘটনাগ্ৰস্ত জুবিন গাৰ্গ, স্কুভাড্ৰাইভিং কৰি থকা অৱস্থাত অসুস্থ হৈ পৰে জুবিন গাৰ্গ

ছিংগাপুৰত দুৰ্ঘটনাগ্ৰস্ত জুবিন গাৰ্গ, স্কুভাড্ৰাইভিং কৰি থকা অৱস্থাত অসুস্থ হৈ পৰে জুবিন গাৰ্গ

সংকটজনক অৱস্থাত ICUত ভৰ্তি হৈ আছে জুবিন গাৰ্গ, CPR দিয়া হৈছে জুবিনক

সংকটজনক অৱস্থাত ICUত ভৰ্তি হৈ আছে জুবিন গাৰ্গ, CPR দিয়া হৈছে জুবিনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.